skip to Main Content

জম্মু–কাশ্মীৰত দুটাকৈ এনকাউণ্টাৰ! জইছ কমাণ্ডাৰসহ নিহত ৫ সন্ত্ৰাসবাদী


জম্মু–কাশ্মীৰত বিগত ১২ ঘণ্টাত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ দুটাকৈ সংঘৰ্ষ সংঘটিত হয়। এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ৫টাকৈ সন্ত্ৰাসবাদী। এই ৫ সন্ত্ৰাসবাদীৰ ভিতৰত আছে জইছ–ই–মহম্মদৰ কমাণ্ডৰ জাহিদ ৱানী আৰু এটা পাকিস্তানৰ সন্ত্ৰাসবাদী। মৃত সন্ত্ৰাসবাদীকেইটা জইছ–ই–মহম্মদ আৰু লস্কৰ–ই–তৈবাৰ সৈতে জড়িত। দুয়োটা সংঘৰ্ষ পুলৱামা আৰু বডগামত সংঘটিত হয়।

Back To Top