Skip to content

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিথি উপলক্ষে বটদ্ৰৱা থানত ধিং এক্সপ্ৰেছ হিমা দাস

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বটদ্ৰৱা থানত সেৱা ল'য় ধিং এক্সপ্ৰেছ হিমা দাসে। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে শংকৰদেৱ তিৰোভাৱ তিথি উৎসৱটি বটদ্ৰৱা থানত গুৰু কীৰ্তন হিচাপে পালন কৰা হয়। বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি…

Read more

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় কৰা হ’ব স্থানান্তৰ।

কাছাৰীত থকা বৰ্তমানৰ উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰা হ’ব ৰূপনগৰলৈ।ৰূপ নগৰ নতুনকৈ নিৰ্মাণ কৰিব ৫ মহলীয়া মহলীয়া নতুন উপায়ুক্ত কাৰ্যালয়।প্ৰকাশিত খবৰ মতে অসমত মুঠ ১০ টা নতুন উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰা হ’ব।১০ বিঘা মাটিত নিৰ্মাণ হ’ব নতুন কাৰ্যালয়।তিনি বছৰত সম্পূৰ্ণ হ’ব…

Read more

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। শংকৰদেৱৰ তিৰোভাৱ তিথি উৎসৱটি বটদ্ৰৱা থানত ‘গুৰু কীৰ্তন’ হিচাপে পালন কৰা হয়।এই উৎসৱটো দুদিনীয়া কাৰ্যসূচীৰে…

Read more

সুধাকণ্ঠ ৯৫ সংখ্যক জন্মবাৰ্ষিকী।

সুধাকণ্ঠ, ভাৰতৰত্ন, ড০ ভূপেন হাজিৰকাৰ আজি ৯৫ সংখ্যক জন্মবাৰ্ষিকী। এই ওপজা দিনটোত শিল্পীগৰাকী সমগ্ৰ অসমবাসীয়ে গীত-মাত-কথাৰে তেওঁক স্মৰণ কৰিব। শিল্পীগৰকাৰীৰ গুণমুগ্ধ তথা অনুৰাগীসকলে তেওঁৰ এই জন্ম বাৰ্ষিকী আড়ম্বৰপূৰ্ণভাৱে পালন কৰিছে।পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখৰিত হৈছে মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজিৰে। উল্লেখ্য…

Read more

ৰাজ্য ত এইবাৰ অনুষ্ঠিত হ’ব দুৰ্গাপূজা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা। ৰাজ্যত এইবাৰ অনুষ্ঠিত কৰিব পাৰিব দূৰ্গা পূজা। সাৱধানতা অৱলম্বন কৰি পাতিব পাৰিব পূজা।

Read more

নিমাটি ঘাটত ভয়ংকৰ নাও দূৰ্ঘটনা।

মাজুলী অভিমুখে অহা এখন ফেৰী দুৰ্ঘটনা হয়। দুখন নাৱৰ মাজত সংঘৰ্ষ হোৱাৰ ফলতেই এই নাও দুৰ্ঘটনা। ফেৰীখনত ডেৰ শতাধিক যাত্ৰী আৰু ৩৫ খনৰো অধিক বাইক আছিল। কিমান যাত্ৰী নিহত হৈছে এতিয়াও জানিব পৰা হোৱা নাই। ৩৫ জন যাত্ৰী সাতূৰি পাৰ…

Read more

ঢেকীয়াখোৱা বৰ নামঘৰত মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন

আজি মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। সমগ্র ৰাজ্যৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয়। চৰকাৰী প্ৰট'কলৰ মাজত ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত গুৰুজনাৰ তিথি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়। পুৱা নাম প্ৰসংগৰ পাছতেই গুৰুজনাৰ তিথি…

Read more

অসমত তৃণমূল কংগ্ৰেছ কমিটি গঠন।

অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ কমিটি গঠন।উপ-নিৰ্বাচনৰ সকলো সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব তৃণমূল কংগ্ৰেছে।চাৰিটা সমষ্টিত জয়ী হোৱাৰ লক্ষ্য তৃণমূল কংগ্ৰেছৰ।কমিটি খনৰ সভাপতি:ভবানন্দ ডেকা।সাধাৰণ সম্পাদক:ৰতন বৰুৱা।উপদেষ্টা:সুস্মিতা দেব আৰু অজিত শৰ্মা।

Read more

ADC-ৰাজহ চক্ৰ বিষয়াৰে মুখ্যমন্ত্ৰীৰ সন্মিলন।

ADC-ৰাজহ চক্ৰ বিষয়াৰে মুখ্যমন্ত্ৰীৰ সন্মিলন।ৰাজ্যৰ পৰা নাইকীয়া হ'ব লাগিব দালালৰাজ।দালালবোৰক গামোচা পিদ্ধাই বিদায় দিব লাগিব এতিয়াৰ পৰা।৭ অক্টোবৰৰ ভিতৰত নোশোৱাকৈ হ'লেও সকলো ফাইলৰ কাম সম্পূৰ্ণ কৰা নিদেশ মুখ্যমন্ত্ৰীৰ।

Read more

আন্তৰ্জাতিক বজাৰত অসমৰ সাফল্য

আন্তৰ্জাতিক বজাৰত অসমৰ সাফল্য। বিদেশলৈ ৰপ্তানি ষ্টীলৰ কেঁচামাল। ইটালী লৈ 21590MT লেম কয়লা। Mahalaxmi Continental Limited ৰ উদ্যোগত ৰপ্তানি। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত গঢ়ি তোলা ACCIAIERIE D' ITALIA SPA নামৰ নিৰ্মাণ প্ৰতিস্থান তোৰ উদ্যোগত উৰিষ্যা আৰু পশ্চিম বংগটো আৰম্ভ হৈছে ব্যৱসায়।…

Read more
Back To Top