skip to Main Content

আজি ৰঙৰ উৎসৱ ফাকুৱা।বিভিন্ন ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ফাকুৱাৰ উচাহ

আজি ৰঙৰ উৎসৱ ফাকুৱা।বিভিন্ন ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ফাকুৱাৰ উচাহ দেখিবলৈ পোৱা গৈছে।দুটা বৰ্ষত ক'ভিডৰ বাবে একেবাৰে ম্লান পৰি গৈছিল এই উৎসৱটো।আৰু আজি সকলোৱে উলহ মালহেৰে পালন কৰা দেখা গৈছে ৰঙৰ উৎসৱ ফাকুৱা।

Read More

গাঁওৰক্ষী বাহিনীৰ ৭৩ সংখ্যক ৰাজ্যিক প্ৰতিষ্ঠা দিৱস

দেৰগাঁৱত আয়োজন কৰা হয় সদৌ অসম গাঁওৰক্ষী সংগঠনৰ প্ৰতিষ্ঠা দিৱসৰ ৰাজ্যিক অধিৱেশনত উপস্থিত থাকে মুখ্যমন্ত্ৰী।গাঁওৰক্ষী বাহিনীক জীৱন্ত, প্ৰাণৱন্ত সংগঠনলৈ ৰূপান্তৰ কৰিব লাগিব।ডাইনী হত্যা বন্ধ কৰাতো নিশ্চিত কৰিবলৈ আৰু জনতাৰ প্ৰতি সংবেদনশীল হ’বলৈ আৰক্ষীলৈকো আহ্বান মুখ্যমন্ত্ৰীৰ।দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত দুদিনীয়াকৈ এই…

Read More

আজি লক্ষ্মীপূজা।

আজি লক্ষ্মীপূজা।শ্ৰীলক্ষ্মী সুখ আৰু শান্তি আৰু সমৃদ্ধিৰ দেৱী। শ্ৰী বিষ্ণুৰ পত্নী। তেওঁক সন্তুষ্ট কৰিবলৈ পূৰ্ণিমা তিথিত তেওঁক পূজা কৰা হয়। লক্ষ্মী পূজা সমগ্ৰ দেশজুৰি পালন কৰা হয় আৰু অসমতো ৰাজহুৱাভাৱে পূজা কৰাৰ লগতে বহুতো লোকে ঘৰতো এই পূজা কৰে। কোনো…

Read More

আজি কাতি বিহু।

আজি কাতি বিহু। এই বিহুৰ সময়ত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। আজি ৰাজ্যজুৰি উদযাপিত হ’ব কৃষিজীৱি ৰাইজৰ অন্যতম লোক উৎসৱ কাতি বিহু।চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলোৱাৰ লগতে শস্য শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ প্ৰাৰ্থনা জনাই ধাননি পথাৰত জ্বলাব এগচি বন্তি।…

Read More

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত আজি সমগ্ৰ অসম।

Read More

শাৰদীয় দুৰ্গোৎসৱৰ আজি অন্তিম দিন।

৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ আজি বিজয়া দশমী।ভক্তসকলে আজি বিসৰ্জন দিব দেৱী দুৰ্গাক।সেই উপলক্ষে ৰাজ্যৰ প্ৰতিখন পূজাস্থলীত পুৱাৰে পৰা সমাগম ঘটিছে দৰ্শকৰ।পৰম্পৰা অনুসৰি ভক্তসকলে খলিছে খেন্দুৰৰ খেলা।মহানগৰীত দেৱী বিসৰ্জনৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে ৫ টা ঘাট।কোভিড প্ৰ’টকল আৰু…

Read More

পাচলিৰে দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি

গাজৰ, বেঙেনাসহ ১২ বিধ পাচলিৰে দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি ! কাণত পিন্ধোৱা হৈছে বিলাহীৰ কাণফুলি।বলুকা শিল্পী সুদৰ্শন পাটনায়কে বালিৰ ওপৰত তেওঁৰ কাৰুকাৰ্যৰ বাবে জনাজাত। এইবাৰ নৱৰাত্ৰিত তেওঁৰ নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন পাচলিৰ দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি। নৱমীত, শিল্পীজনে বালিত মা দুৰ্গাৰ এটা মূৰ্তি…

Read More

আজি মহানৱমী।

আজি শাৰদীয় দুৰ্গা পূজাৰ মহানৱমী। প্ৰবাদ মতে মহাশক্তি দুৰ্গাই মহিষাসুৰ বধৰ বাবে আজি লৈছিল মহিষমৰ্দিনী ৰূপ আৰু সংহাৰী যুঁজখনৰ আজি আছিল অন্তিম দিন। দেৱী দুৰ্গাই সমস্ত শক্তিৰে নৱমীৰ শেষ ক্ষণত অমোঘ অস্ত্ৰৰে প্ৰহাৰ কৰিছিল মহিষাসুৰক। আৰু দশমীৰ পুৱাই বধ হৈছিল…

Read More

আজি মহা অষ্টমী

আজি মহা অষ্টমী। পূজামণ্ডপ, দেৱ-দেৱালয়ত পুৱাৰে পৰা ভক্তৰ ভিৰ। আজি পুৱাৰে পৰা অনুষ্ঠিত অষ্টমী পূজা। নিশা ১১.২৪ বজাৰ পৰা ১২.১২ বজালৈকে অনুষ্ঠিত হ’ব সন্ধি পূজা। অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত হোৱা সন্ধি পূজাত দেৱী দুৰ্গালৈ বলি আগবঢ়োৱা হয়।

Read More

আজি মহাষষ্ঠী

আজি মহাষষ্ঠী ৷ আধ্যাত্মিক পৰিৱেশৰ মাজতে মা দুৰ্গাক আদৰিছে ৰাজ্যবাসীয়ে৷ বেলবৰণেৰে সন্ধিয়া পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হয় মা দুৰ্গাৰ প্ৰতিমা। দুটা বছৰৰ পিছত ৰাজ্যবাসীয়ে উদযাপন কৰিব পূজা।ৰাজ্যৰ লগতে মহানগৰীতো সকলো ক’ভিড প্ৰট’কল মানি অনাড়ম্বৰভাৱে আদৰিছে দুৰ্গতিনাশিনী মা দুৰ্গাক। সম্প্ৰতি সকলোৱে…

Read More
Back To Top