Skip to content

খেলুৱৈৰ সামগ্ৰী নিলাম কৰি ১০ কোটি অৰ্জন চৰকাৰৰ।

দেশৰ সাংস্কৃতি মন্ত্ৰালয়ে ছেপ্টেম্বৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকাসমূহৰ ই-নিলামৰ আয়োজন কৰিছে। ই-নিলামত টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈসকলৰ হাতমোজা, ৰেকেট আৰু অন্যান্য সামগ্ৰীও সামৰি লোৱা হৈছে। অসমৰ বক্সাৰ লভলিনাৰ বক্সিং গ্ল’ভছ যোৰৰ নিবিদাও ১ কোটি ৯০ লাখ অতিক্ৰম…

Read more

আজি বিশ্বকৰ্মা পূজা।

আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ বতৰ। আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা বিশ্ব খনিকৰৰ পূজা-অৰ্চনা। ৰাজ্যৰ ভিন্ন প্ৰান্তত উলহ-মালহেৰে অনুষ্ঠিত কৰা হৈছে পূজা। লগতে বিভিন্ন প্ৰতিষ্ঠানত চলিছে বিশ্বকৰ্মা পূজাৰ আয়োজন।এইবেলি অনুষ্টুপীয়াকৈ আয়োজন হৈছে পূজা।

Read more

দুৰ্গা পূজা উপলক্ষ্যে ৰাজ্য চৰকাৰৰ নতুন SOP

আহল বহল হ'ব লাগিব পুজা মণ্ডপ৷ প্ৰৱেশ আৰু প্ৰস্থান হ'ব লাগিব বেলেগ৷ পুজা মণ্ডপ সন্দেহজনক হ'লে জিলা প্ৰশাসনে টেষ্ট কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিব। স্বেচ্ছাসেৱী, পুৰোহিত সকলোৱে লব লাগিব এপালি ভেকচিন। প্ৰত্যেক জিলা প্ৰশাসনে নিজ নিজ জিলাত নিয়মীয়াকৈ দুৰ্গাপূজা পালন…

Read more

আজি হিন্দী দিৱস।

হিন্দী দিৱসৰ সমগ্ৰ দেশবাসীক শুভকামনা যাচিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, সমগ্ৰ দেশত সকলোৰে বাবে সমৰ্থ আৰু সহজ ভাষা হিচাপে হিন্দী ভাষাই সকলোৰে মাজত যোগসূত্ৰ ৰক্ষা কৰি আহিছে।

Read more

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অস্কাৰ ফেণ্ডাডিজৰ মৃত্যু।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অস্কাৰ ফেণ্ডাডিজৰ মৃত্যু।৮০বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।মাংগালুৰুৰ এখন হস্পাতালত মৃত্যু হয় ।কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছী নেতাৰ লগতে বহু ৰাজনীতিবিদে।

Read more

আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ।

আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ। বিয়লি ২ বজাত শপত গ্ৰহণ পেটেলৰ। শপতগ্ৰহণ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি উপস্থিত থাকে ভালেকেইজন নেতা। ভূপেন্দ্ৰ পেটেল হ'ব গুজৰাটৰ সপ্তদশ মুখ্যমন্ত্ৰী।

Read more

টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ এটা সপোন পূৰ হ’ল।

টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ এটা সপোন পূৰ হ'ল। মাক দেউতাকক বিমানত উঠোৱাৰ এটা সপোন পুহি ৰাখিছিল তেওঁ। শনিবাৰে ৰাতিপুৱা তেওঁ অভিভাৱকসকলক প্ৰথম বিমানেৰে যাত্ৰা কৰোৱায় তেওঁৰ সপোনটো পূৰ কৰে। চোপ্ৰাই টুইট কৰি কয় যে, "আজি মোৰ এটা…

Read more

গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ।

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ পদত্যাগ।ৰাজ্যপালৰ হাতত দাখিল কৰিলে পদত্যাগ পত্ৰ।উল্লেখ্য যে, গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকীক ধৰি এই বছৰত বিজেপিৰ ৪গৰাকী মন্ত্ৰীয়ে কৰিছে পদত্যাগ।

Read more

ঝাৰখণ্ডৰ বিধানসভাত নামাজৰ বাবে আছুটীয়া কোঠা! এই ঘটনাৰ পিছতেই জাঙুৰ খাই উঠিছে বিৰোধী।

ঝাৰখণ্ড বিধানসভাত মুছলমান বিধায়ক আৰু শ্ৰমিকৰ বাবে আছুটীয়া কোঠাৰ আৱন্টনৰ ঘোষণা অধ্যক্ষৰ। বিধানসভাৰ অধ্যক্ষৰ ঘোষণাৰ পিছতেই সকলোতে চৰ্চিত হৈ পৰিছে এই কথা। বিধানসভাৰ অধ্যক্ষৰ সিদ্ধান্তৰ বিৰোধীতা বিজেপিৰ।

Read more

ৰাজ্যপাল জগদীশ মুখীক নাগালেণ্ডৰ অতিৰিক্ত দায়িত্ব।

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক কেন্দ্ৰই বৃহস্পতিবাৰে তামিলনাডুৰ ৰাজ্যপাল ৰূপে নিযুক্ত। ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমৰ ৰাজ্যপাল জগদীশ মুখীক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছে।

Read more
Back To Top