skip to Main Content

আজিৰ পৰা বাৰ্মিংহামত কমনৱেলথ গেমছ আৰম্ভ

Beginning of Birmingham

আজিৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত আৰম্ভ হ’ব কমনৱেলথ গেমছ। এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ পৰা ৭ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা, এথলেটিকছত হিমা দাস, ভাৰোত্তোলনত পপী হাজৰিকা, লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁই অংশগ্ৰহণ কৰিব।

Back To Top