Skip to content

ক’ভিডৰ মাজতে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা,অসমত লকডাউন নহয়

ভয়ংকৰ ৰূপত পুনৰ আহিছে ক'ভিড।বহুকেইজন ধৰা পৰিছে ক'ভিডত আক্ৰান্ত ৰোগী।সকলোৰে মনত প্ৰশ্নও উত্থাপন হৈছিল যে পুনৰ হ'ব নেকি লকডাউন?কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অসমত লকডাউন নহয়।সকলোৱে ক'ভিড প্ৰট'কল সুন্দৰভাৱে পালন কৰি কাম কৰিলে লকডাউনৰ দৰকাৰ নাই।

Read more

বিমান বন্দৰত ভয়াৱহভাৱে পোহৰলৈ আহিছে ক’ভিড আক্ৰান্তৰ সংখ্যা

বিমান বন্দৰত ভয়াৱহভাৱে পোহৰলৈ আহিছে ক'ভিড আক্ৰান্তৰ সংখ্যা।বৰ্তমানলৈ ২৯ গৰাকী ক'ভিড পজিটিভ ৰোগী পোৱা গৈছে বিমান বন্দৰত।বিমানবন্দৰত থকা স্ক্ৰীণিং চেন্টাৰত বহি:ৰাজ্যৰ বিমান যাত্ৰীৰ দেহত প্ৰতিদিনে ধৰা পৰিছে ক'ভিড পজিটিভ।সেয়েহে এতিয়া চিন্তাত পৰা দেখা গৈছে স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য়বাসী।

Read more

ইন্টাৰনেটত উপলব্ধ হ’ল অসমীয়া ভাষাত ভাগৱত

এতিয়াৰে পৰা ইন্টাৰনেটত উপলব্ধ হ'ব অসমীয়া ভাষাত ভাগৱত।বছৰৰ আৰম্ভনিতে শ্ৰী মন্ত শংকৰদেৱ সংঘ গোলাঘাটৰ প্ৰচেষ্টাত গোলাঘাট জিলা শাখাই ইন্টাৰনেটত মুকলি কৰিলে ভাগৱতৰ অনলাইন সংস্কৰণ।যি সকলে ভাগৱত অধ্যয়ণ কৰিব বিচাৰে তেওঁলোকে গুগলত VAGAWAT বুলি অনুসন্ধান কৰিলেই অতি সহজে অনলাইন মাধ্যমেৰে পঢ়িব…

Read more

৪ হাজাৰ টকা উৎকোচ লৈ জালত পৰিল প্রশাসনিক বিষয়া

উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ অসম সচিবালয়ৰ কৰ্মচাৰী।গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীগৰাকী বড়োলেণ্ড কল্যাণ বিভাগৰ জ্যেষ্ঠ প্রশাসনিক বিষয়া নাম সীমা দেৱী।দুৰ্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰে সীমা দেৱীক।৪ হাজাৰ টকা উৎকোচ লৈ থকাৰ অৱস্থাতে জালত পৰিল কৰ্মচাৰীগৰাকী।

Read more

শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা!

চলিত বৰ্ষতে নিযুক্তি দিয়া হ’ব ২২ হাজাৰ শিক্ষকক, ৩১ মাৰ্চৰ ভিতৰত শেষ হ'ব নিযুক্তি প্ৰক্ৰিয়া- আজি দিছপুৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত পঠন অভিযান আৰম্ভ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এই গুৰুত্বপূৰ্ণ ঘোষণা। পঠন অভিযানৰ শুভাৰম্ভণি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে টেট নিযুক্তিতো কোনো ধৰণৰ বিসংগতি হোৱা…

Read more

মুখ্যমন্ত্ৰীক সাক্ষাত্ পৱনসিং ঘাটোৱাৰৰ

দুলীয়াজানত অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍ পৱনসিং ঘাটোৱাৰৰ।জালনীক্লাৱত মুখ্যমন্ত্ৰীক সাক্ষাত্‍ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে।পৱনসিং ঘাটোৱাৰে মুখ্যমন্ত্ৰীক সাক্ষাত্‍ কৰাক লৈ ব্যাপক চৰ্চা। মুখ্যমন্ত্ৰীক সাক্ষাতৰ সময়ত আছিল কেইবাগৰাকীও বিজেপি বিধায়ক।

Read more

বছৰৰ আৰম্ভনিতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অভিনেতা আদিল হুছেইনে।

অভিনেতা আদিল হুছেইনে ফৰ্বছ এ ২০২১ বৰ্ষৰ বাবে হিন্দী চিনেমা উদ্যোগৰ ৮টা অসামাণ্য প্ৰদৰ্শনৰ অসাধাৰণ অভিনেতাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।আদিল হুছেইনে চিনেমা "বেল বটম''ত কৰা অনবদ্য অভিনয়ৰ বাবে তালিকাত স্থান পাবলৈ সক্ষম হৈছে।আদিল হুছেইনে "বেল বটম''ত ভাৰতীয়…

Read more

আজিৰেপৰা কিশোৰ-কিশোৰীক ক’ভিড ভেকচিন প্ৰদান অভিযান

সমগ্র দেশৰ লগতে মহানগৰীতো আজিৰে পৰা আৰম্ভ হৈছে ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড ভেকচিন প্ৰদান অভিযান।সেই অনুসৰি আজি গুৱাহাটী মহানগৰীৰ ১৫ খন বিদ্যালয়তো ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হব কভিড ভেকচিন। ভেকচিন প্ৰদান কৰা বিদ্যালয়সমূহ হৈছে- কামৰূপ একাডেমী, ডনবস্ক স্কুল পাণবজাৰ, কটন…

Read more

গুৱাহাটী মহানগৰীৰ বনভোজ স্থলীত কেনে পৰিবেশ ?

গুৱাহাটী মহানগৰীৰ বিভিন্ন বনভোজ স্থলীত পৰিবহণ বিভাগ, আৰক্ষী, আবকাৰী বিভাগৰ অভিযান। বনভোজস্থলী সমূহত সুৰাপান কৰি যাতে কোনো লোকে গাড়ী নচলায় তাৰ বাবে সতৰ্ক কৰি দিছে পৰিবহণ বিভাগ তথা আৰক্ষী বিষয়াসকলে। আৰক্ষীয়ে টুইটযোগে ৰাজ্যবাসীলৈ আহ্বান জনাই কয় যে -'নতুন বছৰ উদযাপন…

Read more

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধ

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধ।MMCHৰ সলনি ধীৰেণপাৰা, পাণ্ডু FRUত ৰোগীক চিকিৎসা কৰা হ'ব।গুৱাহাটীত হ’ব দ্বিতীয়খন মেডিকেল কলেজ হাস্পতাল।আন্তঃগাঁথনিৰ উন্নীতকৰণ হ’ব MMCHৰ।

Read more
Back To Top