সাংসদ সুস্মিতা দেৱৰ বাহনত আক্ৰমণ।
সাংসদ সুস্মিতা দেৱৰ বাহনত আক্ৰমণ। ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণৰ অভিযোগ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিংসাত্মক হৈ পৰিছে ত্ৰিপুৰাৰ পৰিস্থিতি।
সাংসদ সুস্মিতা দেৱৰ বাহনত আক্ৰমণ। ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণৰ অভিযোগ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিংসাত্মক হৈ পৰিছে ত্ৰিপুৰাৰ পৰিস্থিতি।
এইবাৰ বাংলাদেশত উদযাপন নহয় দেৱালী।বাংলাদেশ পূজা উদযাপন পৰিষদে বৰ্জন কৰিব দেৱালী উৎসৱ।হিন্দুৰ ওপৰত চলি থকা বৰ্বৰ আক্ৰমণৰ তীব্ৰ বিৰোধিতাৰ বাবে এই সিদ্ধান্ত।
গুৰুতৰভাবে অসুস্থ প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলাম।GMCHত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মন্ত্ৰীগৰাকী।চিকিৎসকৰ দলে নিৰীক্ষণ কৰি আছে স্বাস্থ্যৰ অৱস্থাৰ।
পত্নীক হত্যা কৰি এঘৰৰ পাকঘৰত লুকুৱাই থ’লে চাৰ্টাৰ্ড একাউণ্টটেণ্টে।এই নৃশংস ঘটনা সংঘটিত হৈছে মহানগৰীত।পশ্চিম বৰাগাঁৱৰ এঘৰৰ পাকঘৰত উদ্ধাৰ আণ্টিমা গুপ্তা নামৰ মহিলাগৰাকীৰ মৃতদেহ।স্বামী সন্তোষ গুপ্তাই পৰিকল্পিত হত্যা কৰাৰ অভিযোগ ।
চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত অন্যতম এখন বনাঞ্চল হ'ল চলা সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলখনক সুৰক্ষিত কৰিবলৈ চলাপথাৰ শ্যাম গাঁৱৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ জনসাধাৰণে গ্ৰহণ কৰে বিশেষ পদক্ষেপ। চলা ভিলেজ কনজৰাভেচন ছচাইটীৰ তৃতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠান বুধবাৰে গ্ৰাম্য…
কাৰ্বি আংলঙত আৰক্ষীৰ অভিযানত নিতৌ জব্দ হৈ আছে নিষিদ্ধ ড্ৰাগছ। যোৱানিশা বোকাজানত আৰক্ষীৰ তালাচীত নৈশ বাছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন। লাহৰিজান পহৰা চকীৰ টহলদাৰী দলে এক গোপন তথ্যৰ ভিত্তিত ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী AR-20- 2700 নম্বৰৰ নৈশবাছত তালাচী চলাই হেৰ’ইনভৰ্তি…
হোজাইত বাংলাদেশৰ ঘটনাক লৈ প্ৰতিবাদ। আজি বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী সমদলত প্ৰায় সহস্ৰাধিক লোকৰ উপৰি উপস্থিত থাকে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, বিশ্ব হিন্দু পৰিষদৰ সভাপতি, সম্পাদক, উপ সভাপতি, বিজেপিৰ প্ৰাক্তন জিলা…
আগন্তুক দিপাৱলীৰ উপহাৰ দিব কেন্দ্ৰীয় চৰকাৰে। মোডী কেবিনেটে অনুমোদন জনাইছে এই সিদ্ধান্তত। কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল আৰু পেঞ্চনাৰসকলৰ বাবে সুখবৰ। ৩ শতাংশ ডি এ বৃদ্ধিৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। ২০২০ চনৰ ২৯ জাুনৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ ডি এ বৃদ্ধি…
গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ।ৰাজ্যখনত দেখা দিয়া বিভিন্ন সমস্যা সন্দৰ্ভত ৰূপায়ণ কৰা হৈছে এই প্ৰতিবাদ।মহানগৰীৰ গুৱাহাটী ক্লাৱত কংগ্ৰেছ দলটোৱে সাব্যস্ত কৰিছে প্ৰতিবাদ।ডিজেট-পেট্ৰ’লৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ লগতে মূল্যবৃদ্ধিৰ লগতে…
আজি লক্ষ্মীপূজা।শ্ৰীলক্ষ্মী সুখ আৰু শান্তি আৰু সমৃদ্ধিৰ দেৱী। শ্ৰী বিষ্ণুৰ পত্নী। তেওঁক সন্তুষ্ট কৰিবলৈ পূৰ্ণিমা তিথিত তেওঁক পূজা কৰা হয়। লক্ষ্মী পূজা সমগ্ৰ দেশজুৰি পালন কৰা হয় আৰু অসমতো ৰাজহুৱাভাৱে পূজা কৰাৰ লগতে বহুতো লোকে ঘৰতো এই পূজা কৰে। কোনো…