Skip to content

মহনগৰীত ৰাইজ মেল

বৃহৎ নদী বান্ধৰ বিৰুদ্ধে মহনগৰীত ৰাইজ মেল।মহনগৰীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা ভৱনত ৷অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ৰাইজমেল৷সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে এই ৰাইজমেল।উপস্থিত থাকে কেইবাগৰাকীও নদী বান্ধ বিশেষজ্ঞ আৰু সাংবাদিক,বুদ্ধিজীৱি,বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি ৷

Read more

চন্দ্ৰপৃষ্ঠত বৰফ আৰু পানীৰ সম্ভেদ!ISROৰ তথ্য প্ৰকাশ।

চন্দ্ৰপৃষ্ঠত বৰফ আৰু পানীৰ সম্ভেদ পোৱা গৈছে। চন্দ্ৰপৃষ্ঠত আছে বৃহৎ শিলাখণ্ড আৰু আগ্নেয়গিৰি। ISROয়ে প্ৰকাশ কৰিছে এই তথ্য। চন্দ্ৰযান ২য়ে চন্দ্ৰপৃষ্ঠৰ গৱেষণা কৰি ISROলৈ পঠাইছিল ডাটা। চন্দ্ৰযান ২ য়ে ১০০ কিঃ মিঃ পৰা তুলিছিল চন্দ্ৰপৃষ্ঠৰ আলোকচিত্ৰ। আলোকচিত্ৰত ধৰা পৰিছে পাহাৰ…

Read more

গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ।

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগ।ৰাজ্যপালৰ হাতত দাখিল কৰিলে পদত্যাগ পত্ৰ।উল্লেখ্য যে, গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকীক ধৰি এই বছৰত বিজেপিৰ ৪গৰাকী মন্ত্ৰীয়ে কৰিছে পদত্যাগ।

Read more

মাজুলীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

মাজুলীত ভাৰতীয় জাতীয় কংগ্ৰেছ মাজুলী জিলা সমিতিয়ে আজি জিলা সদৰ গড়মূৰত পালন কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে সদৰ তিনিআলিত পালন কৰে এই অৱস্থান ধৰ্মঘট। অৱস্থানকাৰী সকলে সন্মুখত গান্ধীৰ আলোকচিত্ৰ, হাতে হাতে প্লে কাৰ্ড লৈ,…

Read more

ঝাৰখণ্ডৰ বিধানসভাত নামাজৰ বাবে আছুটীয়া কোঠা! এই ঘটনাৰ পিছতেই জাঙুৰ খাই উঠিছে বিৰোধী।

ঝাৰখণ্ড বিধানসভাত মুছলমান বিধায়ক আৰু শ্ৰমিকৰ বাবে আছুটীয়া কোঠাৰ আৱন্টনৰ ঘোষণা অধ্যক্ষৰ। বিধানসভাৰ অধ্যক্ষৰ ঘোষণাৰ পিছতেই সকলোতে চৰ্চিত হৈ পৰিছে এই কথা। বিধানসভাৰ অধ্যক্ষৰ সিদ্ধান্তৰ বিৰোধীতা বিজেপিৰ।

Read more

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত শ শ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ।

নুমলীগড় শোধনাগাৰৰ কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বাহিনী (CISF) ৰ আবাসিক এলেকাত শুক্ৰবাৰে নিশা উত্তপ্ত পৰিস্থিতি।শোধনাগাৰৰ এজন উপ ঠিকাদাৰ আৰু দুজন শ্ৰমিকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি শনিবাৰে পুৱাই নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত শ শ শ্ৰমিক একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

Read more

কামৰূপ জিলাত পথ দুৰ্ঘটনা,দুজনৰ মৃত্যু।

কামৰূপ জিলাৰ বিহদিয়াত পথ দুৰ্ঘটনা।এম্বুলেন্স আৰু টেম্পোৰ মাজত সংঘৰ্ষত দুজনৰ মৃত্যু হয় আৰু আহত হয় ৭জন যাত্ৰী ।নিহত দুয়োগৰাকী মহিলা আহিছিল টেম্পোত।বাইহাটা চাৰিআলি অভিমুখে অহি আছিল টেম্পোখন।

Read more

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ আবকাৰী অধীক্ষক ।

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ'ল আবকাৰী অধীক্ষক।কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমনজ্যোতি বৰাক গ্ৰেপ্তাৰ।২৫হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ।ভিজিলেন্স আৰু এণ্টি কৰাপচনে গ্ৰেপ্তাৰ কৰে বিষয়াজনক।

Read more

আজিৰে পৰা নিমাতী ঘাটত চলিল চৰকাৰী ফেৰী

৮ ছেপ্টেম্বৰ অৰ্থাৎ বুধবাৰৰ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ পিছতেই চকু খুলিল চৰকাৰৰ। শুকুৰবাৰ অৰ্থাৎ আজিৰে পৰা নিমাতী ঘাটত চলিল চৰকাৰী ফেৰী। লাইফ জেকেট পিন্ধি চৰকাৰী ফেৰীত উঠিল যাত্ৰী।

Read more

সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান

সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বৃহস্পতিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ৷ দুৰ্লভপুৰ গাঁৱৰ জয়নাল হক নামৰ যুৱক জনৰ ঘৰৰ পৰা জব্দ ৩৬৫ টা ড্ৰাগছ কন্টেইনাৰ। পাথাৰকান্দি আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ যুটীয়া অভিযানত চলিছিল…

Read more
Back To Top