skip to Main Content

কোৰোনাত আক্ৰান্ত বিজেপিৰ সভাপতি আৰু প্ৰতিৰক্ষা মন্ত্ৰী

কোৰোনাত আক্ৰান্ত বিজেপিৰ সভাপতি জে পি নড্ডা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।দুগৰাকীয়ে টুইটাৰযোগে সদৰি কৰিছে এই কথা।কোভিড টেষ্টৰ ফলাফলৰ পাছতে বিজেপিৰ সভাপতি জে পি নড্ডা নিজকে হোম আইছ’লেশ্যন কৰিছে।

Read More

মহানগৰীৰ বীৰ লাচিত সেনাৰ প্ৰতিবাদ

মহানগৰীৰ লতাশিলত বীৰ লাচিত সেনাৰ প্ৰতিবাদ।১২-দফীয়া দাবী চনদৰে মাতৃভাষা ৰক্ষা কৰাৰ দাবী।উপায়ুক্তৰ কাৰ্যালয়ত স্মাৰকপত্ৰ দিবলৈ যাওঁতে আৰক্ষীৰ বাধা।আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডা।

Read More

জনপ্ৰিয়তাৰ তৃতীয় স্থানত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভিতৰত অতি জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত স্থান নিশ্চিত কৰিছে।অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈও অধিক।অৰ্মেক্স মিডিয়া নামৰ এক সংস্থাই সময়ে সময়ে কৰি থকা জৰীপত দেশৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ পৰা…

Read More

ক’ভিডৰ নতুন SOP,ভেকচিন নোলোৱা সকলৰ বাবে হ’ব সম্পূৰ্ণ কাৰ্ফিউ,কাইলৈৰ পৰা বন্ধ থাকিব বিদ্যালয়

ক'ভিডৰ নতুন SOPক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ সংবাদমেল। নিশা ১০ বজাৰ পুৱা ৬ বজালৈকে থাকিব কাৰ্ফিউ।নিশা ৯.৩০ বজাত বন্ধ কৰিব লাগিব দোকান পোহাৰ। ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা অথবা এটা ভেকচিন লোৱা সকলৰ বাবে হ'ব সম্পূৰ্ণ কাৰ্ফিউ। চিটী বাছ, মটৰচাইকেলত কেৱল…

Read More

ক’ভিড আক্ৰান্ত মন্ত্ৰী পীযূষ হাজৰিকা

ক'ভিডত আক্ৰান্ত হ’ল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। বৰ্তমান হোম আইছ'লেশ্যনত আছে মন্ত্ৰীগৰাকী।বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীৰ দেহত পোৱা গৈছে ক'ভিডৰ অৱস্থিতি।

Read More

আজি প্ৰকাশ পাব নতুন SOP

কোভিড সম্পৰ্কে আজি প্ৰকাশ পাব নতুন SOP।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা।নতুন SOPত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱাৰ সম্ভাৱনা।বজাৰ-সমাৰত ভিৰ কমোৱাৰ বাবে থাকিব পাৰে বিশেষ নিৰ্দেশনা।নৈশ কাৰ্ফিউৰ সময়সীমাও সলনি হ’ব পাৰে।

Read More

গুৱাহাটীৰ সাংসদ কোৰোনাত আক্ৰান্ত

গুৱাহাটীৰ সাংসদ কুইন ওজা কোৰোনাত আক্ৰান্ত।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে সাংসদ গৰাকীক।ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি এই কথা সদৰি কৰে সাংসদ গৰাকীয়ে।

Read More

মাঘ বিহুৰ সামাজিক অনুষ্ঠানত নিষেধাজ্ঞা।ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ বাবে ঘৰতে বিহু পতাৰ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মাঘ বিহুৰ ক্ষেত্ৰত কঠোৰ ৰাজ্য চৰকাৰ।যিহেতো প্ৰতিদিনে বৃদ্ধি পাইছে ভয়ংকৰ ৰূপত ক'ভিডৰ লগতে অমিক্ৰণৰ সংক্ৰমণ,সেয়েহে কঠোৰ হৈছে ৰাজ্য চৰকাৰ।মাঘ বিহু ঘৰতে হয়,সেয়েহে একো অসুবিধা নহয়-মুখ্যমন্ত্ৰী।আজি আলোচনাত মিলিত হ'ব স্বাস্থ্য মন্ত্ৰীৰ লগত।ক'ভিডৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

Read More

সৰুসজাইত পুনৰ মুকলি হ’ল ক’ভিড হাস্পতাল।৩০০ICU ৰ সৈতে মুঠ ৪৩০ খন বিচনা সাজু ক’ভিড ৰোগীৰ বাবে

সৰুসজাইত পুনৰ মুকলি হ'ল ক'ভিড হাস্পতাল।৩০০ICU ৰ সৈতে মুঠ ৪৩০ খন বিচনা সাজু ক'ভিড ৰোগীৰ বাবে।সৰুসজাই হাস্পতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।বহি:ৰাজ্যৰ পৰা অহা লোকসকলক ৰখা হ'ব এই হাস্পতালত।

Read More

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনক হিংসা

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক হিংসা।সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেল আৰু মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনা।উদণ্ড ছাত্ৰই ভাঙি লণ্ডমভণ্ড কৰিলে হোষ্টেলৰ বিভিন্ন সামগ্ৰী।হোষ্টেলৰ খাদ্যগৃহৰ লগতে ৰান্ধনীগৃহত চলালে উপদ্ৰব।এই ঘটনাত কেইবাজনো ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে।নিশাই ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আহত…

Read More
Back To Top