skip to Main Content

ৱাশ্বিংটনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈঠক।

ৱাশ্বিংটনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈঠক।ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক, আন্তৰ্জাতিক বিষয়ত আলোচনা।আফগানিস্তানত তালিবানৰ শাসন সন্দৰ্ভতো বৈঠকত আলোচনা কৰে। সন্ত্ৰাসবাদৰ প্ৰসংগ অহাৰ লগে লগে হেৰিছে ল’লে পাকিস্তানৰ নাম।পাকিস্তানৰ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা আমেৰিকাৰ নজৰত আছে বুলি ক'লে কমলাই।আমেৰিকাই ভাৰতীয় প্ৰধানমন্ত্ৰীক দিয়া অভ্যৰ্থনাৰ…

Read More

কাইলৈ আৰম্ভ হ’ব স্পেচ এক্সৰ নতুন মহাকাশ অভিযান

কাইলৈ আৰম্ভ হ'ব স্পেচ এক্সৰ নতুন মহাকাশ অভিযান। বহুদিনৰ অন্ততঃ কাইলৈ ইলন মাস্কৰ কোম্পানী স্পেচ এক্সৰ তত্ত্বাৱধানত চাৰিজনীয়া এটা দলে মহাকাশ ভ্ৰমণ কৰিব। ১৬ ছেপ্টেম্বৰত ভাৰতীয় সময় মতে পুৱা ৫.৩২ বজাত আৰম্ভ হ'ব এই অভিযান।

Read More

চন্দ্ৰপৃষ্ঠত বৰফ আৰু পানীৰ সম্ভেদ!ISROৰ তথ্য প্ৰকাশ।

চন্দ্ৰপৃষ্ঠত বৰফ আৰু পানীৰ সম্ভেদ পোৱা গৈছে। চন্দ্ৰপৃষ্ঠত আছে বৃহৎ শিলাখণ্ড আৰু আগ্নেয়গিৰি। ISROয়ে প্ৰকাশ কৰিছে এই তথ্য। চন্দ্ৰযান ২য়ে চন্দ্ৰপৃষ্ঠৰ গৱেষণা কৰি ISROলৈ পঠাইছিল ডাটা। চন্দ্ৰযান ২ য়ে ১০০ কিঃ মিঃ পৰা তুলিছিল চন্দ্ৰপৃষ্ঠৰ আলোকচিত্ৰ। আলোকচিত্ৰত ধৰা পৰিছে পাহাৰ…

Read More

মাজুলীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

মাজুলীত ভাৰতীয় জাতীয় কংগ্ৰেছ মাজুলী জিলা সমিতিয়ে আজি জিলা সদৰ গড়মূৰত পালন কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈকে সদৰ তিনিআলিত পালন কৰে এই অৱস্থান ধৰ্মঘট। অৱস্থানকাৰী সকলে সন্মুখত গান্ধীৰ আলোকচিত্ৰ, হাতে হাতে প্লে কাৰ্ড লৈ,…

Read More

আফগান মহিলাই অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো খেলত! তালিবানৰ সাংস্কৃতিক আয়োগ উপ-প্ৰধানৰ এই ঘোষণা

আফগান মহিলাই এতিয়াৰপৰা অংশগ্ৰহণ কৰিব নোৱাৰিব কোনো খেলত। তালিবানৰ সাংস্কৃতিক আয়োগৰ উপ-প্ৰধান আহমদুল্লাহ ৱাছিকীৰ এই ঘোষণা। মহিলাৰ বাবে খেল-ধেমালী প্ৰয়োজনীয় নহয় বুলি মন্তব্য আহমদুল্লাহ ৱাছিকীৰ।

Read More

বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত তালিবানৰ নতুন নিয়ম

বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত তালিবানৰ নতুন নিয়ম। আফগানিস্তান দখল কৰাৰ পিছতেই দেশখনত আৰম্ভ তালিবানী শাসন। আফগান লোকসকলৰ বাবে তালিবানে বান্ধি দিছে বিভিন্ন নীতি-নিয়ম। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত তালিবানৰ নতুন নিয়ম। এতিয়াৰেপৰা আফগানিস্তানত ল'ৰা আৰু ছোৱালীৰ মাজত পৰ্দা আঁৰি বিশ্ববিদ্যালয়ত পাঠদান কৰিব লাগিব।

Read More
Back To Top