skip to Main Content

শ্বটপূজা উপলক্ষে প্ৰতিটো ঘাটত ভক্তৰ ভীৰ

মহানগৰীৰ প্ৰতিটো ঘাটত ষট পূজাৰ প্ৰস্তুতি। পুৰ্বৰ তুলনাত নাই বিশেষ জাকজমকতা। মুল্যবৃদ্ধি তথা কভিড সৃষ্ট পৰিবেশে জুৰুলা কৰা ভক্ত ভক্তিভাৱেৰে ওলাই আহিছে পুজাৰ বাবে৷ শ্বটপূজা উপলক্ষে উখল মাখল পৰিবেশ ভক্তসকলৰ। পূৱাৰে পৰা প্ৰতিটো ঘাটত ভক্তৰ ভীৰ। কোভিড প্ৰটকল মানি শ্বট…

Read More

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে প্ৰদান পদ্মভূষণ বঁটা।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে প্ৰদান পদ্মভূষণ বঁটা।তৰুণ গগৈৰ হৈ বঁটা গ্ৰহণ কৰিলে পত্নী ডলি গগৈয়ে।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা বঁটা গ্ৰহণ ডলি গগৈৰ। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সাংসদ পুত্ৰ গৌৰৱ গগৈ।আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় ২০২১ চনৰ পদ্ম বঁটা…

Read More

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দিল্লীত উপস্থিত।

দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা সচিব অজিত দুভালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Read More

জল পৰিবহনৰ ক্ষেত্ৰত বৃহত্‍ পদক্ষেপ

আভ্যন্তৰীণ জল পৰিবহনৰ ক্ষেত্ৰত বৃহত্‍ পদক্ষেপ। একেদিনাই মুকলি হ’ল ৪খন কেটামাৰান জাহাজ।পাণ্ডুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে জাহাজকেইখন।MV মেঘনা, MV সুদৰ্শন, MV পদ্মা আৰু MV ইন্দ্ৰ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। ১০০ গৰাকী যাত্ৰী, ৫০খন মটৰ চাইকেল পৰিবহনৰ ক্ষমতা আছে জাহাজকেইখনত।

Read More

অশোক শইকীয়াৰ জামিন মঞ্জুৰ

অশোক শইকীয়াৰ জামিন মঞ্জুৰ।বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন।ঋণ পৰিশোধ কৰা পত্ৰ বেংকৰ পৰা লাভ কৰাৰ পিছতে জামিন মঞ্জুৰ।এছকাৰ্ড বেংকৰ ঋণ অনাদায় গোচৰত গ্ৰেপ্তাৰ কৰিছিল শইকীয়াক।বেংকৰ ৯ লাখ টকাৰ ঋণ পৰিশোধ নকৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।ঋণ পৰিশোধ কৰা বুলি আদালতত পত্ৰ…

Read More

লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ

আজিৰে পৰা হোজাইৰ লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান। দুদিনীয়াকৈ উচ্ছেদ অভিযান সংৰক্ষিত বনাঞ্চলখনত।প্ৰথম পৰ্যায়ত বনাঞ্চলখনৰ ভেটনলা, কমৰপানীত উচ্ছেদ।প্ৰথম দিনা বেদখলকাৰীৰ ৫৫৫টা ঘৰ ভাঙিলে প্ৰশাসনে।লামডিং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৫০০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত।

Read More

৬ ৰাষ্ট্ৰলৈ গুৱাহাটীৰ পৰা চলিব বিমান

‘উড়ান’ আঁচনিৰ অধীনত শীঘ্ৰে ৬ ৰাষ্ট্ৰলৈ গুৱাহাটীৰ পৰা চলিব বিমান। এই কথা জনালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।ASTCত এতিয়া কোনো কেলেংকাৰি নাই বুলি দাবী কৰিলে পাটোৱাৰীয়ে।অধিক ভাড়া লোৱা বাছৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰো আশ্বাস দিলে পাটোৱাৰীয়ে।

Read More

মহানগৰীৰ ISBTৰ সমীপত পথ দুৰ্ঘটনা

মহানগৰীৰ ISBTৰ সমীপত পথ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ তলত সোমাল বাইকসহ আৰোহী।থিতাতে নিহত সুধীৰ ৰয় নামৰ বাইক আৰোহী।সুধিৰ ৰয়ৰ ঘৰ বিহপুৰীয়াত বুলি জানিব পৰা গৈছে।

Read More

বেলতলা হত্যাকাণ্ডৰ নতুন মোৰ।

বেলতলা হত্যাকাণ্ডৰ নতুন মোৰ।আদালতত হাজিৰ কৰা সময়ত চাঞ্চল্যকৰ স্বীকাৰোক্তি অভিযুক্ত আকাশ চৌধুৰীৰ। আদালতত আকাশ চৌধুৰীয়ে ক’লে, ‘‘মই হত্যা কৰা নাই, আৰক্ষীৰ মাৰৰ কোবত মই হত্যাৰ কথা স্বীকাৰ কৰিছিলো। আৰক্ষীয়ে মোক মাৰি মাৰি খোজ কাঢ়িব নোৱাৰা কৰি দিছিল। মই সন্তানৰ শপত খাই কৈছো,…

Read More

২০২০ চনৰ পদ্ম বঁটা প্ৰদান

২০২০ চনৰ পদ্ম বঁটা প্ৰদান।ৰাষ্ট্ৰপতি ভৱনত বঁটা প্ৰদান অনুষ্ঠান। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিছে বঁটা। মুঠ ১১৯ জনক বঁটা প্ৰদান কৰে। তাৰে৭ জনক পদ্ম বিভূষণ আৰু ১০ জনক পদ্মভূষণ বঁটা প্ৰদান কৰে। ১০২ জনক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।বঁটাপ্ৰাপকসকলৰ ভিতৰত…

Read More
Back To Top