skip to Main Content

বাৰ্মিংহামত পুনৰ উৰিল ভাৰতীয় পতাকা

কমনৱেলথ গেমছত ভাৰতৰ পুনৰ জয়লাভ। বেডমিণ্টন খেলত ভাৰতীয় খেলুৱৈ 'লক্ষ্য সেন'ৰ স্বৰ্ণপদক লাভ। ইয়াৰ লগে লগে ভাৰত পদক অর্জনৰ তালিকাত বিশ্বৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়।

Read More
Commonwealth

কমনৱেলথত ভাৰত

কমনৱেলথ গেমছত বৰ্তমানলৈ বিশ্বৰ ভিতৰত পঞ্চম স্থান দখল ভাৰতৰ। মুঠ ৪০ টা পদক অৰ্জন ভাৰতৰ। উল্লেখযোগ্য যে খেলৰ চতুৰ্থ দিনা ভাৰতে সৰ্বোচ্চ ১৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

Read More

২ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-আফ্ৰিকাৰ ক্ৰিকেট খেল

২ অক্টোবৰ তাৰিখে ভাৰত আৰু আফ্ৰিকাৰ মাজত দ্বিতীয়খন টি-২০ খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব খেলখন। মুঠ ৪৫,৫০০ দৰ্শকে একেলগে খেলখন উপভোগ কৰিব পাৰিব বুলি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

Read More

চাকৰিত পদোন্নতি স্বৰ্ণপদক বিজয়ী নয়নমণি শইকীয়াৰ

কমনৱেলথত স্বৰ্ণপদক লাভ কৰাৰ পাছতে চাকৰিত পদোন্নতি নয়নমণি শইকীয়াৰ। আজি অসম আৰক্ষীয়ে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কনিষ্টবলৰ পৰা সহকাৰী অধিনায়কলৈ পদোন্নতি নয়নমণি শইকীয়াৰ।

Read More
Commonwealth

কমনৱেলথত পুনৰ উজ্বলিছে অসম কন্যা

কমনৱেলথ গেমছত ভাৰতীয় মহিলা লন বল দলৰ ছেমি ফাইনেলত প্ৰৱেশ। দলটোত আছে অসমৰ নয়নমণি শইকীয়াওঁ। আজি নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ছেমি ফাইনেল।

Read More

কমনৱেলথ গেমছত পুনৰ উজ্বলিল অসম কন্যা লাভলীনা বৰগোঁহাই

অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱ। কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাই। কমনৱেলথত চমক প্ৰদৰ্শন কৰে লাভলীনা বৰগোঁহাইয়ে।

Read More
Beginning Of Birmingham

আজিৰ পৰা বাৰ্মিংহামত কমনৱেলথ গেমছ আৰম্ভ

আজিৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত আৰম্ভ হ'ব কমনৱেলথ গেমছ। এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পৰা ৭ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, এথলেটিকছত হিমা দাস, ভাৰোত্তোলনত পপী হাজৰিকা, লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁই…

Read More

এছিয়া কাপ জয়ী কৰিবলৈ সক্ষম হ’ল ভাৰতীয় হকী টিম

এছিয়া কাপ জয়ী কৰিবলৈ সক্ষম হ'ল ভাৰতীয় হকী টিম।এছিয়া কাপ ২০২২ৰ ভাৰতীয় হকী টিমে ব্ৰঞ্জৰ মেডেল জয়ী কৰিবলৈ সক্ষম হয়।জাৰ্কাতাত অনুষ্ঠিত খেলখনত ভাৰতীয় দলে জাপানক ১-০ গ'লত পৰাস্ত কৰিবলৈ সক্ষম হয়।

Read More
Back To Top