Skip to content

অসমৰ যোগাসন দলৰ ৩ টা স্বৰ্ণসহ ৯টা পদক অৰ্জন ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত

আহমেদাবাদত ৰাষ্ট্ৰীয় যোগাসন স্প’ৰ্টছ ফেডাৰেচনে আয়োজন কৰা যোগাসন প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা নগাঁৱৰ দলে সফলতা কঢ়িয়াই আনিছে। প্ৰতিযোগিতাখনিত অসমৰ দলটোয়ে ৩ টা সোনৰ পদক , ২ টা ৰূপৰ পদক , ৪ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ এই…

Read more

প্ৰতিবাদত উত্তাল মহানগৰীৰ চচল।

বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে প্ৰতিবাদত উত্তাল মহানগৰীৰ চচল। কেইবাটাও সমস্যা সমাধানৰ দাবীত জনগোষ্ঠীয় সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ।

Read more

পুনৰ নিচাযুক্ত টেবলেটসহ জালত পৰিল এজন সৰবৰাহকাৰী

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ। ISBTত নিচাযুক্ত টেবলেটসহ জালত পৰিল এজন সৰবৰাহকাৰী। ISBTত গড়চুক আৰক্ষীয়ে নিশ্চিত তথ্যৰ ভিত্তিত অভিযান চলাই মানকাচৰ অভিমুখী এখন নৈশবাছৰ পৰা জব্দ কৰে ৭২০০ পেকেট নিচাজাতীয় টেবলেট। মজনুৰ আলী নামৰ লোকজনে মহানগৰীৰ ধীৰেনপাৰাৰ পৰা…

Read more

সীমা বিবাদ নিষ্পত্তি কৰাৰ উদ্দেশ্যে বৈঠকত মিলিত হ’ব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী

দীৰ্ঘদিন ধৰি অসম-মেঘালয়ৰ মাজত চলি অহা সীমা বিবাদ শেষ কৰিবলৈ দুয়ো ৰাজ্যই এইপৰ্যন্ত মীমাংসালৈ আহিব পৰা নাই। কেইদিনমান পূৰ্বে কামৰূপৰ লাম্পিত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই লাম্পিবাসীক সীমা সমস্যাৰ আশ্বাস দিছিল৷ বুধবাৰে সীমা সমস্যাক লৈ…

Read more

অসমৰ ভূ-গৰ্ভত এতিয়াও বাকী থকা দুই তৃতীয়াংশ তেল আৰু গেছৰ ওপৰত চকু কেন্দ্ৰীয় চৰকাৰৰ

মোদী চৰকাৰ সাজু হৈছে দেশৰ সৰ্ববৃহৎ তৈলক্ষেত্ৰ নিলামৰ বাবে। দেশৰ ১৫,৭৬৬ বৰ্গ কিঃমিঃ এলেকা কেন্দ্ৰীয় চৰকাৰে গোটাব ব্যক্তিগত প্ৰতিষ্ঠানক। অসমৰ ৪,২০০ বৰ্গ কি.মি. তৈলক্ষেত্ৰ নিলাম কৰিব চৰকাৰে। নিলামত অংশ গ্ৰহন কৰিব বিদেশী কোম্পানীয়ে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদ্বিপ সিং পুৰীয়ে টুইট…

Read more

আগন্তুক বিত্তীয় বৰ্ষৰ পৰা এম এছ পিৰ জৰিয়তে কৃষকে লাভ কৰিব প্ৰতি কুইণ্টল ধানত ১৯৪০ টকা

অসম বিধানসভাৰ শীতকালীন অধিৱেশৰ তৃতীয় দিনটোত কৃষি বিভাগৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে। উত্তৰত মন্ত্ৰী অতুল বৰাই কয় যে, ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছে। তেওঁ কয়, এফ চি আই, এন চি চি এফ,…

Read more

উবেৰ এপত অসম পৰিবহণ বিভাগে গ্ৰাহকলৈ আগবঢ়াইছে এক বিশেষ সুবিধা

ভ্ৰমণ কৰিবলৈ আপুনি উবেৰ এপ ব্যৱহাৰ কৰে নেকি? যদি কৰে আপোনালৈ আছে এটা ভাল খবৰ। অসম পৰিবহণ বিভাগে (DTO) উবেৰ এপত গ্ৰাহকৰ সুবিধাৰ্থে সংযোজন কৰিছে এই নম্বৰ ৯৫৩১১০৭৪৮২। এটিয়াৰ পৰা উবেৰত ভ্ৰমণৰ সময়ত যিকোনো সমস্যাৰ সন্মুখীন হলে আপুনি সহায় লব…

Read more

সত্যনাথ বৰা প্ৰেক্ষাগৃহত North Eastern Handicrafts ৰ অনুষ্ঠান

গুৱাহাটী দীঘলীপুখুৰীস্থিত সত্যনাথ বৰা প্ৰেক্ষাগৃহত North Eastern Handicrafts ৰ অনুষ্ঠান। ৬ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই পদৰ্শনী অনুষ্ঠান। ধুবুৰীৰ পৰা ধেমাজিলৈ বিভিন্ন ঠাইৰ ব্যক্তি সকল আহি বাঁহ-বেত, মেটেকা, মৰাপাটৰ পৰা ধৰি তেওঁলোকৰ নিজা হাতেৰে তিয়াৰী বিভিন্ন সামগ্ৰী সমূহ পদৰ্শন কৰে।

Read more
Back To Top