ওদালগুৰি জিলাত পথদুৰ্ঘটনা
ওদালগুৰি জিলাৰ ডিমাকুছিত কালি নিশা ভয়ংকৰ পথদুৰ্ঘটনা।দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক। লোক জনৰ নাম ৰৱেন ৰয়।ৰৱেন ৰয়ে ডিমাকুছিৰ পৰা গৃহাভিমুখে গৈ থকাৰ সময়ত এখন বলেৰ’ বাহনে খুন্দিয়াই থৈ যায়।
ওদালগুৰি জিলাৰ ডিমাকুছিত কালি নিশা ভয়ংকৰ পথদুৰ্ঘটনা।দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন লোক। লোক জনৰ নাম ৰৱেন ৰয়।ৰৱেন ৰয়ে ডিমাকুছিৰ পৰা গৃহাভিমুখে গৈ থকাৰ সময়ত এখন বলেৰ’ বাহনে খুন্দিয়াই থৈ যায়।
নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক কেন্দ্ৰই বৃহস্পতিবাৰে তামিলনাডুৰ ৰাজ্যপাল ৰূপে নিযুক্ত। ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমৰ ৰাজ্যপাল জগদীশ মুখীক নাগালেণ্ডৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰিছে।
আজি সমগ্ৰ দেশৰ লগতে অসমতো উলহ মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ গনেশ চতুৰ্থী।সিদ্ধিবিনায়কৰ বন্দনাৰে মুখৰিত মন্দিৰসমূহ।পূৱাৰে পৰা গনেশ মন্দিৰত ভক্তৰ ভিৰ।
মহানগৰ আৰক্ষীৰ বিৰুদ্ধে আদালত গোচৰ।গোচৰ তৰিলে ক'কেইন কাণ্ডৰ অভিযুক্ত বিশাল চৌধুৰী পৰিয়ালে।আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰা অভিযোগ বিশালৰ পিতৃৰ।পিতৃৰ মতে হাতত হেণ্ডকাফ লাগি থকাৰ পিছত কেনেদৰে পলালে বিশাল।
কাজিৰঙাৰ প্ৰায় ৮০ শতাংশ অঞ্চল জলমগ্ন । বহু কেইটা বন্য প্ৰাণীৰ মৃত্যু।ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪ টাকৈ গঁড়ৰ মৃত্যু হৈছে।ইয়াৰ ভিতৰত ২ টা গঁড় পানীত ডুবি আৰু আন ২টা গঁড় স্বাভাৱিক কাৰণত মত্যু হৈছে।বন বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ বানত মৃত্যু হোৱা…
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ মৃত্যু।কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত বানত ডুবি মৃত্যু হয় গঁড়টো।বুঢ়াপাহাৰৰ টুনীকাটি বন শিবিৰ এলেকাত উদ্ধাৰ হৈছে।গঁড়টো মৃত্যুদেহ অক্ষত অৱস্থাত পোৱা গৈছে গঁড়টোৰ খৰ্গ।কেইদিনমানৰ পূৰ্বে গঁড়টোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে।
মাজুলীৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীৰ পৰিয়াললৈ শোকপ্রকাশ কৰে ৰাইজৰ দলে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যাত্ৰীৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবীৰ লগতে দলঙৰ নামত মাজুলীবাসীক প্ৰৱঞ্চনা নকৰিবলৈও বাদী ৰাইজৰ দলৰ।
নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাৰ আঁৰত বিজেপি চৰকাৰৰ গাফিলতিৰ অভিযোগ ৰাজ্য সভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাৰ।
মহানগৰীত দিনদুপৰতে সংঘটিত হয় ডকাইতি কাণ্ড। কাহিলিপাৰা ষ্টেট বেংকৰ সমীপৰ পৰা দুখন পালচাৰত অহা দুৰ্বৃত্তই লুটি নিলে ৫ লাখ টকা। পৰেশ শৰনীয়া নামৰ জলসিঞ্চন বিভাগত কৰ্মৰত কৰ্মচাৰীজনে বেংকৰ পৰা উলিয়াই আনিছিল টকাখিনি। টকাখিনি উলিয়াই গাড়ীত বহোতেই টকাৰ বেগ কাঢ়ি নিয়ে…
ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জুবিনে লিখিছে-What can I say? It’s almost a day since it happened and I am still not able to write or say anything. I cannot explain this pain. All I can say is that I…