Skip to content

দিল্লীত উদ্ধাৰ NCERT ৰ পাইৰেটেড কিতাপ আৰু মুদ্ৰণ সামগ্ৰীৰ বৃহৎ ভাণ্ডাৰ

দিল্লীত উদ্ধাৰ NCERT ৰ পাইৰেটেড কিতাপ আৰু মুদ্ৰণ সামগ্ৰীৰ বৃহৎ ভাণ্ডাৰ। সোমবাৰে দিল্লী আৰক্ষীয়ে মাণ্ডোলিত উদ্ধাৰ কৰে এই সামগ্ৰীসমূহ। প্ৰায় ৩৫ লাখ টকাৰ সামগ্ৰী সহ এই চক্ৰটোৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত।

Read more

জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন।

আজি দেশজুৰি পালন জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২সংখ্যক জন্মদিন লগতে স্মৰণ মহামানৱজনৰ অহিংসা নীতিক।মহানগৰীৰ গান্ধী মণ্ডপতো গান্ধীজীলৈ শ্ৰদ্ধাঞ্জলি।জি এম ডি এৰ উদ্যোগত গান্ধী মণ্ডপত পালন কৰা  গান্ধী জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।চানমাৰিত চৰকাৰৰ দ্বাৰা গান্ধী জয়ন্তী উদযাপন…

Read more

কেজৰিৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

শিক্ষাৰ ক্ষেত্ৰত কেজৰিৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ বিশেষ সুবিধাসম্পন্ন শ্ৰেণীকোঠা মুকলি মনীষ চিচোদিয়াৰ। ২২০০ গৰাকী শিক্ষাৰ্থীৰ প্ৰথম দলক আদৰণি শিক্ষামন্ত্ৰীগৰাকীৰ।

Read more

দীপাৱলীৰ পূৰ্বে চৰকাৰৰ বিশেষ উপহাৰ ! কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩ শতাংশ বাঢ়িব DA

কেন্দ্ৰীয় চৰকাৰে দেৱালীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীসকলক DA, DR আৰু HRA বৃদ্ধিৰ উপহাৰ দিয়াৰ সম্ভাৱনা। কেন্দ্ৰই জুলাই মাহত DA ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ আৰু HRA ২৪ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি কৰিছিল। এতিয়া কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ DA পুনৰ ৩ শতাংশ বৃদ্ধি…

Read more

ৱাশ্বিংটনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈঠক।

ৱাশ্বিংটনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈঠক।ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক, আন্তৰ্জাতিক বিষয়ত আলোচনা।আফগানিস্তানত তালিবানৰ শাসন সন্দৰ্ভতো বৈঠকত আলোচনা কৰে। সন্ত্ৰাসবাদৰ প্ৰসংগ অহাৰ লগে লগে হেৰিছে ল’লে পাকিস্তানৰ নাম।পাকিস্তানৰ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা আমেৰিকাৰ নজৰত আছে বুলি ক'লে কমলাই।আমেৰিকাই ভাৰতীয় প্ৰধানমন্ত্ৰীক দিয়া অভ্যৰ্থনাৰ…

Read more

আমেৰিকালৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

তিনিদিনীয়া সূচীৰে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী যাব আমেৰিকালৈ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে।ৰাষ্ট্ৰসংঘৰ ৭৬ সংখ্যক অধিৱেশনত ভাষণ দিব প্রধানমন্ত্ৰীগৰাকীয়ে।মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতেও আলোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে।হোৱাইট হাউছত অনুষ্ঠিত হ’ব মোডী আৰু বাইডেনৰ দ্বিপাক্ষিক বৈঠক।

Read more

Auto Debit Payment Systemত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন

Auto Debit Payment System ত অহা মাহৰ পৰা অৰ্থাৎ ১ অক্টোবৰৰ পৰা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব। নতুন অটো ডেবিট পৰিশোধ প্ৰণালীটো অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এই নিয়মৰ অধীনত, বেঙ্ক আৰু ডিজিটেল পেমেণ্ট প্লেটফৰ্ম পেটিএম-ফোন পে কিস্তি বা বিলৰ ধন…

Read more

দুমাহ পিছত জে’লৰ পৰা ওলাল ৰাজ কুন্দ্ৰা

পৰ্ণগ্ৰাফীৰ গোচৰত যোৱা ২ মাহ ধৰি কাৰাগাৰত থকা শিল্পা চেট্টী ৰ স্বামী ৰাজ কুন্দ্ৰা ক জামিন প্ৰদান। সোমবাৰে মুম্বাইৰ দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰে তেওঁক। আজি কাৰাগাৰৰ পৰা ওলাই আহে ৰাজ কুন্দ্ৰা। মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট এছ বি ভাজিপালে ৫০,০০০ টকাৰ…

Read more

পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীয়ে ল’লে শপত।

সোমবাৰে পঞ্জাবৰ ১৬তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চৰণজিৎ সিং চন্নীয়ে।ৰাজ্যপালে পাঠ কৰোৱালে শপত বাক্য। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাহুল গান্ধী।উপ মুখ্যমন্ত্ৰী সুখজিন্দৰ ৰান্ধাৱা আৰু অ পি ছনীক উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ।

Read more

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপতগ্ৰহণ জগদীশ মুখীৰ

নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাবে শপত গ্ৰহণ কৰিছে অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে । শুকুৰবাৰে ৰাজধানী কহিমাৰ ৰাজভৱনৰ ড০ ইকনলিবা আও হলত প্ৰফেছৰ মুখীক নাগালেণ্ডৰ বিশ সংখ্যক ৰাজ্যপাল হিচাবে শপত বাক্য পাঠ কৰোৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ ছংখুপছুঙ ছেট্ৰোৱে।

Read more
Back To Top