Skip to content
Pakistani Army Helicopter with Top Commander

পাকিস্তান সেনাবাহিনীৰ জেনেৰেলসহ হেলিকপ্টাৰ নিৰুদ্দেশ

বান সাহাৰ্য দিবলৈ যোৱা পাকিস্তান সেনা বাহিনীৰ জেনেৰেলসহ হেলিকপ্টাৰ নিৰুদ্দেশ। হেলিকপ্টাৰত জেনেৰেলৰ সৈতে আছিল বহুকেইজন শীৰ্ষ বিষয়া। বেলুচিস্তানৰ পৰা নিৰুদ্দেশ হেলিকপ্টাৰখন।

Read more

World Milk Day অনুষ্ঠিত পূৰবী ডেইৰীত

World Milk Day অনুষ্ঠিত কৰা হয় পূৰবী ডেইৰীত।খুব সুন্দৰভাৱে পালন কৰা হয় দুগ্ধ দিৱস।এই সুন্দৰ অনুষ্ঠানটিৰ ফ্লেগ অফ কৰে ৱামুলাৰ পৰিচালক সঞ্চালক সত্য ব্ৰত বসুৱে।তেখেতে নৱ প্ৰজন্মক দুগ্ধ সম্পৰ্কীয় কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰি নিজৰ লগতে ৰাইজৰো যাতে উন্নতি সাধন হয় তেনে…

Read more

ইউক্ৰেইনৰ সেনাক আত্মসমৰ্পণ কৰিবলৈ সময়সীমা বান্ধি দিলে ৰাছিয়ান সেনাই

ইউক্ৰেইনৰ সেনাক আত্মসমৰ্পণ কৰিবলৈ সময়সীমা বান্ধি দিলে ৰাছিয়ান সেনাই।যদি জীৱন লাগে তেন্তে ৬বজাৰ আগত আত্মসমৰ্পণ কৰক।মাৰিয়ুপল দখল কৰাৰ পিছতে ৰাছিয়ান সেনাৰ সকীয়নি ইউক্ৰেইনৰ সেনাক।মস্কোৰ সময় অনুসৰি ৬ বজালৈ সময় বান্ধি দিছে সেনাই।যদি আত্মসমৰ্পণ কৰে তেন্তে ক্ষমা কৰি দিব ৰাছিয়ান সেনাই।

Read more

উত্তৰ পূৱ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ‘north east on wheels’ অভিযান

উত্তৰ পূৱ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব 'north east on wheels' অভিযান।৭৫ বাইক আৰোহীয়ে অতিক্ৰম কৰিব ১লাখ কিঃমিঃ। 'আজাদী কা অমৰীত মহোৎসৱ' উপলক্ষে ৮ ৰাজ্য কৰিব ভ্ৰমণ। ৯ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ চলিব অভিযান। ৯ এপ্ৰিলৰ পুৱা খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত…

Read more

NSUI প্ৰতিবাদ ৰাজীৱ ভৱনত

আজি ৰাজীৱ ভৱনত NSUI প্ৰতিবাদ কৰে।বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি প্ৰতিবাদ এচাম ছাত্ৰ-ছাত্ৰীৰ।ইউক্ৰেইন আৰু ৰাছিয়া মাজত চলি থকা যুদ্ধৰ বাবে ভাৰত ছাত্ৰ-ছাত্ৰী সকল আবদ্ধ হৈ আছে।তেওঁলোকক উভতাই আনিবলৈ প্ৰতিবাদ।

Read more

কিমান ভয়াবহ হ’ব পাৰে এখন যুদ্ধৰ পৰিণতি।

কিমান ভয়াবহ হ'ব পাৰে এখন যুদ্ধৰ পৰিণতি।এফালৰ পৰা সকলো ধ্বংস কৰি গৈছে ৰাছিয়াই।বিপদত ইউক্ৰেন।চাৰিওফালে কেৱল হত্যাৰ ধ্বংসলীলা।আাজি আলোচনাত বহিব দুই দেশ।এতিয়া সকলোৰে এটাই কথা মীমাংসা।

Read more

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৪তম মৃত্যু বাৰ্ষিকী

আজিৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটস্হিত সমাধিস্হান পৰিদৰ্শন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।ৰাহুল গান্ধীয়েও টুইট যোগে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

Read more

বছৰৰ শেষৰ ফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ

ভাৰতে টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে এখন খেলৰ সৈতে অভিযান আৰম্ভ কৰিব৷ এই বছৰৰ শেষৰ ফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ৷ প্ৰতিযোগিতাৰ সময়সূচী ঘোষণা কৰা হয় বৃহস্পতিবাৰে৷ ২২ অক্টোবৰত নিউজিলেণ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুখামুখি হ'ব চিডনীত৷ ছুপাৰ ১২ ৰ দ্বিতীয় গ্ৰুপত থাকিব…

Read more

হঠাতে দিয়া হ’ব নেকি পুনৰ লকডাউন?

দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ।দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।বিশ্ব স্বাস্থ্য সংস্থাই লকডাউন সন্দৰ্ভত মন্তব্য আৰোপ কৰিছে।ক'ভিডক প্ৰতিহত কৰিবলৈ লকডাউনতকে বেলেগ ব্যৱস্থা কৰিব লাগে।এই মন্তব্য WHO ৰ প্ৰতিনিধি ৰড্ৰিকো এছ আফ্ৰিনৰ।তেওঁৰ মতে লকডাউনে সকলোকে জুৰুলা কৰি পেলাইছে।

Read more

আকাশত উদয় হ’ল সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ কৃত্ৰিম সূৰ্য

প্ৰকৃত সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ কৃত্ৰিম সূৰ্যটো সাজি উলিয়াবলৈ সক্ষম হৈছে চীনে।২০০৬ চনতে আৰম্ভ হৈছিল ইয়াৰ প্ৰজেক্টৰ কাম।১৭ মিনিট ৩৬ চেকেণ্ড ধৰি ৭০ মিলিয়ন ডিগ্ৰী তাপমাত্ৰাত পৰীক্ষণ সম্পন্ন হৈছে।এই কৃত্ৰিম সূৰ্যটোৰ তাপমাত্ৰা ১৫ মিলিয়নতকৈও অধিক।

Read more
Back To Top