skip to Main Content

আজি সমগ্ৰ দেশতে পালন কৰা হৈছে গনেশ চতুৰ্থী

আজি সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ গনেশ চতুৰ্থী।সিদ্ধিবিনায়কৰ বন্দনাৰে মুখৰিত মন্দিৰসমূহ।পূৱাৰে পৰা গনেশ মন্দিৰত ভক্তৰ ভিৰ।

Read More

পেৰা অলিম্পিকত পদক অৰ্জন কৰা খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে।

পেৰা অলিম্পিকত পদক অৰ্জন কৰা সকলো খেলুৱৈক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ।খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰধানমন্ত্ৰী কাৰ্যালয়ত আয়োজন কৰা হৈছিল বিশেষ সম্বৰ্ধনা কাৰ্যসূচী।লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনালে ধন্যবাদ।

Read More

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত কেৱল এটা মাহ

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত কেৱল এটা মাহ। শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষনত মনত বহু আশা লৈ সাজু হৈছে মহানগৰীৰ বহু কেইখন দুৰ্গা পূজা কমিটি। কোভিড সৃষ্ট পৰিবেশৰ মাজতেই চৰকাৰী SOP ৰ নিৰ্দেশ অনুযায়ী শাৰদীয় দুৰ্গা পূজাক আদৰিবলৈ সাজু হৈছে পূজা কমিটি সমূহ।…

Read More

মুখ্যমন্ত্ৰীৰ পিতৃক প্ৰেৰণ কৰা হ’ল জেললৈ।

ব্ৰাহ্মণ সমাজক লৈ বিৰ্তকিত মন্তব্য কৰা পিতৃক গ্ৰেপ্তাৰ কৰোৱাই জেললৈ প্ৰেৰণ কৰিলে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীয়ে।চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পিতৃ নন্দকুমাৰ বাঘেলে ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ কৰিছিল বিৰ্তকিত মন্তব্য। এই বিৰ্তকিত মন্তব্যৰ বিৰুদ্ধে কৰা এক গোচৰত শেহতীয়াকৈ ৰায়পুৰৰ এখন আদালতে প্ৰদান কৰিছিল গ্ৰেপ্তাৰৰ…

Read More
Back To Top