Skip to content

আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান

T20 বিশ্বকাপত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান।হাইভল্টেজ মেচৰ বাবে দুই দেশত ব্যাপক উত্‍কণ্ঠা পৰিলক্ষিত হৈছে।কোহলীৰ নেতৃত্বত ভাৰতৰ বিপৰীতে পাকিস্তানক নেতৃত্ব দিব অধিনায়ক বাবৰ আজমে।টি-২০ বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ সৈতে ভাৰতে খেলিছে ৫খন খেল।এই ৫খন খেলৰ এখনো খেলত বিজয় সাব্যস্ত কৰিব পৰা নাছিল পাকিস্তানে।

Back To Top