Skip to content

World Milk Day অনুষ্ঠিত পূৰবী ডেইৰীত


World Milk Day অনুষ্ঠিত কৰা হয় পূৰবী ডেইৰীত।খুব সুন্দৰভাৱে পালন কৰা হয় দুগ্ধ দিৱস।এই সুন্দৰ অনুষ্ঠানটিৰ ফ্লেগ অফ কৰে ৱামুলাৰ পৰিচালক সঞ্চালক সত্য ব্ৰত বসুৱে।তেখেতে নৱ প্ৰজন্মক দুগ্ধ সম্পৰ্কীয় কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰি নিজৰ লগতে ৰাইজৰো যাতে উন্নতি সাধন হয় তেনে কাম কৰিবৰ বাবে আহ্বান জনায়।

Back To Top