অক্সফ’ৰ্ডৰ ভেকচিনৰ অনুমোদন
অক্সফ’ৰ্ডৰ ক'ভিড ভেকচিন 'ক'ভিশ্বিল্ড' প্ৰয়োগত গ্ৰেট ব্ৰিটেইনে জনালে অনুমোদন । ইতিমধ্যে সম্পন্ন হৈছে ভেকচিনৰ জৰুৰী প্ৰয়োগৰ অনুমোদনৰ বাবে বিশেষজ্ঞ কমিটীৰ বৈঠক। তাৰোপৰি ব্ৰিটেইনত জৰুৰী প্ৰয়োগৰ অনুমোদন লাভ কৰিছে অক্সফ’ৰ্ডৰ ভেকচিনে ।