skip to Main Content

ভাৰতৰ সংকটৰ সময়ত আমেৰিকা ভাৰতৰ সৈতে থাকিব

আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পে চীনক দৃঢ়ভাৱে কৈছে যে ভাৰতৰ সৈতে চীনে কৰা যিকোনো চুক্তিৰ সময়ত আমেৰিকা ভাৰতৰ সৈতে থাকিব। ভাৰতৰ যিকোনো সংকটৰ সময়ত আমেৰিকাই ভাৰতক যথপৰোনাস্তি সহায় কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। ভাৰত আৰু আমেৰিকাৰ নিৰাপত্তা আৰু প্ৰতিৰক্ষা…

Read More

ত্ৰিপুৰাত ৯ টা ৰাষ্ট্ৰীয় ঘাইপথ আৱন্তন নিতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নিতিন গাডকাৰীয়ে মঙলবাৰে ত্ৰিপুৰাত ২৭৫২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৯ টা ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন কৰে। ‘‘ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু জেনেৰেল ভিকে সিঙৰ…

Read More

লাভ জেহাদ : প্ৰেম প্ৰত্যাখ্যানৰ বাবে গুলীয়াই হত্যা প্ৰেমিকাক

প্ৰথমে যুৱতীক জোৰ কৰি গাড়ীত তোলাৰ চেষ্টা আৰু তাৰ পিছতে গুলীয়াই হত্যা । হাৰিয়ানাৰ ফৰিদাবাদ জিলাৰ বল্লভগড়ত সোমবাৰে সংঘটিত হয় এনে এক ঘটনা । কলেজৰ শিক্ষাৰ্থীগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও বচাব নোৱাৰিলে চিকিৎসকে । ইয়াৰ পিছতে চিচিটিভি ফুটেজৰ পৰা মূল…

Read More

NRC : উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জমিয়েত উলেমাৰ

NRC ৰ পৰা ১০ হেজাৰ অযোগ্য বিবেচিত লোকৰ নাম কৰ্তনৰ নিৰ্দেশ দিছিল এনআৰচিৰ সমন্বয়ক হিতেশ দেৱশৰ্মাই। যোৱা ১৩ অক্টোবৰত ৰাজ্যিক সমন্বয়কগৰাকীয়ে জিলা উপায়ুক্ত আৰু জিলা পঞ্জীয়কসকললৈ প্ৰেৰণ কৰিছিল এই নিৰ্দেশ। সমন্বয়ক হিতেশ দেৱশৰ্মাৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ…

Read More

কিমাশ্বৰ্যম,খিলঞ্জীয়াৰ অধিকাৰ কাঢ়িলে কেন্দ্ৰীয় চৰকাৰে

জম্মু-কাশ্মীৰৰ খিলঞ্জীয়া জনসাধাৰণৰ ভূমিৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিলে কেন্দ্ৰই। কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰত পৌৰ আৰু নগৰীয়া এলেকাত এতিয়াৰে পৰা যিকোনো ভাৰতীয় লোকে মাটি ক্ৰয় কৰিব পাৰিব। মাটি ক্ৰয় কৰিবলৈ স্থানীয় বাসিন্দা হোৱাৰ প্ৰয়োজন নহ’ব। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই জানিবলৈ দিছে যে…

Read More

UPSC ৰ ফলাফল ঘোষণা৷

ঘোষণা হল অসামৰিক সেৱা ইউ পি এছ চিৰ ফলাফল৷COVID 19 ৰ বাবে বিলম্ব হোৱা UPSC ৰ ফলাফল আজি ঘোষণা কৰিলে কৰ্তৃপক্ষই৷পৰীক্ষাৰ্থী সকলে উক্ত পৰীক্ষাৰ ফলাফল লাভ কৰিব upsc.gov.in ৱেবছাইটৰ জৰিয়তে৷এইবছৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল একলাখৰ অধিক পৰীক্ষাৰ্থী৷COVID19ৰ বাবে বিলম্ব হোৱা UPSCৰ…

Read More

ফিফাৰ ৰেফাৰী নিৰ্বাচিত মেঘালয়ৰ মহিলা আৰক্ষী৷

মেঘালয়ৰ এগৰাকী আৰক্ষী কনিষ্টবল ফিফাৰ আন্তৰাষ্ট্ৰীয় ৰেফাৰী নিৰ্বাচিত হোৱাত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল প্ৰেমীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷মেঘালয়ৰ জোৱাই টাউন ৱেষ্ট জয়ন্তীয়া হিলছৰ বাসীন্দা তথা মেঘালয় আৰক্ষীৰ মহিলা কনিষ্টবল ৰিহোলাং ধৰে ফিফাৰ ৰেফাৰী নিৰ্বাচিত হৈছে৷ফিফাৰ ৰেফাৰী নিৰ্বাচিত হোৱা ধৰক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়েও…

Read More

২০ লাখ টকাত বিক্ৰী গ’ল JEE পৰীক্ষাৰ স্বাভিমান

এছ আই কেলেংকাৰিৰ পিছত এইবাৰ বিতর্কত সাঙোৰ খাই পৰিছে যোৱা ৫ ছেপ্ঢেম্বৰত অনুষ্ঠিত JEEৰ মেইনছ পৰীক্ষা৷ অভিযান্ত্রিকৰ প্রৱেশ পৰীক্ষাত নবহাকৈ এগৰাকী ছাত্র উত্তীর্ণ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি, ডাঃ জ্যোতির্ময় দাসৰ পুত্র নীল নক্ষত্র দাসে জেইইৰ মেইনছৰ প্রৱেশ…

Read More

ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ পোষকতা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ

দলবদ্ধ ধর্ষণ হৈছে হত্যাকাণ্ডতকৈ নিকৃষ্ট আৰু জঘন্য অপৰাধ। ভাৰতীয় দণ্ড বিধিৰ ৩৭৬ (ডি) ধাৰাৰ সংশােধন ঘটাই এই অপৰাধৰ শাস্তি মৃত্যুদণ্ড ধার্য কৰা উচিত । এই মত পােষণ কৰিলে কর্ণাটক উচ্চ ন্যায়ালয়ে। নেছনেল ল’ স্কুল অৱ ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ দলবদ্ধ…

Read More

আগৰ কাশ্মীৰ ঘূৰাই লাগে মেহবুবা মুফতিক

গৃহ বন্দিত্বৰ পৰা মুক্তি লাভ কৰাৰ ১০ দিন পিছত কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা পিডিপি নেত্রী মেহবুবা মুফ্তি৷ নেত্রীগৰাকীয়ে উল্লেখ কৰিছে যে জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰাৰ ক্ষমতা কেন্দ্রীয় চৰকাৰৰ নাই৷ এখন সংবাদ মেল…

Read More
Back To Top