Skip to content

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ।ৰাজধানী দিল্লীত ৰাজহুৱা স্থানত চট পূজা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ চৰকাৰে। ইয়াৰ বিৰুদ্ধে বিজেপিয়ে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে বিজেপি নেতা মনোজ তিৱাৰীয়ে। এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি থকা সময়তে আঘাতপ্ৰাপ্ত হয় বিজেপি…

Read more

জম্মু-কাশ্মীৰৰ পুঞ্চত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ পুঞ্চত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সংঘৰ্ষত এজন জিঅ'চিসহ ৫ সৈনিক শ্বহীদ। বৰ্তমানো অঞ্চলটোত অব্যাহত আছে সংঘৰ্ষ। চাৰি সন্ত্ৰাসবাদীৰ এটা দলে সীমা পাৰ হৈ প্ৰৱেশ কৰে পুঞ্চত। পুঞ্চত প্ৰৱেশৰ পাছতেই সেনা-সন্ত্ৰাসবাদীৰ মাজত আৰম্ভ হয় সংঘৰ্ষ। সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছিল ৫ জনকৈ সেনা।…

Read more

তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আশীষ মিশ্ৰক

আশীষ মিশ্ৰক তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। খেৰীৰ হিংসাত্মক ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আশীষ মিশ্ৰক। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মন্ত্ৰী পুত্ৰ আশীষক। প্ৰতিবাদী কৃষকক গাড়ীৰে মহতিয়াই নিয়াৰ অভিযোগ আশীষ মিশ্ৰৰ বিৰুদ্ধে।

Read more

বিদ্যুৎ সংকটৰ দিশে ভাৰত

ভাৰতত অনাগত সময়ত দেখা দিব পাৰে গভীৰ বিদ্যুৎ সংকটে। ইয়াৰ মূল কাৰণটো কয়লাৰ অভাৱ। কয়লাচালিত দেশৰ মুঠ ১৩৫ টা শক্তি প্ৰকল্পৰ ভিতৰত, আধাতকৈ অধিক লোকৰ বাবে মজুত আছে মাত্ৰ ২ ৰ পৰা ৪ দিনৰ কয়লা। দেশখনত বিদ্যুৎ য'ত ৭০ শতাংশ…

Read more

আজি ৮৯ সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস

আজি ৮৯ সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস। প্ৰতিবছৰে আজিৰ দিনটোতেই পালন কৰা হয় বায়ুসেনা দিৱস। আজি কেন্দ্ৰীয়ভাৱে গাজিয়াবাদত অনুষ্ঠিত কৰা হয় ৮৯ সংখ্যক ভাৰতীয় বায়ুসেনা দিৱস।

Read more

লাভলীনা বৰগোহাঁইৰ বক্সিং গ্ল’ভছ বিক্ৰী হ’ল ৯১ লাখ টকাত।

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁইৰ বক্সিং গ্ল’ভছ বিক্ৰী হ’ল ৯১ লাখ টকাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উপহাৰ হিচাপে দিছিল এই গ্ল’ভছ যোৰ।কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা নিলামত লাভলীনাৰ গ্ল’ভছ যোৰৰ প্ৰাৰম্ভিক মূল্য আছিল ৮০ লাখ টকা। আনহাতে স্বৰ্ণ জয়…

Read more

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। শ্ৰীনগৰৰ ঈদগাহ সংগম অঞ্চলত থকা চৰকাৰী বিদ্যালয়ত আক্ৰমণ। আক্ৰমণত বিদ্যালয়খনৰ দুগৰাকীকৈ শিক্ষক নিহত। ঘটনাৰ আঁৰত পাকিস্তানৰ এজেঞ্চি জড়িত থকা বুলি উল্লেখ DGP দিলৱাগ সিঙৰ।

Read more

দেশত ৩৬ টাকৈ অক্সিজেন প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দেশত ৩৬ টাকৈ অক্সিজেন প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশৰ মুঠ ৩৬ টা অক্সিজেন প্ৰকল্পৰ এটা শিলচৰ মেডিকেল কলেজ হাস্পতালতো উদ্বোধন। প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে প্ৰকল্পকেইটা।

Read more

আজি গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী

গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।ভাগ লয় কেইবাটাও অনুষ্ঠানত ।পৰিদৰ্শন কৰে গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ প্ৰকল্প।বিয়লি শংকৰদেৱ কলাক্ষেত্ৰত RTPS প'ৰ্টেল মুকলি কৰে।

Read more
Back To Top