skip to Main Content

মহানগৰীৰ ছয়মাইলত ৰ’লাৰ স্কেটিং।

মহানগৰীৰ ছয়মাইলত ৰ’লাৰ স্কেটিং। অসমভিত্তিত অনুষ্ঠিত হৈছে প্ৰতিযোগিতা। পতাকা উত্তোলনেৰে সভাপতি মনোজ শইকীয়াই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। ৰ’লাৰ স্কেটিং সন্থাৰ উদ্যোগত এই প্ৰতিযোগিতা।

Read More

লামডিং বনাঞ্চলৰ বেদখলস্থলীত কাইলৰ পৰা দুদিন ধৰি চলিব উচ্ছেদ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে লামডিং বনাঞ্চলৰ বেদখলস্থলীত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। কাইলৰ ৰ পৰা দুদিন ধৰি চলোৱা হ'ব উচ্ছেদ। দেওবাৰে বিশাল আৰক্ষী বাহিনীক লগত লৈ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, উপায়ুক্ত অনুপম চৌধুৰী আৰু বন বিভাগৰ শীৰ্ষ বিষয়াই উক্ত স্থান…

Read More

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বাসগৃহত CBIৰ অভিযান

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ বাসগৃহত CBIৰ অভিযান। মহানগৰীৰ সৰুমতৰিয়া বাসগৃহত অভিযান CBI ৰ। এছ কাৰ্ড বেংকৰ ঋণ কেলেংকাৰী ৰ সন্দৰ্ভত হিতেশ্বৰ শইকীয়াৰ পল্টন বজাৰ থানাত ৰুজু হৈছিল গোচৰ। এই সন্দৰ্ভত CBI ৰ অভিযান। ৯ নৱেম্বৰ ত হিতেশ্বৰ শইকীয়াই হাজিৰ…

Read More

গুৱাহাটীত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা৷

গুৱাহাটী গ্ৰন্থমেলা আৰু উত্তৰ-পূব গ্ৰন্থমেলা একেলগে অনুষ্ঠিত হ'ব৷ প্ৰকাশন পৰিষদ আৰু গ্ৰন্থ বিক্ৰেতা সন্থাৰ দ্বাৰা যৌথভাৱে অনুষ্ঠিত হ'ব এইবাৰৰ গ্ৰন্থমেলা৷ ডিচেম্বৰৰ শেষ সপ্তাহত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা৷

Read More

মুম্বাইত অনুষ্ঠিত হব বিধায়কসকলৰ প্ৰশিক্ষণ শিবিৰ

বিজেপিয়ে আয়োজন কৰিছে বিধায়কসকলৰ প্ৰশিক্ষণ শিবিৰ। দলটোক আগুৱাই নিবলৈ বিধায়ক সকলক মুম্বাইত দিয়া হ'ব প্ৰশিক্ষণ। ১২ নবেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ হ'ব এই প্ৰশিক্ষণ। বিজেপিয়ে তিনিদিনীয়াকৈ আয়োজন কৰা এই শিবিৰত বিজেপিৰ সকলো বিধায়কে অংশগ্ৰহণ কৰিব। শিবিৰটোত উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত…

Read More

অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ নতুন অধ্যক্ষ সীমান্ত শেখৰক প্ৰশ্ন জুবিন গাৰ্গৰ।

অসমীয়া চিনেমা নোচোৱাকৈ সীমান্ত শেখৰ কেনেকৈ অসমীয়া হ’ল? ‘অসমীয়া চিনেমা নাচাও বুলি কোৱাটো ভাল কথা নহয়’।অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ নতুন অধ্যক্ষ সীমান্ত শেখৰক প্ৰশ্ন জুবিনৰ। সীমান্ত শেখৰক দায়িত্ব দিয়াৰ পিছত প্ৰতিক্ৰিয়া জুবিন গাৰ্গৰ।জুবিন গাৰ্গে কয় যে, 'সীমান্ত মোৰ  ভাইতিৰ…

Read More

মহানগৰীৰ চানমাৰিত পথ দুৰ্ঘটনা।

মহানগৰীৰ চানমাৰিৰ মামণি ৰয়চম পথৰ সমীপতে এক দুৰ্ঘটনা সংঘটিত হৈছে।দ্ৰুতবেগত অহা এখন বিলাসী বাহনে খুন্দা মাৰে ডিভাইদাৰত।বিলাসী বাহনখনৰ নম্বৰ- AS01-MA-9009।পথ দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা আঁতৰি যায় বাহনখনৰ আৰোহীসকল।প্ৰত্যক্ষদৰ্শীৰ মতে, দ্ৰুতবেগত আছিল বাহনখন।বাহনখনৰ খুন্দাত চানমাৰী-শিলপুখুৰী পথৰ ডিভাইদাৰৰ বিস্তৰ ক্ষতি।যান-বাহন শাখাৰ…

Read More

গুৱাহাটীত পুনৰ হত্যাকাণ্ড।

গুৱাহাটীত পুনৰ হত্যাকাণ্ড।মালিগাঁৱৰ বিপুল কমপ্লেক্সত সংঘটিত হৈছে এই হত্যাকাণ্ড।কমপ্লেক্সটোত উদ্ধাৰ হৈছে চকীদাৰৰ মৃতদেহ।চকীদাৰজনৰ নাম তৰুণ ডেকা।মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এডাল কাঠৰ টুকুৰা।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।

Read More

ৰাজ্যত পুনৰ জব্দ ড্ৰাগছ

ৰাজ্যত আৰক্ষীৰ অব্যাহত আছে ড্ৰাগছবিৰোধী অভিযান। ইয়াৰ মাজতে আজি দুপৰীয়া এক তথ্যৰ ভিত্তিত হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিসহ ক্ৰাইম ব্ৰাঞ্চৰ দলে ডনবস্ক' স্কুলৰ সমীপত অভিযান চলাই হেৰ'ইনভৰ্তি তিনিটা চাবোনৰ বাকচ জব্দ কৰে। জব্দকৃত হেৰ'ইনৰ বজাৰ মূল্য আনুমানিক দুই লাখ…

Read More

৫২ সংখ্যক ইণ্ডিয়ান পেনোৰমাৰ IFI বঁটাৰ বাবে নিৰ্বাচিত আইমী বৰুৱাৰ ছবি।

ইণ্ডিয়ান পেনোৰমালৈ নিৰ্বাচিত আইমী বৰুৱাৰ ছবি। ৫২ সংখ্যক ইণ্ডিয়ান পেনোৰমাৰ IFI বঁটাৰ বাবে নিৰ্বাচিত।ডিমাছা ভাষাত নিৰ্মিত ছেমখৰ ছবিৰ বাবে এই মনোনয়ন।২০ নৱেম্বৰৰ পৰা গোৱাত অনুষ্ঠিত হ’ব ছবি মহোত্‍সৱ। ছবিখনত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছে আইমী বৰুৱাৰ।

Read More
Back To Top