skip to Main Content

হিন্দী নহয় ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে সংস্কৃত।এই দাবী মোহময়ী অভিনেত্ৰী কংগণা ৰাণাৱটৰ

হিন্দী নহয় ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে সংস্কৃত।এই দাবী কৰিলে মোহময়ী অভিনেত্ৰী কংগণা ৰাণাৱটে।হিন্দী,কন্নৰ,তামিল তথা গুজৰাটী ভাষাতকৈও পুৰণি হৈছে সংস্কৃত ভাষা।এই সকলোবোৰ ভাষা উদ্ভৱ হৈছে সংস্কৃত ভাষাৰ পৰা।তেনেহ’লে কিয় সংস্কৃতৰ ঠাইত হিন্দীক ৰাষ্ট্ৰভাষা কৰা হ’ল।

Back To Top