মহানগৰীৰ বীৰ লাচিত সেনাৰ প্ৰতিবাদ
মহানগৰীৰ লতাশিলত বীৰ লাচিত সেনাৰ প্ৰতিবাদ।১২-দফীয়া দাবী চনদৰে মাতৃভাষা ৰক্ষা কৰাৰ দাবী।উপায়ুক্তৰ কাৰ্যালয়ত স্মাৰকপত্ৰ দিবলৈ যাওঁতে আৰক্ষীৰ বাধা।আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডা।
মহানগৰীৰ লতাশিলত বীৰ লাচিত সেনাৰ প্ৰতিবাদ।১২-দফীয়া দাবী চনদৰে মাতৃভাষা ৰক্ষা কৰাৰ দাবী।উপায়ুক্তৰ কাৰ্যালয়ত স্মাৰকপত্ৰ দিবলৈ যাওঁতে আৰক্ষীৰ বাধা।আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ বাক-বিতণ্ডা।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভিতৰত অতি জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত স্থান নিশ্চিত কৰিছে।অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈও অধিক।অৰ্মেক্স মিডিয়া নামৰ এক সংস্থাই সময়ে সময়ে কৰি থকা জৰীপত দেশৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাৰ পৰা…
বৰ্তমানৰ উৰিষ্যাৰ ক'ভিড-19ৰ পৰিস্থিতি ভয়াবহ।ৰাজ্যখনৰ চৰকাৰে এই কথালৈ লক্ষ্য কৰি বিশ্ববিখ্যাত পুৰীৰ জগন্নাথ মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।চলিত মাহৰ ১০ তাৰিখৰ পৰা ৩১ তাৰিখলৈ বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ।মন্দিৰ পৰিচালকৰ লগতে একাংশ কৰ্মচাৰীও ক'ভিডত আক্ৰান্ত হৈছে।ক'ভিড-19ৰ সংক্ৰমণৰ বাবে এনে…
ব্ৰহ্মপুত্ৰৰ খননৰ জৰিয়তে গভীৰতা বৃদ্ধি কৰি শদিয়াৰ পৰা ধুবুৰীলৈ জাহাজ পৰিবহন ব্যৱস্থাটো অধিক সুচল কৰাৰ আঁচনিও গ্ৰহণ কৰে সৰ্বানন্দ চৰকাৰে।বৰাকত ১৬টা,ধনশিৰিত ৩১টা,কপিলিত ৫৭টাৰ লগতে ১৬টাত কৈ অধিক নতুন ৰাষ্ট্ৰীয় জলপথৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।জল পৰিবহন আৰু জাহাজ মন্ত্ৰালয়ৰ জৰিয়তে অসমৰ…
আজিৰ পৰা দেশজুৰি আৰম্ভ হৈছে Precaution Dose।ফ্ৰণ্টলাইন ৱৰ্কাৰ, জ্যেষ্ঠ নাগৰিকক প্ৰদান কৰা হ’ব এই বিশেষ ভেকচিন।দ্বিতীয় পালি লোৱাৰ ৯ মাহ হ’লেহে ল’ব পাৰিব সুৰক্ষামূলক পালি।কোভিডত আক্ৰান্ত হোৱা সকলৰ আৰোগ্যৰ ৩ মাহ হোৱাৰ পাছত হে ল'ব লাগিব। সকলো চৰকাৰী টিকাকৰণ কেন্দ্ৰত…
চৰকাৰী কৰ্মচাৰীয়ে আপোনাৰ পৰা কাম কৰাৰ বিনিময়ত ধন বিচাৰিছে নেকি?যদি আপোনাৰ পৰা ধন বিচাৰে তেনেহ'লে তাৎক্ষণিকভাৱে ফোন কৰক এটা বিশেষ নম্বৰত।আপোনাৰ এটা ফোন কলতে জেললৈ যাব দুৰ্নীতিগ্ৰস্ত বিষয়া।মুকলি কৰা হৈছে অভিযোগৰ নম্বৰ।6026901243 নম্বৰত ফোন অথবা হোৱাটছ এপৰ জৰিয়তে কৰিব পাৰিব…
প্ৰশাসনৰ নতুন নিয়ম,মাক্স নিপিন্ধা লোকে ভৰিব লাগিব ১০০০ কৈ টকা।মাক্স নিপিন্ধা লোকক গাড়ীত নুঠাবলৈ আহ্বান প্ৰশাসনৰ।দ্ৰুতগতিত বৃদ্ধি পোৱা ক'ভিডৰ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত ৰাজ্য় চৰকাৰৰ।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰা যান-বাহনৰ ক্ষেত্ৰত প্ৰণয়ন কৰিছে নতুন আইন।নিয়ম অনুসৰি ১০ মিনিটৰ ভিতৰত পাৰ্কিং কৰি ওলাই যোৱা যিকোনো বাহনে দিব নালাগে কোনো ধৰণৰ মূল্য।১০ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম।দহ মিনিটৰ বেছি সময়…
এক সুন্দৰ পৰিৱেশত ITA Machkhuaত অনুষ্ঠিত হয় Mr And Miss IDEAL Face Of Guwahati।সম্পূৰ্ণ অনুষ্ঠানটো Organished কৰে Team Morning Star।অনুষ্ঠানটোৰ আঁত ধৰে জয়দ্বীপ ৰূপ চৌধুৰীয়ে। Mr IDEAL Face Of Guwahati সন্মান লাভ কৰে অমিত সিং আৰু Miss IDEAL Face Of…
পুনৰ আলফা স্বাধীনত যোগদান অসমৰ ৩যুৱকৰ।৩যুৱকৰ ভিতৰত দুজনেই হৈছে আৰক্ষী জোৱান।কৌশিক গোঁহাই,নুমল ফুকন আৰু পিংকু মৰাণৰ আলফা (স্বা)ত যোগদান।কৌশিক গোঁহাই মাকুম আৰক্ষী ঠানাত কৰ্মৰত।চৰাইদেউৰ সাপেখাটিৰ নুমল ফুকন শিলচৰত আৰক্ষী যোৱান হিচাপে কৰ্মৰত।আনজন পিংকু মৰাণ তিনিচুকীয়া জিলাৰ তালাপৰ।ইতিমধ্যেই ম্যানমাৰ আলফা কেম্পত…