skip to Main Content

আজি অসমত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়া আজি দিনজোৰা কাৰ্যসূচীৰে অসমত উপস্থিত হয়। দলৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত সকলো কোষৰ আহ্বায়ক, সহ-আহ্বায়ক সকলৰ সৈতে বৈঠক মিলিত হয়।তাৰ পাছত আন এখন বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী,মন্ত্ৰী আৰু বিধায়ক সকলে।

Read More

ৰঙ বিৰঙী ফাকুৰে ভৰি পৰিছে মহানগৰৰ বজাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৌলোৎসৱৰ উছাহ।দৌলোৎসৱ উপলেক্ষ উখল মাখল পৰিৱেশ।ৰঙ বিৰঙৰ আবিৰেৰে ভৰি পৰিছে ফাঁকুৱাৰ বজাৰ।মহানগৰীৰ ফাঁকুৱাৰ বজাৰ পৰা।

Read More

আজি গুৱাহাটী ক্লাৱত ১১টা দল সংগঠনৰ প্ৰতিবাদ সাব্যস্ত।

ৰেলৱেৰ মাটি বণিয়াক হস্তান্তকৰণ আৰু জাগীৰোডৰ কাগজ কল দুটাৰ পুনৰুজ্জিত কৰণৰ পৰিপেক্ষীততে আজি গুৱাহাটী ক্লাৱত ১১টা দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰেে।

Read More

The Kashmir Files উপভোগ কৰিবলৈ PVR চিনেমা হলত উপস্থিত মুখ্যমন্ত্ৰী

The Kashmir Files উপভোগ কৰিবলৈ PVR চিনেমা হলত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ BJP, AGP আৰু UPPLৰ প্ৰতিজন মন্ত্ৰী-বিধায়ক।

Read More

ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমবাৰৰ বাবে ৯০মিটাৰ দৈৰ্ঘৰ মালবাহী জাহাজ

ব্ৰহ্মপুত্ৰত পোন প্ৰথমবাৰৰ বাবে আহি পাইছে ৯০মিটাৰ দৈৰ্ঘৰ মালবাহী জাহাজ।পশ্চিমবংগৰ হালদিয়াৰ পৰা আহি গুৱাহাটীৰ পাণ্ডু পালেহি মালবাহী জাহাজখন।জাহাজখনে কঢ়িয়াই আনিছে ২০০০ মেট্ৰিক টন ষ্ট্ৰীল।আন্ত্যন্তৰীণ জল পৰিবহন বিভাগে আদৰণি জনাই।১৬ ফেব্ৰুৱাৰীত হালদিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল জাহাজখনে।ফ্লেগ অফ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী…

Read More

আজি গুৱাহাটীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় International Open Grandmasters Chess Tournament

আজি গুৱাহাটীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় International Open Grandmasters Chess Tournament।এই Chess Tournamentখনৰ শুভ আৰম্ভণি কৰে ক্ৰিড়া মন্ত্ৰী বিমল বৰাই।

Read More

আজি মুকলি কৰা হয় হুনাৰ হাট ২০২২।

আজি খানাপাৰাস্হিত ভেটেনাৰী ফ্লিল্ডত মুকলি কৰা হয় হু'নৰ হাট ২০২২।ইয়াত উপস্হিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী ৰঞ্জিত দাস,চন্দ্ৰ মোহন পাটোৱাৰী,সাংসদ কুইন ওজা,Union Minister of Minority Affairs শ্ৰী মুকতাৰ আব্বাছ নকৱি,ভূৱনেশ্বৰ কলিতা,আৰু ভৱেশ কলিতা।

Read More

আজি টাজ ভিভান্তাত এক সংবাদমেল অনুষ্ঠিত হয়।

আজি টাজ ভিভান্তাত এক সংবাদমেল অনুষ্ঠিত হয়।প্ৰধানমন্ত্ৰীৰ Vocal for Local আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বিষয়ে সজাগ কৰাৰ এক প্ৰয়াস।

Read More

গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ত উৎযাপন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।

সকলোৱে ব্যস্ততা ময় জীৱনৰ পৰা অলপ যেন আতৰি গীত গাই আনন্দ ফুৰ্ত্তি কৰিছে।PWD office টো পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।

Read More

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

দেশ-বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন ঠাইত নাৰী দিৱস উদযাপন কৰাৰ লগতে গুৱাহাটী দুঘলীপুখুৰীত গুৱাহাটী পৌৰ নিগমে পালন কৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।

Read More
Back To Top