Skip to content

দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ।২৪ ঘন্টাত আক্ৰান্ত ৯০ হাজাৰৰো অধিক

দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ।২৪ ঘন্টাত আক্ৰান্ত ৯০ হাজাৰৰো অধিক।যোৱাকালিৰ দিনটোত বৃদ্ধি পাইছে ৫৬.৫ শতাংশ লোক।ক'ভিডৰ লগতে সমানে বৃদ্ধি পাইছে অমিক্ৰণৰ সংখ্যা।দেশত ২২০০ৰো অধিক লোক আক্ৰান্ত ক'ভিডত।

Read more

পুৰণিক বিদায় দি সকলোৱে আদৰি ললে ২০২২।

বিদায় ২০২১।পুৰণিক বিদায় দি সকলোৱে আদৰি ললে ২০২২ক।নতুন বছৰে সকলোৰে বাবে কঢি়য়াই আনক আনন্দৰ বতৰা।বছৰৰ পহিলা দিনটোত সকলোৱে এগছি চাকি জ্ৱলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে।সকলোৰে যেন বছৰটো কুশলে যায়।

Read more

নৱবর্ষক আদৰিবলৈ সমগ্ৰ বিশ্বত চলিছে মহা আয়োজন।

নতুন বছৰক আদৰাৰ নামত বিশ্বজুৰি উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। নতুন বছৰৰ আগনিশা থার্টী ফার্ষ্ট উদযাপনৰ আনন্দই সুকীয়া। সেয়ে আজি নিশা কোৰোণা কাৰ্ফিউ ও প্ৰত্যাহাৰ কৰিছে চৰকাৰে।গুৱাহাটী মহানগৰীতো থার্টী ফার্ষ্ট ডিচেম্বৰ উদযাপনৰ চলিছে ব্যাপক প্রস্তুতি ৷

Read more

অ’মিক্ৰণ সন্দৰ্ভত কি কলে বিশ্ব স্বাস্থ্য সংস্থাই?

ক'ৰনাৰ পিছতে পুনৰ অ'মিক্ৰণৰ ৰূপত ক'ৰনাই আত্মপ্ৰকাশ কৰাৰ পিছতে পুনৰ আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ববাসী। দক্ষিণ আফ্ৰিকাৰ পৰা সমগ্ৰ বিশ্বলৈ বিয়পা অ'মিক্ৰণ কিমান ভয়ংকৰ সেই বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াভাৱে ব্যক্ত কৰিছে কিছূ তথ্য। দুপালি প্ৰতিষেধক গ্ৰহণ কৰা অথবা এবাৰ…

Read more

বাংলাদেশত উদযাপন নহয় দেৱালী

এইবাৰ বাংলাদেশত উদযাপন নহয় দেৱালী।বাংলাদেশ পূজা উদযাপন পৰিষদে বৰ্জন কৰিব দেৱালী উৎসৱ।হিন্দুৰ ওপৰত চলি থকা বৰ্বৰ আক্ৰমণৰ তীব্ৰ বিৰোধিতাৰ বাবে এই সিদ্ধান্ত।

Read more

বাংলাদেশত হিন্দু নাগৰিকৰ ওপৰত অত্যাচাৰ

বাংলাদেশত দুৰ্গা পূজাত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত শেহতীয়াকৈ দুজন হিন্দু ধৰ্মাৱলম্বী লোক নিহত হৈছে। বুধবাৰে এখন পূজা মণ্ডপত পবিত্ৰ কোৰাণৰ কথিত অপমানৰ পৰাই সূত্ৰপাত হয় সাম্প্ৰদায়িক সংঘৰ্ষৰ। দুৰ্গা পূজাৰ সাম্প্ৰদায়িক সংঘৰ্ষত এতিয়ালৈ মৃত্যু হৈছে ৬ জনৰ।

Read more

ছাত্ৰীৰ বাবে মুকলি আফগানিস্তানৰ বিদ্যালয়ৰ দুৱাৰ

ছাত্ৰীৰ বাবে পুনৰ মুকলি হ’ল আফগানিস্তানৰ বিদ্যালয়ৰ দুৱাৰ। তিনিখন প্রদেশত বিদ্যালয়লৈ যোৱাৰ সুবিধা লাভ কৰিলে ছাত্ৰীয়ে। কুণ্ডুজ, বলখ আৰু ছৰ-এ-পুল প্রদেশত কন্যা সন্তানৰ বাবে মুকলি বিদ্যালয়ৰ দুৱাৰ। তিনি প্রদেশত ছাত্র-ছাত্ৰীক পৃথককৈ পাঠদানৰ ব্যৱস্থা।

Read more

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস।

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক ৰোগ তথা স্বাস্থ্যৰ সম্পৰ্কে সজাগ কৰিবৰ বাবে এই দিৱস পালন কৰা হয়। ১৯৯২ চনত পোন প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। এই বৰ্ষৰ বিষয় হ'ল এখন অসমতাৰ বিশ্বত মানসিক স্বাস্থ্য।

Read more

৬ ঘন্টাৰ বাবে বিকল ফেচবুক ৫২,১০০ কোটি টকাৰ লোকচান

সোমবাৰে নিশা প্ৰায় ৬ ঘন্টাৰ বাবে বিকল হৈ পৰে বিশ্বজুৰি ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ।যাৰ ফলত ফেচবুকৰ শ্বেয়াৰ ৫ শতাংশ হ্ৰাস পাই আৰু ৭ বিলিয়ন ডলাৰ অৰ্থাৎ ৫২,১০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব লগা হয়।যান্ত্ৰিক বিজুতিৰ ঘটনাৰ বাবে ফেচবুকৰ মুখ্য কাৰ্যবাহী…

Read more
Back To Top