Skip to content

আজিৰে পৰা আৰম্ভ হল কিশোৰ-কিশোৰীৰ ভেকচিনৰ পঞ্জীয়ন।

আজিৰে পৰা কিশোৰ-কিশোৰী সকলে কৰিব পাৰিব ভেকচিনৰ পঞ্জীয়ন। Co-WIN এপৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। প্ৰথম আৰু দ্বিতীয় পালি ভেকচিনৰ মাজত থাকিব ২৮ দিনৰ ব্যৱধান।৩ ৰ পৰা ৯ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ভেকচিন প্ৰক্ৰিয়া।

Read more

৩১ ডিচেম্বৰৰ নিশা বিভিন্ন স্থানত তালাচী অভিযান,উপস্থিত থাকে মুখ্যমন্ত্ৰী

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যত কঠোৰ হৈছে পৰিবহণ বিভাগ।৩১ ডিচেম্বৰৰ নিশা গুৱাহাটী বিভিন্ন স্থানত দেখা গ'ল তালাচী অভিযান। এই তালাচী অভিযানত নিজে উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো পৰ্যবেক্ষণ কৰাৰ লগতে চালক, ৰাইজকো যান-বাহন চলোৱাৰ ক্ষেত্ৰতো সজাগ কৰে। এই তালাচী অভিযানত মুখ্যমন্ত্ৰীগৰাকীয়ে…

Read more

নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন  গাৰ্গ দুখনকৈ ছবি

নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন  গাৰ্গ দুখনকৈ ছবি। বছৰটোৰ মাজভাগত ছবিগৃহলৈ আহিব ৰাজনীতি। ৰাজনীতিত জুবিন গাৰ্গৰ লগতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া, বিশিষ্ট অভিনেতা তপন দাস, মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে।সেইদৰে বছৰৰ শেষৰ ফালে ছবিগৃহলৈ আহিব জুবিন গাৰ্গ অভিনীত বহু…

Read more

নৱবর্ষক আদৰিবলৈ সমগ্ৰ বিশ্বত চলিছে মহা আয়োজন।

নতুন বছৰক আদৰাৰ নামত বিশ্বজুৰি উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। নতুন বছৰৰ আগনিশা থার্টী ফার্ষ্ট উদযাপনৰ আনন্দই সুকীয়া। সেয়ে আজি নিশা কোৰোণা কাৰ্ফিউ ও প্ৰত্যাহাৰ কৰিছে চৰকাৰে।গুৱাহাটী মহানগৰীতো থার্টী ফার্ষ্ট ডিচেম্বৰ উদযাপনৰ চলিছে ব্যাপক প্রস্তুতি ৷

Read more

অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।ইয়াত এখন অৰণ্য আছিল নামৰ গ্ৰন্থখনৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।

Read more

১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

বৃহস্পতিবাৰে SSAত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।

Read more

দ্ৰুতগতিত বহন চলালে ভৰিব লাগিব ২০০০ টকা

ৰাজ্যত অত্যধিক পথ দুৰ্ঘটনা কমাবলৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী।নিৰ্ধাৰিত গতিৰ সীমা বজাই ৰাখিবলৈ পৰিবহন বিভাগে সতৰ্ক কৰি দিছে, অত্যাধিক দ্ৰুত গতিত বাহন চলালে অতি কমেও ৩ মাহৰ বাবে বাতিল হ'ব আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ ।  ইয়াৰ লগতে নিম্নতম ২ হাজাৰ…

Read more

মূল্যবৃদ্ধিয়ে কুঙা কৰা জনতাক আকৌ এবাৰ মাধমাৰ দিবলৈ সাজু অসম চৰকাৰ

নতুন বছৰত বৃদ্ধি পাব সকলো শ্ৰেণীৰ বিদ্যুৎ মাচুল। মাচুল বৃদ্ধি কৰিবলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড -এ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰে। প্ৰতি ইউনিটত বৃদ্ধি পাব নূন্যতম ২ টকাকৈ মাচুল। জীৱন ধাৰা আঁচনিত প্ৰতি ইউনিট বিপৰীত বৃদ্ধি পাব ১.৭৫…

Read more

অসম অভিযান্ত্ৰিক খেলপথাৰত অসম গ্ৰন্থমেলা 2021

আজিৰে পৰা অহা 9 জানুৱাৰীলৈ চান্দমাৰী অসম অভিযান্ত্ৰিক খেলপথাৰত অসম গ্ৰন্থমেলা 2021 অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।এই গ্ৰন্থমেলাত 150 খন গ্ৰন্থবিপনী পদৰ্শনী কৰা হয়। গ্ৰন্থমেলাত জ্যোতি প্ৰকাশনৰ "বঙল বহু দূৰ" উপন্যাসৰ বাবে প্ৰকাশন পৰিষদৰ সাহিত্য…

Read more
Back To Top