Skip to content

১২ আৰু ১৩ জানুৱাৰীত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়

৬ আৰু ৭ জানুৱাৰীত চৰকাৰী বন্ধ লাভ নকৰে শিক্ষক আৰু শিক্ষানুষ্ঠানৰ কৰ্মচাৰীসকলে। ৬ আৰু ৭ জানুৱাৰীৰ পৰিৱৰ্তে ১২ আৰু ১৩ জানুৱাৰীতহে বন্ধ লাভ কৰিব চৰকাৰী শিক্ষকসকলে। যাৰ পৰিপ্ৰেক্ষিতত ১২ আৰু ১৩ জানুৱাৰীতহে বন্ধ থাকিব অসমৰ স্কুলসমূহ।

Read more

গণতন্ত্ৰ দিৱসত বন্ধ নিদিবলৈ আলফা(স্বা )ক আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আৰক্ষী অধিক্ষকসকলৰ সন্মিলনত ২৬ জানুৱাৰীত আলফা(স্বা )ক বন্ধ নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।আৰক্ষী অধিক্ষকসকলৰ সন্মিলনৰ শেষত অনুষ্ঠিত হোৱা সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।সংবাদমেলযোগে তেখেতে জনায় যে ক্ৰমাণ্বয়ে আলফা সমস্যা সমাধানৰ দিশেও আগবাঢ়িব।উল্লেখ্য যে…

Read more

ক’ভিডৰ মাজতে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা,অসমত লকডাউন নহয়

ভয়ংকৰ ৰূপত পুনৰ আহিছে ক'ভিড।বহুকেইজন ধৰা পৰিছে ক'ভিডত আক্ৰান্ত ৰোগী।সকলোৰে মনত প্ৰশ্নও উত্থাপন হৈছিল যে পুনৰ হ'ব নেকি লকডাউন?কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অসমত লকডাউন নহয়।সকলোৱে ক'ভিড প্ৰট'কল সুন্দৰভাৱে পালন কৰি কাম কৰিলে লকডাউনৰ দৰকাৰ নাই।

Read more

শিক্ষামন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা!

চলিত বৰ্ষতে নিযুক্তি দিয়া হ’ব ২২ হাজাৰ শিক্ষকক, ৩১ মাৰ্চৰ ভিতৰত শেষ হ'ব নিযুক্তি প্ৰক্ৰিয়া- আজি দিছপুৰ ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত পঠন অভিযান আৰম্ভ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এই গুৰুত্বপূৰ্ণ ঘোষণা। পঠন অভিযানৰ শুভাৰম্ভণি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে টেট নিযুক্তিতো কোনো ধৰণৰ বিসংগতি হোৱা…

Read more

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ক’ভিড পজিটিভ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ক'ভিড পজিটিভ।এই কথা টুইটযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।লগতে ইয়াকো জনায় যে তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিক ক'ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনায়।মুখ্য়মন্ত্ৰীগৰাকী OMICRONৰ দ্বাৰা সংক্ৰমিত হৈছে নে নাই বৰ্তমানেও এই কথা স্পষ্ট হোৱা নাই।

Read more

মুখ্যমন্ত্ৰীক সাক্ষাত্ পৱনসিং ঘাটোৱাৰৰ

দুলীয়াজানত অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍ পৱনসিং ঘাটোৱাৰৰ।জালনীক্লাৱত মুখ্যমন্ত্ৰীক সাক্ষাত্‍ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে।পৱনসিং ঘাটোৱাৰে মুখ্যমন্ত্ৰীক সাক্ষাত্‍ কৰাক লৈ ব্যাপক চৰ্চা। মুখ্যমন্ত্ৰীক সাক্ষাতৰ সময়ত আছিল কেইবাগৰাকীও বিজেপি বিধায়ক।

Read more

কামাখ্যাত উপস্থিত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

Airport ৰ পৰা পোনে পোনে মা কামাখ্যাৰ আশীষ ল'লে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।মা কামাখ্যাৰ আশীষ লোৱাৰ পিছতে বগলা মন্দিৰ দৰ্শন কৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।এখন বৈঠকত অংশ গ্ৰহণৰ বাবে আহিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

Read more

নিজৰ মাজত মুখ্যমন্ত্ৰী হোৱা কাজিয়া এতিয়াও চলি আছে’:জয়ন্ত মল্ল বৰুৱা

জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ আগত ভূপেন বৰাৰ কথা কি ক'লে?'নিজৰ মাজত মুখ্যমন্ত্ৰী হোৱা কাজিয়া এতিয়াও চলি আছে'।'আমি গালি পাৰো কংগ্ৰেছৰ আৰ্দশক':জয়ন্ত মল্ল বৰুৱা

Read more

পঞ্চদশ বিধানসভাৰ প্ৰথমটো শীতকালীন অধিৱেশন।

আজিৰেপৰা আৰম্ভ পাঁচদিনীয়াকৈ বিধান সভা অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনাই উত্তাল সদন। বিৰোধীয়ে উত্তাল কৰে সদন। সদনৰ বাহিৰত উচ্ছেদ অভিযানক লৈ প্ৰতিবাদ AIUDFৰ বিধায়কৰ। বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই বিৰোধী দলে বিভিন্ন ইছ্যুক লৈ উত্তাল কৰে সদন। প্ৰশ্নোত্তৰৰ ঘণ্টাৰ পিছতে সদন…

Read more
Back To Top