skip to Main Content

আজি গুৱাহাটী মহানগৰীত নাপাব পেট্ৰল-ডিজেল

আজি গুৱাহাটী মহানগৰী তথা ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত বন্ধ ৰখা হৈছে পেট্ৰল পাম্প সমূহ।পেট্ৰলৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে সকলোৱে।এফালে পেট্ৰলৰ অভাৱ আনফালে আকৌ কৃত্ৰিম বানপানী,তাৰ মাজতে পেট্ৰল শেষ হোৱাৰ বাবে নিজৰ বাহন সমূহ ঠেলি লৈ যাব লগীয়া হৈছে বহু…

Read More

দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্ট হেকাৰৰ হাতত

দিছপুৰ মহাবিদ্যালয়ৰ একাউণ্ট হেক কৰি লুটি নিলে ৭৬ লাখ টকা।তেওঁলোকৰ একাউণ্ট আছিল Bank of Baroda আৰু ব্ৰাঞ্চটো হৈছে দিছপুৰ।চাইবাৰ প্ৰৱঞ্চকে কৌশলেৰে ধন হৰলুকি কৰাৰ অভিযোগ মহাবিদ্যালয় কৰ্তৃপক্ষই।ইতিমধ্যেই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই।

Read More

আজি পহিলা ব’হাগ।ৰঙালীৰ আনন্দত মতলীয়া ৰাজ্য

আজি পহিলা বহাগ।অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন।আনন্দত মতলীয়া ৰাজ্যবাসী।সৰুৱে ডাঙৰক সেৱা জনাই বছৰটো যাতে ভালে ভালে যায়।ডাঙৰ সকলে আশীৰ্বাদ কৰে।সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে।ন-সাজ পিন্ধে প্ৰকৃতিয়ে।কপৌ ফুল,গছত কুঁহিপাত।প্ৰকৃতিয়ে যেন ন-সাজ হে পিন্ধিছে।

Read More

ডিচেম্বৰত ১.‍১৫ লাখ কোটি জিএছটি সংগ্ৰহ

২০২০ বৰ্ষৰ ডিচেম্বৰ মাহত সংগ্ৰহ হোৱা ১.‍১৫ লাখ কোটি জিএছটি সৰ্বকালৰ সৰ্বাধিক বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ঘোষণা কৰিছে। বিগত তিনি মাহত লক্ষাধিক কোটি সংগ্ৰহ হৈছিল যদিও ডিচেম্বৰত সংগৃহীত জিএছটিয়ে অভিলেখ সৃষ্টি কৰিছে। উল্লেখ যোগ্য যে ক'ভিডৰ বাবে মাৰ্চৰ পৰা আগষ্টলৈকে…

Read More
Back To Top