মুখ্যমন্ত্ৰীৰ চহী জাল।
মুখ্যমন্ত্ৰীৰ চহী জাল কৰা অভিযুক্ত ইমৰাম শ্বাহ হুছেইনক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে।দিল্লী আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হুছেইনক।।দিল্লীত আত্মগোপন কৰি আছিল হুছেইনে।
মুখ্যমন্ত্ৰীৰ চহী জাল কৰা অভিযুক্ত ইমৰাম শ্বাহ হুছেইনক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে।দিল্লী আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হুছেইনক।।দিল্লীত আত্মগোপন কৰি আছিল হুছেইনে।
আলফা স্বাধীনৰ মহিলা সদস্যা পূৰ্ণিমা বৰা ওৰফে মিটু অসমৰ আত্ম সমৰ্পন৷ পূনিমা বৰা ওৰফে মিটু অসমৰ ঘৰ গোলাঘাট জিলাৰ সৰু পথাৰ নাজিজুলিত৷ পূৰ্ণিমা বৰাই ২০০২ চনত আলফাত যোগদান কৰিছিল৷ আৰুনাচলত তিনিচুকীয়া আৰক্ষী আৰু আছাম ৰাইফলৰ যৌথ অভিযানত আত্ম সমপন কৰে…
শুক্ৰবাৰৰ নিশা মহানগৰীৰ শিলপুখুৰীত ভয়াৱহ পথ দুৰ্ঘটনা।দ্ৰুতবেগী বালিভৰ্তি ট্ৰাকে মহটিয়ালে স্কুটী আৰোহীক।দুৰ্ঘটনাত নিহত স্কুটী আৰোহী ৰঞ্জন বৈশ্য।নিহত বৈশ্যৰ ঘৰ তামুলপুৰত।ফাৰ্মাচীত কৰ্মৰত আছিল ৰঞ্জন বৈশ্য
বৃহৎ নদী বান্ধৰ বিৰুদ্ধে মহনগৰীত ৰাইজ মেল।মহনগৰীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা ভৱনত ৷অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ৰাইজমেল৷সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে এই ৰাইজমেল।উপস্থিত থাকে কেইবাগৰাকীও নদী বান্ধ বিশেষজ্ঞ আৰু সাংবাদিক,বুদ্ধিজীৱি,বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি ৷
মাজুলীত ভাৰতীয় জাতীয় কংগ্ৰেছ মাজুলী জিলা সমিতিয়ে আজি জিলা সদৰ গড়মূৰত পালন কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে সদৰ তিনিআলিত পালন কৰে এই অৱস্থান ধৰ্মঘট। অৱস্থানকাৰী সকলে সন্মুখত গান্ধীৰ আলোকচিত্ৰ, হাতে হাতে প্লে কাৰ্ড লৈ,…
নুমলীগড় শোধনাগাৰৰ কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বাহিনী (CISF) ৰ আবাসিক এলেকাত শুক্ৰবাৰে নিশা উত্তপ্ত পৰিস্থিতি।শোধনাগাৰৰ এজন উপ ঠিকাদাৰ আৰু দুজন শ্ৰমিকক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি শনিবাৰে পুৱাই নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত শ শ শ্ৰমিক একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
কামৰূপ জিলাৰ বিহদিয়াত পথ দুৰ্ঘটনা।এম্বুলেন্স আৰু টেম্পোৰ মাজত সংঘৰ্ষত দুজনৰ মৃত্যু হয় আৰু আহত হয় ৭জন যাত্ৰী ।নিহত দুয়োগৰাকী মহিলা আহিছিল টেম্পোত।বাইহাটা চাৰিআলি অভিমুখে অহি আছিল টেম্পোখন।
উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ'ল আবকাৰী অধীক্ষক।কোকৰাঝাৰৰ আবকাৰী অধীক্ষক হিমনজ্যোতি বৰাক গ্ৰেপ্তাৰ।২৫হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ।ভিজিলেন্স আৰু এণ্টি কৰাপচনে গ্ৰেপ্তাৰ কৰে বিষয়াজনক।
৮ ছেপ্টেম্বৰ অৰ্থাৎ বুধবাৰৰ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ পিছতেই চকু খুলিল চৰকাৰৰ। শুকুৰবাৰ অৰ্থাৎ আজিৰে পৰা নিমাতী ঘাটত চলিল চৰকাৰী ফেৰী। লাইফ জেকেট পিন্ধি চৰকাৰী ফেৰীত উঠিল যাত্ৰী।
সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। বৃহস্পতিবাৰে কৰিমগঞ্জৰ পাথাৰকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ৷ দুৰ্লভপুৰ গাঁৱৰ জয়নাল হক নামৰ যুৱক জনৰ ঘৰৰ পৰা জব্দ ৩৬৫ টা ড্ৰাগছ কন্টেইনাৰ। পাথাৰকান্দি আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ যুটীয়া অভিযানত চলিছিল…