skip to Main Content

অসমৰ ৫টা সমষ্টিত উপ নিৰ্বাচনৰ দিন ঘোষণা।

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসমৰ উপ নিৰ্বাচনৰ দিন। ৫টা সমষ্টিত হ’ব উপ নিৰ্বাচন।গোসাঁইগাঁও,ভবানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাউৰাত হ’ব উপ নিৰ্বাচন।অহা ৩০ অক্টোবৰত ভোটগ্ৰহণ কৰা হ’ব।তাৰপাছত ২ নবেম্বৰত হ’ব ভোটগণনা।

Read More

বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল।

ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল। বিৰোধীয়ে প্ৰাৰ্থী নিদিয়াত নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল। আজি ৰিটাৰ্ণিং বিষয়াৰ পৰা ল’ব জয়ী হোৱাৰ প্ৰমাণ-পত্ৰ। সোণোৱালক সংগ দিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাও থাকিব লগত।

Read More

কংগ্ৰেছ দলত্যাগ কৰিলে প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই।

শুকুৰবাৰে কংগ্ৰেছ দল আনুষ্ঠানিক ভাবে ত্যাগ কৰে নগাওঁ সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই। ইতিমধ্যে চমুৱাই পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰালৈ প্ৰেৰণ কৰিছে।প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুৰ্লভ চমুৱা সাধৰণ সম্পাদক তথা মিডিয়া পেনেলিষ্টৰ দায়িত্বত আছিল।

Read More

প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলৰ সাক্ষাৎ ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্তক

প্ৰদেশ কংগ্ৰেছৰ সঁজাতি দলৰ সাক্ষাৎ ৰাজ্যৰ মুখ্য নিৰ্বাচন আয়ুক্তক। ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান দলটোৰ। গুৱাহাটী পৌৰ নিগম, ৰাজ্যৰ পৌৰ সভা সমূহৰ নিৰ্বাচন পতাৰ দাবীত এই স্মাৰক পত্ৰ প্ৰদান। সঁজাতি দলটোত আছে প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, অসীমা…

Read More

নিশ্চিত হ’ল সৰ্বানন্দ সোণোৱালৰ ৰাজ্যসভাৰ আসনখন।

নিশ্চিত হ'ল সৰ্বানন্দ সোণোৱালৰ ৰাজ্যসভাৰ আসনখন।সোণোৱালৰ বিপক্ষে কোনো প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন।ইতিমধ্যে মনোনয়ন পত্ৰ পৰীক্ষণ হোৱাৰ পাছত নিৰ্বাচনী বিষয়াই বৈধ ঘোষণা কৰে।২৭ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব সোণোৱালৰ নাম।

Read More

উত্তৰ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সভা।

ব্যাপক প্ৰস্তুতিৰে উত্তৰ গুৱাহাটীত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সভা। ২:৫০ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ উপস্থিতিত পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ কৰে সভাপতি ভৱেশ কলিতাই। উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হয় এই সভা। পতাকা উত্তোলন ৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে কেন্দ্ৰীয়…

Read More

CPI ৰ সাংবাদমেল।

CPI ৰ সাংবাদমেল। মহানগৰীৰ ৰাজগড় স্থিত CPI ৰ ৰাজ্যিক কাৰ্য্যালয়ত সাংবাদমেল সম্বোধন। আগন্তুক উপনিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য CPI ৰ। উপনিৰ্বাচন হোৱা সকলো সমষ্টিত এজনকৈ শক্তিশালী বিৰোধী প্ৰাৰ্থী থাকিব লাগে। আগন্তুক থাওৰা বিধানসভা সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিব CPI য়ে। থাওৰা সমষ্টিৰ…

Read More

ৰাজ্য সভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কেন্দ্ৰিয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

ৰাজ্য সভাৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ। সোণোৱালক সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।লগতে উপস্থিত থাকে অগপ আৰু ইউ পি পি এলৰ নেতৃত্ব। সোণোৱালে দিছপুৰৰ অসম বিধানসভাত দাখিল কৰিছে মনোনয়ন।৪ অক্টোবৰত অনুষ্ঠিত হব ৰাজ্যসভাৰ নিৰ্বাচন।

Read More

নিমাতীৰ মৰ্মান্তিক ঘটনাৰ পিছত ৰাজ্য চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰি নিলম্বিত কৰিছে তিনি অভিযন্তাক

নিমাতীৰ মৰ্মান্তিক ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰি নিলম্বিত কৰিছে তিনি অভিযন্তাক।পৰিবহণ সচিবক দিয়া হৈছে তদন্তৰ দায়িত্ব। নিলম্বিত তিনি অভিযন্তাৰ এজন কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী। দুৰ্ঘটনাৰ সময়ত ঘৰত আছিল বিক্ৰমাদিত্য চৌধুৰী। এইগৰাকী বিক্ৰমাদিত্য চৌধুৰী তিনি বছৰ পূৰ্বে উত্তৰ গুৱাহাটীত…

Read More
Back To Top