Skip to content

ৰহাৰ বিধায়ক শশীকান্ত দাসে ত্যাগ কৰিব কংগ্ৰেছ

ৰহাৰ কংগ্ৰেছী বিধায়কে যোগদান কৰিব বিজেপিত। বৰ্তমান তেওঁ চৰকাৰৰ লগত থাকি, চৰকাৰক সকলো ধৰণে সহায় সহযোগিতা কৰি যাব বুলি ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। ৰহা সমষ্টি উন্নয়নৰ বাবেও চৰকাৰে বিধায়জনক সকলো প্ৰকাৰে সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰিছে।

Read more

কেন্দ্ৰৰ বিজেপি চৰকাৰে সংশোধন কৰিব নিৰ্বাচনী আইন

আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত নিৰ্বাচনী আইন সংশোধিত বিধেয়ক ২০২১’ উত্থাপন কৰিলে আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে। তেওঁ কয় যে, এই আইনে দেশত ভুৱা ভোটদান সমাপ্ত কৰিব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক বিশ্বাসযোগ্য কৰি তুলিব। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে…

Read more

লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ

আজিৰে পৰা হোজাইৰ লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান। দুদিনীয়াকৈ উচ্ছেদ অভিযান সংৰক্ষিত বনাঞ্চলখনত।প্ৰথম পৰ্যায়ত বনাঞ্চলখনৰ ভেটনলা, কমৰপানীত উচ্ছেদ।প্ৰথম দিনা বেদখলকাৰীৰ ৫৫৫টা ঘৰ ভাঙিলে প্ৰশাসনে।লামডিং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৫০০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত।

Read more

ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদ মেল।

ৰাজ্যত হ’বলগীয়া উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি এই সংবাদ মেল।ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাদেই সম্বোধন কৰে এই সংবাদ মেল।উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোট গ্ৰহণ।ভোট গ্ৰহণৰ সময়ত কোভিড-১৯ ৰ কঠোৰ বিধি মানি চলা হ’ব।সকলোৱে কোভিড-১৯ৰ…

Read more

উপ-নিৰ্বাচনৰ বাবে AIUDF ৰ প্ৰাৰ্থী ঘোষণা

উপ-নিৰ্বাচনৰ বাবে AIUDF ৰ প্ৰাৰ্থী ঘোষণা। দুটা সমষ্টিত AIUDF ৰ প্ৰাৰ্থী ঘোষণা। ভৱানীপুৰ সমষ্টিত প্ৰাৰ্থী হ'ব অধিবক্তা জুব্বাৰ আলী। গোসাঁইগাঁৱত প্ৰতিদ্বন্দিতা কৰিব খাইৰুল আনাম খণ্ডকাৰে।

Read more

উপ-নিৰ্বাচনৰ ৩টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।

উপ-নিৰ্বাচনৰ ৩টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।মৰিয়নীত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৰূপজ্যোতি কুৰ্মীক।ভৱানীপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ফণী তালুকদাৰক। থাওৰাত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সুশান্ত বৰগোহাঁইক।

Read more

কামৰূপ জিলা মুখ্য ন্যায়িক দ্ণ্ডাধীশৰ কাৰ্যালয়ত বিধায়ক শ্বেৰমান আলী

কামৰূপ জিলা মুখ্য ন্যায়িক দ্ণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছে বিধায়ক শ্বেৰমান আলীক।কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লৈ অহা হৈছে বিধায়ক গৰাকীক। আৰক্ষীৰ জিম্মা বিচাৰি আদালতত আবেদন পাণবজাৰ আৰক্ষীৰ।

Read more

কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ।

শ্বহীদক অপমান কৰি গ্ৰেপ্তাৰ হোৱা বিধায়ক শ্বেৰমান আলীক আজি নিয়া হয় আদালতলৈ।ওৰেনিশা পাণবজাৰ থানাত কটালে বিতৰ্কিত কংগ্ৰেছ বিধায়কজনে।নিশা এপৰলৈকে আৰক্ষীয়ে জেৰা কৰিলে শ্বেৰমান আলী আহমেদক।গীতানগৰ থানাত ৰুজু হোৱা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ বিধায়কজনক।

Read more

আজি বিজেপিৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন সমিতিৰ বৈঠক

আজি বিজেপিৰ গুৰুত্বপূৰ্ণ নিৰ্বাচন সমিতিৰ বৈঠক। নিশা ৭ বজাত মুখ্যমন্ত্ৰীৰ বাসগৃহত হ'ব এই বৈঠক। বৈঠকত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী পেনেল। থাওৰাত সুশান্ত বৰগোঁহাই, মৰিয়ণীত ৰূপজ্যোতি কুৰ্মী, ভৱানীপুৰত ফণীধৰ তালুকদাৰ হ'ব বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী। UPPLক বিজেপিয়ে এৰি দিব গোঁসাইগাঁও, তামোলপুৰ। প্ৰাক্তন…

Read more
Back To Top