কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় কৰা হ’ব স্থানান্তৰ।
কাছাৰীত থকা বৰ্তমানৰ উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰা হ’ব ৰূপনগৰলৈ।ৰূপ নগৰ নতুনকৈ নিৰ্মাণ কৰিব ৫ মহলীয়া মহলীয়া নতুন উপায়ুক্ত কাৰ্যালয়।প্ৰকাশিত খবৰ মতে অসমত মুঠ ১০ টা নতুন উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰা হ’ব।১০ বিঘা মাটিত নিৰ্মাণ হ’ব নতুন কাৰ্যালয়।তিনি বছৰত সম্পূৰ্ণ হ’ব…