skip to Main Content

আছুৰ “অমূল্য কাকতি বঁটা ২০২২”ঘোষণা।


প্ৰত্যেক বছৰে আছুৰ ফালৰ পৰা “অমূল্য কাকতি বঁটা”প্ৰদান কৰি আহিছে।২০২২ ত এই বঁটা লাভ কৰিছে নঁগাৱৰ নাট্যশিল্পী জিতেন্দ্ৰ নাথ বৰাই।অহা ৯ ফ্ৰেব্ৰুৱাৰীত প্ৰদান কৰা হ’ব এই বঁটা।

Back To Top