skip to Main Content

GMCHৰ পৰা লৈ যোৱা হ’ল IPS বিষয়া ৰৌনক আলী হাজৰিকাক

সুস্থ হৈ GMCHৰ পৰা ওলাল নিলম্বিত DIG ৰৌণক আলী।পাণবজাৰ থানাৰ লক-আপত অসুস্থ হৈছিল ৰৌণক আলী। কিছুদিন পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈছিল GMCHত।ৰৌণক আলীক পুনৰ জিম্মাত ল’লে চি এম ভিজিলেঞ্চে।

Read More

নৱমীত পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম

নৱমীত পুনৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। দাম বৃদ্ধিৰ পিছত ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’ল দাম এতিয়া ১০৪.৭৯ টকা আৰু ডিজেলৰ দাম ৯৩.৫২ টকা।গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০০.৭৪ টকা আৰু ডিজেলৰ দাম ৯৩.১৬ টকা।

Read More

মহানগৰীৰ ভঙাগড়ত অগ্নিকাণ্ড।

মহানগৰীৰ ভঙাগড়ত অগ্নিকাণ্ড।কেইবাটাও বাসগৃহ জাহ গৈছে জুইত।জিএমচিএইচৰ সমীপতে সংঘটিত এই অগ্নিকাণ্ড।জুই নিৰ্বাপন কৰিছে অগ্নিনিৰ্বাপক বাহিনীয়ে।

Read More

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং অসুস্থ।

বুধবাৰে নিশা দিল্লীৰ এইমছত ভৰ্তি কৰা হৈছে প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীক। জ্বৰ হোৱাৰ পাছতে ড০ সিঙক ভৰ্তি কৰা হয় এইমছত।প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্বাস্থ্যৰ বুজ ল’বলৈ দিল্লী এইমছত উপস্থিত হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাবীয়া।

Read More

আজি মহানৱমী।

আজি শাৰদীয় দুৰ্গা পূজাৰ মহানৱমী। প্ৰবাদ মতে মহাশক্তি দুৰ্গাই মহিষাসুৰ বধৰ বাবে আজি লৈছিল মহিষমৰ্দিনী ৰূপ আৰু সংহাৰী যুঁজখনৰ আজি আছিল অন্তিম দিন। দেৱী দুৰ্গাই সমস্ত শক্তিৰে নৱমীৰ শেষ ক্ষণত অমোঘ অস্ত্ৰৰে প্ৰহাৰ কৰিছিল মহিষাসুৰক। আৰু দশমীৰ পুৱাই বধ হৈছিল…

Read More

ন’ৰা ফাতেহী আৰু জেক’লিন ফাৰ্ণাণ্ডেজক EDৰ চমন

২০০ কোটি টকাৰ ধন আত্মসাতৰ গোচৰত সুকেশ চন্দ্ৰ শেখৰ আৰু তেওঁৰ পত্নী অভিনেত্ৰী লীনা প’লক ইডিৰ সোধ–পোচ। বৰ্তমান এই গোচৰত নাম সাঙোৰ খাইছে বলিউড ৰ অভিনেত্ৰী ন’ৰা ফাতেহী। ইডিৰ ন’ৰালৈ চমন। আজি দিল্লীস্থ ইডিৰ কাৰ্যালয়ত ন’ৰাক সোধা–পোচা কৰিবলৈ মাতি পঠিওৱা…

Read More

তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদ নৱ শৰণীয়াৰ

ৰাজ্যত উপ- নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈছে ৰাজনৈতিক প্ৰেক্ষাপট ৷ প্ৰতিটো ৰাজনৈতিক দলে অনুষ্ঠিত কৰি আহিছে সভা-সমিতি৷ তামুলপুৰত উপস্থিত হৈ সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচি পৰিষদৰ মিত্ৰতাকলৈও মন্তব্য কৰে৷ দলৰ প্ৰাৰ্থী ব্ৰজেন্দ্ৰ কুমাৰ ডেকাক তেওঁ কয়…

Read More

কোভিড আক্ৰান্ত হ’ল হিমা দাস।

ধিং এক্সপ্ৰেছ হিচাপে খ্যাত হিমাৰ দেহত মঙ্গলবাৰে কোভিডৰ উপস্থিতি ধৰা পৰে।পাটিয়াাস্থিত ছাইত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল হিমাই।পাটিয়ালাত হিমাই পৰৱৰ্তী এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছৰ বাবে প্ৰস্তুতি চলাই আছিল।বৰ্তমা পাটিয়ালাতে আছে এথলিটগৰাকী।

Read More

আজি মহা অষ্টমী

আজি মহা অষ্টমী। পূজামণ্ডপ, দেৱ-দেৱালয়ত পুৱাৰে পৰা ভক্তৰ ভিৰ। আজি পুৱাৰে পৰা অনুষ্ঠিত অষ্টমী পূজা। নিশা ১১.২৪ বজাৰ পৰা ১২.১২ বজালৈকে অনুষ্ঠিত হ’ব সন্ধি পূজা। অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত হোৱা সন্ধি পূজাত দেৱী দুৰ্গালৈ বলি আগবঢ়োৱা হয়।

Read More

২ বছৰৰ পৰা ১৮ বছৰৰ বয়সৰ শিশু, কিশোৰৰ বাবে কোভিড ভেকচিন

দেশত অতি শীঘ্ৰে শিশুক প্ৰদান কৰা হ’ব কোৰোনাৰ ভেকচিন। শিশুৰ বাবে নিৰ্মাণ কৰি উলিওৱা কোৰোনাৰ ভেকচিনত অনুমোদন প্ৰদান কৰিছে বিশেষজ্ঞ কমিটীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়য়ে শিশুসকলৰ বাবে ভাৰত বায়োটেকৰ ভেকছিনৰ অনুমোদন প্ৰদান কৰিছে।ভাৰত বায়োটেক ভেকছিন এতিয়া দেশত ২ ৰ পৰা ১৮…

Read More
Back To Top