Skip to content

দেশৰ প্ৰসিদ্ধ সংগীত শিল্পী বাপ্পী লাহিড়ীৰ দেহাৱসান


দেশৰ প্ৰসিদ্ধ সংগীত শিল্পী বাপ্পী লাহিড়ী আৰু নাই।ক’ভিড ৰোগত আক্ৰান্ত হৈ আছিল বাপ্পী লাহিড়ী।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯বছৰ।মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰসিদ্ধ সংগীত শিল্পী গৰাকী।বাপ্পী লাহিড়ীৰ প্ৰকৃত নাম হৈছে আলোকেশ লাহিড়ী।

Back To Top