Skip to content

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সাংসদ গৌৰৱ গগৈ

পবিত্ৰ ভাদ মাহত গুৰুজনৰ চৰণত সেৱা জনোৱাৰ অৰ্থে কলিয়াবৰ সাংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হয় ভাদমহীয়া পালনামত। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত সাংসদগৰাকীয়ে নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনা চৰকাৰৰ হেমাহীৰ ফলতে সংঘটিত হৈছে বুলি মন্তব্য কৰি কেৱল মিডিয়াক সন্তুষ্ট কৰিবলৈহে চৰকাৰখনে…

Read more

চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱাৰ বাসগৃহত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

নিমাতীঘাটত সংঘটিত ভয়াবহ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা সু চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱাৰ যোৰহাটৰ বৰুৱা চাৰিআলিৰ বাসগৃহত আজি আগবেলা উপস্থিত হৈ পৰিয়ালৰ লোকৰ দুখৰ সমভাগী হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। চিকিৎসক গৰাকীক উদ্ধাৰৰ বাবে ইতিমধ্যে অভিযান অব্যাহত আছে।সকলোৰে আদৰৰ চিকিৎসক গৰাকী…

Read more

HSৰ প্রথম বৰ্ষৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি

১৮ ছেপ্টেম্বৰলৈ বৃদ্ধি নামভৰ্তিৰ সময়সীমা।২০ ছেপ্টেম্বৰত পুনৰ মুকলি কৰা হ’‍ব দৰ্পণ ডিজিটেল প’ৰ্টেল।আসন নোপোৱা, আবেদন নকৰা শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন।২২ ছেপ্টেম্বৰৰ ভিতৰত তেনে শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। www.darpan.ahseconline.in ৱেবছাইট যোগে শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন।২৩-২৪ ছেপ্তেম্বৰৰ ভিতৰত প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰিব লাগিব…

Read more

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়

মুছলমান লোকৰ হিন্দু মহিলাৰ সৈতে দ্বিতীয় বিবাহ অবৈধ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়। বিশেষ বিবাহ অধিনিয়ম মতে মান্যতা দিয়া নহয় এই বিবাহক। ইছলামিক আইন মতেও মান্যতা নাই এই বিবাহৰ। মুছলমান লোকে দ্বিতীয় বিবাহ কৰা এগৰাকী হিন্দু মহিলাৰ আবেদনৰ ভিত্তিত এই…

Read more

ছয়গাঁৱত পুত্ৰই হত্যা কৰিলে পিতৃক

ছয়গাঁৱৰ ২নং আমত'লাত পুত্ৰই হত্যা কৰিলে পিতৃক।পুত্ৰ মনোজে হত্যা কৰে পিতৃ শ্ৰীমন্ত দাসক।আৰক্ষীয়ে হত্যাকাৰী পুত্ৰ মনোজে দাসক গ্ৰেপ্তাৰ কৰিছে।

Read more

আজি মুকলি হ’ল বশিষ্ঠ ভূতনাথ শ্মশানৰ নতুন উদ্যান

সম্পূৰ্ণ নতুন ৰূপত বশিষ্ট ভূতনাথ শ্মশান। বশিষ্ঠবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল। আজি মুকলি কাৰ হয় বশিষ্ঠ ভূতনাথ শ্মশানৰ নতুন উদ্যান। ৬ মাহ পূৰ্বে আৰম্ভ হৈছিল নিৰ্মাণৰ কাম। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১২ বজাত মুকলি কৰে পুখুৰীসহ, নতুন…

Read more

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অস্কাৰ ফেণ্ডাডিজৰ মৃত্যু।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অস্কাৰ ফেণ্ডাডিজৰ মৃত্যু।৮০বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।মাংগালুৰুৰ এখন হস্পাতালত মৃত্যু হয় ।কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছী নেতাৰ লগতে বহু ৰাজনীতিবিদে।

Read more

নিশা মহানগৰীত ATM ভাঙিলে যুৱকে

পুৱতি নিশা মহানগৰীত ATM ভাঙিলে নিচাসক্ত যুৱকে।ভাঙিলে মহানগৰীৰ খ্ৰীষ্টানবস্তিত থকা HDFC বেংকৰ ATM।দিছপুৰ আৰক্ষীয়ে আটক কৰিছে ATM ভঙা এজন যুৱকক।ATM ভঙা যুৱকজনৰ দেহত আঘাতৰ চিন।আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

Read more

সোমবাৰে তিতাবৰত মৃত নাহৰফুটুকী উদ্ধাৰ।

তিতাবৰত সোমবাৰে এটা মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ কৰা হৈছে।তিতাবৰৰ ভাগ্যলক্ষী গাঁৱত এজন লোকৰ কুঁৱাত উদ্ধাৰ হৈছে নাহৰফুটুকী। নিশা কুঁৱাত পৰি মৃত্যু নাহৰফুটুকীটোৰ।তিতাবৰ বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃত্যু হোৱা বাঘটোৰ বয়স প্ৰায় ৫ বছৰ বুলি…

Read more

আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ।

আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ। বিয়লি ২ বজাত শপত গ্ৰহণ পেটেলৰ। শপতগ্ৰহণ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি উপস্থিত থাকে ভালেকেইজন নেতা। ভূপেন্দ্ৰ পেটেল হ'ব গুজৰাটৰ সপ্তদশ মুখ্যমন্ত্ৰী।

Read more
Back To Top