Skip to content

আজি প্ৰকাশ পাব নতুন SOP


কোভিড সম্পৰ্কে আজি প্ৰকাশ পাব নতুন SOP।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা।নতুন SOPত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱাৰ সম্ভাৱনা।বজাৰ-সমাৰত ভিৰ কমোৱাৰ বাবে থাকিব পাৰে বিশেষ নিৰ্দেশনা।নৈশ কাৰ্ফিউৰ সময়সীমাও সলনি হ’ব পাৰে।

Back To Top