Skip to content

কাইলৈ আৰম্ভ হ’ব স্পেচ এক্সৰ নতুন মহাকাশ অভিযান

কাইলৈ আৰম্ভ হ'ব স্পেচ এক্সৰ নতুন মহাকাশ অভিযান। বহুদিনৰ অন্ততঃ কাইলৈ ইলন মাস্কৰ কোম্পানী স্পেচ এক্সৰ তত্ত্বাৱধানত চাৰিজনীয়া এটা দলে মহাকাশ ভ্ৰমণ কৰিব। ১৬ ছেপ্টেম্বৰত ভাৰতীয় সময় মতে পুৱা ৫.৩২ বজাত আৰম্ভ হ'ব এই অভিযান।

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখা দল

গুৱাহাটী বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখা দল। APDCLৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাত বিসংগতিৰ অভিযোগ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাত দিয়া হৈছিল অভিযোগ। এই অভিযোগৰ তদন্তৰ বাবেই বিশ্ববিদ্যালয়ত CM ভিজিলেঞ্চৰ দল। পৰীক্ষাৰ দায়িত্বত থকা বোৰ্ডৰ প্ৰতিগৰাকী সদস্যক সোধা-পোছা দলটোৰ। দলটোৰ…

Read more

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ জ্যেষ্ঠ নাৰ্ছ ৰজিলা ৰয়লৈ ৰাষ্ট্ৰীয় ফ্লোৰেঞ্চ নাইটিংগেল পুৰস্কাৰ

অসমৰ জ্যেষ্ঠ নাৰ্ছ ৰজিলা ৰয়লৈ ৰাষ্ট্ৰীয় ফ্লোৰেঞ্চ নাইটিংগেল পুৰস্কাৰ। কোভিড পৰিস্থিতিৰ বাবে ভাৰ্চুৱেলি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিলে ২০২০ বৰ্ষৰএই পুৰস্কাৰ। অসমৰ ৰজিলা ৰয়সহ দেশৰ ৫১ গৰাকী নাৰ্ছিং কৰ্মীক প্ৰদান কৰিলে এই পুৰস্কাৰ। ৰজিলা ৰয় গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ…

Read more

সুস্মিতা দেৱলৈ তৃণমূলৰ পুৰস্কাৰ

তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী সুস্মিতা দেৱ।তৃণমূল কংগ্ৰেছে মনোনীত কৰিছে সুস্মিতা দেৱৰ নাম।পশ্চিমবংগৰ পৰা খালী আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সুস্মিতাই।

Read more

জলপৰিবহন বিভাগ তথা ব্ৰহ্মপুত্ৰ নদীৰ বিপদ সংকুল যাতায়ত ব্যৱস্থাৰ উন্নীতকৰণৰ দাবীত আছুৰ স্মাৰক পত্ৰ প্ৰদান

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত শিলিগুৰিৰ পৰা শিয়ালমাৰী বামুন্দী চৰলৈ আৰু টাঙোনমাৰীৰ পৰা খালেকমাৰা লৈ সংযোগী জলপথৰ ওপৰেৰে কেৱাখনো ব্যক্তিগত ইঞ্জিন যুক্ত নাওঁ চলাচল কৰি আহিছে। লক্ষণীয় ভাৱে এই ভুটভুটী নাওঁ সমূহত জনসাধাৰণে যথেষ্ট বিপদ সংকুল ভাবে যাতায়ত কৰিব…

Read more

অৱশেষত উদ্ধাৰ হ’ল ডাঃ বিক্ৰমজিত্‍ বৰুৱাৰ মৃতদেহ।

৬দিনৰ অন্তত বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰে SDRF আৰু NDRFএ।নিমাতীৰ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ আছিল বিক্ৰমজিত্‍ বৰুৱা। মাজুলীৰ দক্ষিণ আঁহতগুৰিত উদ্ধাৰ হৈছে বিক্ৰমজিতৰ মৃতদেহ।ক'লা টি-ছাৰ্ট পৰিহিত অৱস্থাত উদ্ধাৰ বিক্ৰমজিত্‍ বৰুৱাৰ মৃতদেহটো।

Read more

আজি হিন্দী দিৱস।

হিন্দী দিৱসৰ সমগ্ৰ দেশবাসীক শুভকামনা যাচিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, সমগ্ৰ দেশত সকলোৰে বাবে সমৰ্থ আৰু সহজ ভাষা হিচাপে হিন্দী ভাষাই সকলোৰে মাজত যোগসূত্ৰ ৰক্ষা কৰি আহিছে।

Read more

ড্ৰাগ্‌ছ পেডলাৰলৈ আৰক্ষীৰ গুলী।

ধিঙৰ ভেৰভেৰীত ড্ৰাগ্‌ছ পেডলাৰলৈ আৰক্ষীৰ গুলী।গুলীচলনা কৰি দুই ড্ৰাগ্‌ছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ।সৰবৰাহকাৰী দুটাৰ নাম মোজাহিদুল হক,জেহিৰুল ইছলাম।আইনুল হক নামৰ এটা ড্ৰাগ্‌ছ সৰবৰাহকাৰী পলায়ন।আইনুল হকৰ ঘৰৰ পৰা ড্ৰাগ্‌ছসহ জব্দ এখন ৱাগনাৰ।

Read more

অসম আৰক্ষীত ব্যাপক ৰদ-বদল

অসম আৰক্ষীত ব্যাপক ৰদ-বদল।APS বিষয়া কুলেন্দ্র নাথ ডেকাক বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি। APS বিষয়া অনিৰ্বাণ শৰ্মাক বজালীৰ অতিঃ আৰক্ষী অধীক্ষক(HQ) হিচাপে বদলি। APS বিষয়া দীপাংকৰ দত্ত লহকৰক ধুবুৰীৰ উপ আৰক্ষী অধীক্ষক হিচাপে বদলি। APS বিষয়া লৱ কুমাৰ ডেকাক…

Read more
Back To Top