Skip to content

সোণাপুৰৰ নৃশংস হত্যাকাণ্ড।

সোণাপুৰৰ যোগদলত নৃশংস হত্যাকাণ্ড। চোকা দাৰে ঘপিয়াই হত্যা কৰিলে ৰমেন কাঠাৰ নামৰ এজন যুৱকক। হত্যাকাৰী প্ৰফুল্ল বৰা নামৰ লোকজনক আটক সোণাপুৰ আৰক্ষীৰ। বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Read more

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেতা আব্দুল মুহিব মজুমদাৰ অসুস্থ।

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেতা আব্দুল মুহিব মজুমদাৰ অসুস্থ। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন আব্দুল মুহিব মজুমদাৰ৷ উন্নত চিকিৎসাৰ বাবে হাইলাকান্দিৰ পৰা গুৱাহাটীলৈ অনা হৈছিল তেওঁক৷ GHMC ত তেখেতৰ স্বাস্থ্যৰ বুজ ললে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামীৰ লগতে…

Read more

গুৱাহাটীৰ ৰে’ল ষ্টেশ্যনত বাৰ্মিজ চুপাৰিৰ পাহাৰ

দেওবাৰে পল্টনবজাৰ ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি।আগৰতলাৰ পৰা অবৈধভাৱে অনা হৈছিল চুপাৰিখিনি।চুপাৰিখিনিৰ আনুমানিক বজাৰ মূল্য ১ কোটি টকাৰো অধিক।কাঞ্চনজঙ্ঘা নামৰ ৰে'ল খনৰ পৰা জব্দ কৰা হৈছে প্ৰায় ৬৭৯ টা চুপাৰি বেগ।

Read more

ৰাজ্যত ধৰা পৰিছে HIV ৰোগীৰ সংখ্যা।

ৰাজ্যত ধৰা পৰিছে HIV ৰোগীৰ সংখ্যা। এই সন্দৰ্ভত GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মাই জানিব দিয়ে যে ড্ৰাগছ বন্ধ হোৱাৰ লগে লগে ধৰা পৰিছে এই ৰোগ। পূৰ্বে ড্ৰাগছ লোৱা লোক সকল ওলাই অহা নাছিল। এতিয়া আমাৰ হাতত active case 2670 আছে।…

Read more

নাৰেংগী ক্ৰীড়া সন্থাৰ খেল পথাৰত আজিৰেপৰা অনুষ্ঠিত এমাহজোৰা ফুটবল প্ৰশিক্ষণ শিবিৰ

মহানগৰী পাথৰকুৱাৰী স্থিত নাৰেংগী ক্ৰীড়া সন্থাৰ খেল পথাৰত দেওবাৰৰ পৰা আৰম্ভ কৰা হৈছে ফুটবল প্ৰশিক্ষণ শিবিৰ। এমাহ জুৰী চলিব এই ফুটবল প্ৰশিক্ষণ। আজি পুৱাৰভাগত অনুষ্ঠিত হয় মুকলি অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট ক্ৰিয়া সংগঠক যোগেন কলিতা। অনুষ্ঠানিক ভাবে শিবিৰটোৰ মুকলি…

Read more

মুখ্যমন্ত্ৰীৰ চহী জাল।

মুখ্যমন্ত্ৰীৰ চহী জাল কৰা অভিযুক্ত ইমৰাম শ্বাহ হুছেইনক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে।দিল্লী আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হুছেইনক।।দিল্লীত আত্মগোপন কৰি আছিল হুছেইনে।

Read more

আলফা স্বাধীনৰ মহিলা সদস্যা মিটু অসমৰ আত্ম সমৰ্পন

আলফা স্বাধীনৰ মহিলা সদস্যা পূৰ্ণিমা বৰা ওৰফে মিটু অসমৰ আত্ম সমৰ্পন৷ পূনিমা বৰা ওৰফে মিটু অসমৰ ঘৰ গোলাঘাট জিলাৰ সৰু পথাৰ নাজিজুলিত৷ পূৰ্ণিমা বৰাই ২০০২ চনত আলফাত যোগদান কৰিছিল৷ আৰুনাচলত তিনিচুকীয়া আৰক্ষী আৰু আছাম ৰাইফলৰ যৌথ অভিযানত আত্ম সমপন কৰে…

Read more

শুক্ৰবাৰৰ নিশা মহানগৰীৰ শিলপুখুৰীত ভয়াৱহ পথ দুৰ্ঘটনা।

শুক্ৰবাৰৰ নিশা মহানগৰীৰ শিলপুখুৰীত ভয়াৱহ পথ দুৰ্ঘটনা।দ্ৰুতবেগী বালিভৰ্তি ট্ৰাকে মহটিয়ালে স্কুটী আৰোহীক।দুৰ্ঘটনাত নিহত স্কুটী আৰোহী ৰঞ্জন বৈশ্য।নিহত বৈশ্যৰ ঘৰ তামুলপুৰত।ফাৰ্মাচীত কৰ্মৰত আছিল ৰঞ্জন বৈশ্য

Read more

টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ এটা সপোন পূৰ হ’ল।

টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ এটা সপোন পূৰ হ'ল। মাক দেউতাকক বিমানত উঠোৱাৰ এটা সপোন পুহি ৰাখিছিল তেওঁ। শনিবাৰে ৰাতিপুৱা তেওঁ অভিভাৱকসকলক প্ৰথম বিমানেৰে যাত্ৰা কৰোৱায় তেওঁৰ সপোনটো পূৰ কৰে। চোপ্ৰাই টুইট কৰি কয় যে, "আজি মোৰ এটা…

Read more
Back To Top