A tragic road accident occurred in Singra, Boko, as a bike collided head-on with a…
কাহিলিপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা
নিশা মহানগৰীৰ কাহিলিপৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।
এখন ডাম্পাৰে মহতিয়াই নিলে অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰ।
ডাম্পাৰ খনৰ নম্বৰ AS15AC 3305।
নিয়ন্ত্ৰণ হেৰুৱাই গেট ভাঙি কাৰ্যালয়ত খুন্দা মাৰে ডাম্পাৰ খনে।
GMC ৰ কাম কৰি জাবৰ লৈ আহি আছিল ডাম্পাৰ খন।