Skip to content

গুইজানৰ স্কাইলেণ্ডৰ ঘটনাৰ আজি শুনানি

গুইজানৰ স্কাইলেণ্ডৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণাৰ পিছতেই তিনিচুকীয়া জিলা প্ৰশাসনৰ আজি শুনানি। জিলাখনৰ অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী মনজিৎ বৰকাকতিয়ে শুনানি গ্ৰহণ কৰে সমগ্র ঘটনাৰ। ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ লগতে ইচ্ছুক ব্যক্তিক আজি ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ নিজৰ জবান বন্দী…

Read more

গাঁওৰক্ষী বাহিনীৰ ৭৩ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস

দেৰগাঁৱত আয়োজন কৰা হয় সদৌ অসম গাঁওৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱসৰ ৰাজ্যিক অধিৱেশনত উপস্থিত থাকে মুখ্যমন্ত্ৰী।গাঁওৰক্ষী বাহিনীক জীৱন্ত, প্ৰাণৱন্ত সংগঠনলৈ ৰূপান্তৰ কৰিব লাগিব।ডাইনী হত্যা বন্ধ কৰাতো নিশ্চিত কৰিবলৈ আৰু জনতাৰ প্ৰতি সংবেদনশীল হ’বলৈ আৰক্ষীলৈকো আহ্বান মুখ্যমন্ত্ৰীৰ।দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত দুদিনীয়াকৈ এই…

Read more

কংগ্ৰেছী নেতা সকল এতিয়া কবি

ভূপেন বৰাৰ পাছত ভৱানী কলিতাৰ কবিতা ।কবিতাটো হাজৰিকাৰ ওপৰত লিখা হৈছে।কবিতাটো পঢ়ি চাওঁক মই হ'লো হাজৰিকা এৰা গেৰা নহও মই ঠেং ভাঙি দিও আৰু পানীৰে জুই জ্বলাও বহু ওপৰৰ মাল মই হাজৰিকা দেউতা আছিল কংগ্ৰেছী মইও আছিলো কংগ্ৰেছী কংগ্ৰেছত থাকি…

Read more

গুৱাহাটীৰ মেঘদুত ভৱনত চুৰি কাণ্ড

গুৱাহাটীৰ পাণবজাৰস্থিত ডাক বিভাগৰ মুখ্য কাৰ্যালয় মেঘদুত ভৱনত চুৰি কাণ্ড। নিশা ১২ বজাৰ পিছত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। নিশা নিৰাপত্তাৰক্ষী থকা সত্বেও এই চুৰিকাণ্ড সংঘটিত হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

Read more

মোহন ভাগৱত আৰু হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

RSS প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। শিলচৰত অনুষ্ঠিত হ'ব মোহন ভাগৱত আৰু হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। ৩০ জানুৱাৰীত অনুষ্ঠিত হব বৈঠক। বৰ্তমান শিলছৰত আছে RSSৰ শীৰ্ষ নেতাজন। মোহন ভাগৱতক লগ ধৰিবলৈ শিলছৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

Read more

অৱশেষত গ্ৰেপ্তাৰ হ’ল কৰ্তব্যৰত নাৰ্চক যৌন নিৰ্যাতন চলোৱা চিকিৎসক

অৱশেষত গ্ৰেপ্তাৰ হ’ল কৰ্তব্যৰত নাৰ্চক যৌন নিৰ্যাতন চলোৱা চিকিৎসক। গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত শোধনাগাৰ হাস্পতালৰ চিকিৎসক ভাস্কৰ কুমাৰ বৰুৱাক ২৮ জানুৱাৰী শুকুৰবাৰে নিশা বাইহাটা চাৰিআলীৰ কমলপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।২৫-২৬ জানুৱাৰীৰ নিশা এগৰাকী নাৰ্চক কৰ্তব্যৰ মাজতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ…

Read more

মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।হায়াত হাস্পতালৰ কাষত উদ্ধাৰ হৈছে এটি মৃতদেহ

মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।হায়াত হাস্পতালৰ সমীপত উদ্ধাৰ ৫০ উদ্ধৰ ব্যক্তিৰ মৃতদেহ।মৃতদেহটো ২২বছৰ ধৰি অসমত বাস কৰা ৰামচন্দ্ৰ বৈঠাৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে।তেওঁ পেচাত এজন ধোবা আছিল।

Read more

এতিয়াৰে পৰা আৰক্ষীৰ খাকী পোছাকৰ বেজত অসমীয়াত লিখা থাকিব নাম আৰু পদবী।

এতিয়াৰে পৰা আৰক্ষীৰ খাকী পোছাকৰ বেজত অসমীয়াত লিখা থাকিব নাম আৰু পদবী।শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা কনিষ্টবললৈকে সকলোৰে বেজত থাকিব অসমীয়াত নাম।মহানগৰীৰ যুতীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই আৰম্ভ কৰিছিল এই অভিযান।অনাগত ১০ দিনৰ ভিতৰত কামৰূপ মহানগৰ জিলাত কাৰ্যৰুপায়িত হ'ব এই পদক্ষেপ।ৰাইজৰ…

Read more

১২৮ বছৰ অতিক্ৰম কৰিলে ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহে

১২৮ বছৰ অতিক্ৰম কৰিলে ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহে।দৰঙৰ পথৰুঘাটত মাটিৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে কৰা প্ৰতিবাদত কৃষকৰ ওপৰত গুলীচালনা কৰিছিল।হিন্দু-মুছলমানকে ধৰি থিতাতে নিহত হৈছিল ১৪০জন লোক।পথৰুঘাটৰ কৃষক ৰাইজৰ এই ত্যাগ সকলোৰে বাবে অবিস্মৰণীয়।আজি দৰঙত অনুষ্ঠিত হ'ব বিশেষ অনুষ্ঠান।

Read more

জালুকবাৰীত আটক দুই দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত অসম আৰক্ষীৰ অভিযান। শুকুৰবাৰে পুৱাই মহানগৰীত পশ্চিম গুৱাহাটী আৰক্ষীৰ স্পেচিয়েল অপাৰেচন গ্ৰুপ SOG, ক্ৰাইম ব্ৰাঞ্চ তথা জালুকবাৰী আৰক্ষী চকীৰ এটা দলে অভিযান চলায়। অভিযানত জালুকবাৰী ৰে'লৱে ফ্লাই অভাৰৰ সমীপত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে দুটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে…

Read more
Back To Top