skip to Main Content
Sonia Gandhi

আজি পুনৰ ই.ডি য়ে জেৰা কৰিছে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক

নেচনেল হেৰাল্ডৰ মনি লণ্ডাৰিং গোচৰত আজি পুনৰ জেৰা কৰিছে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক। এই জেৰাৰ বিৰোধিতা কৰি আজি দিল্লীৰ ৰাজঘাটত সত্যাগ্ৰহ আন্দোলনৰ অনুমতি বিচাৰিছিল কংগ্ৰেছে। কিন্তু সেই ঠাইত ধাৰা ১৪৪ জাৰি হোৱাৰ হেতুকে দিল্লীৰ আৰক্ষীয়ে সত্যাগ্ৰহৰ অনুমতি প্ৰদান নকৰিলে।

Read More

পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মূৰ শপত গ্ৰহণ

Image Source: Twitter আজি ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মূৱে নতুন দিল্লীৰ সংসদ ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে দ্ৰৌপদী মুৰ্মূ ভাৰতৰ প্ৰথমগৰাকী আদিবাসী ৰাষ্ট্ৰপতি আৰু দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই শপত…

Read More

ক’ভিডত আক্ৰান্ত কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী

ক'ভিডত আক্ৰান্ত কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী।তেওঁৰ সৈতে বৈঠকত বহা বহুকেইজন নেতাও ইতিমধ্যে ক'ৰণাত সংক্ৰমিত হৈছে।কংগ্ৰেছৰ প্ৰবক্তা ৰণদ্বীপ ছুৰজেৱালাই প্ৰকাশ কৰিছে এই তথ্য।

Read More

এছিয়া কাপ জয়ী কৰিবলৈ সক্ষম হ’ল ভাৰতীয় হকী টিম

এছিয়া কাপ জয়ী কৰিবলৈ সক্ষম হ'ল ভাৰতীয় হকী টিম।এছিয়া কাপ ২০২২ৰ ভাৰতীয় হকী টিমে ব্ৰঞ্জৰ মেডেল জয়ী কৰিবলৈ সক্ষম হয়।জাৰ্কাতাত অনুষ্ঠিত খেলখনত ভাৰতীয় দলে জাপানক ১-০ গ'লত পৰাস্ত কৰিবলৈ সক্ষম হয়।

Read More

World Milk Day অনুষ্ঠিত পূৰবী ডেইৰীত

World Milk Day অনুষ্ঠিত কৰা হয় পূৰবী ডেইৰীত।খুব সুন্দৰভাৱে পালন কৰা হয় দুগ্ধ দিৱস।এই সুন্দৰ অনুষ্ঠানটিৰ ফ্লেগ অফ কৰে ৱামুলাৰ পৰিচালক সঞ্চালক সত্য ব্ৰত বসুৱে।তেখেতে নৱ প্ৰজন্মক দুগ্ধ সম্পৰ্কীয় কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰি নিজৰ লগতে ৰাইজৰো যাতে উন্নতি সাধন হয় তেনে…

Read More

এতিয়াৰ পৰা আৰু শুনিবলৈ নাপাব বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কে ৰ গান

বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কে কে আৰু নাই।কলিকতাৰ এখন অনুষ্ঠানত সংগীত পৰিবেশন কৰি থাকোতেই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় কণ্ঠশিল্পী গৰাকীৰ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ।কলিকতাৰ গুৰুদাস মহাবিদ্যালয়ত গীতৰ অনুষ্ঠান চলি থকা অৱস্হাতে হঠাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু…

Read More

UPSCৰ পৰীক্ষাত অসমৰ দুগৰাকী পৰীক্ষাৰ্থীৰ স্হান লাভ

UPSCৰ পৰীক্ষাত অসমৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে স্হান লাভ কৰে।উত্তীৰ্ণ হৈছে মুঠ ৬৮৫গৰাকী পৰীক্ষাৰ্থী।৫০৬ নম্বৰ স্হানত জিলিকিল অসমৰ শিল্পা খনিকৰ আৰু ৬৩৯নম্বৰত উজলিল অসমৰ দেৱজ্যােতি বৰ্মন।

Read More

গুলীয়াই হত্যা পাঞ্জাৱী কণ্ঠশিল্পী সিদ্ধু মুজেৱালক

গুলীয়াই হত্যা পাঞ্জাৱী কণ্ঠশিল্পী সিদ্ধু মুজেৱালক।নিৰাপত্তা প্ৰত্যাহাৰৰ এটা দিনৰ পিছতেই হত্যা কৰা হ'ল কণ্ঠশিল্পী গৰাকীক।নিৰ্বাচনত কণ্ঠশিল্পী গৰাকীয়ে কংগ্ৰেছৰ হৈ যুজ দিয়াৰ লগতে ৰেপ গানেৰে সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল কণ্ঠশিল্পী গৰাকী।

Read More

আজি গুৱাহাটীত মুকলি কৰা হয় Vivo X80 ছিৰিজৰ মোবাইল

আজি গুৱাহাটীত মুকলি কৰা হয় Vivo X80 ছিৰিজৰ মোবাইল।মহানগৰীৰ গুৱাহাটী চেন্ট্ৰেলৰ "হাৰ্ড ৰক কেফে"ত মুকলি কৰা হয় Vivoৰ দুটাকৈ অত্যাধুনিক মোবাইল X ছিৰিজৰ X80 আৰু X80 pro।

Read More
Back To Top