skip to Main Content

গুৱাহাটীৰ ঘৰৰ পৰাই লুটি নিলে সোণ।

গুৱাহাটীৰ বামুণীমৈদামত চাঞ্চল্যকৰ ঘটনা।ঘৰত অকলে থকা মহিলাক দুই প্ৰৱঞ্চকৰ লুটি নিলে প্ৰায় ২ লাখ টকা মূল্যৰ সোণৰ আ-অলংকাৰ।বামুণীমৈদামৰ ৰে’লৱে ক’লনীৰ আৱাসত সংঘটিত হৈছে এই ঘটনা

Read More

মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জামিন নাকচ ৰাজকন্যাৰ

মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জামিন নাকচ ৰাজকন্যাৰ। এদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৰাজকন্যা বৰুৱাক। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীৰ অনুজ্ঞাপত্ৰ জব্দ কৰাৰ নিৰ্দেশ। পৰিবহণ বিভাগক এই নিৰ্দেশ আদালতৰ।

Read More

মহানগৰীত ভয়ংকৰ ঘটনা।

মহানগৰীৰ ভঙাগড়ত সংঘটিত ভয়ংকৰ ঘটনা।চোকা অস্ত্ৰৰে দুৰ্বৃত্তই আক্ৰমণ কৰিলে বিশাল ৰয় নামৰ যুৱক এজনক ।মঙলবাৰে গুৱাহাটীত সংঘটিত হৈছিল গুলীবৰ্ষণৰ ঘটনা।দিনকদিনে গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে অপৰাধৰ সংখ্যা।বিশাল ৰয়ৰ হত্যাত অভিযুক্ত ৩জনক গ্ৰেপ্তাৰ।গ্ৰেপ্তাৰ ছাহিদুৰ ৰহমান, হজৰত আলী, নুৰ আলম।

Read More

সোণাপুৰত মৃতদেহ উদ্ধাৰ

সোণাপুৰত মৃতদেহ উদ্ধাৰ। সোণাপুৰৰ যোগদল-মৰঙাবাৰী পথাৰত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো যোগদল দেওঁপাহাৰৰ সোণেশ্বৰ টেৰণ(৩৭) ৰ বুলি জানিব পৰা গৈছে। তিনি দিন পুৰ্বে মাছ মাৰিবৰ বাবে উলাই আহি সন্ধানহীন হৈ আছিল ব্যক্তিজন। ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Read More

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু আত্মহত্যাৰ ঘটনা।

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড আৰু আত্মহত্যাৰ ঘটনা। পত্নী আৰু পুত্ৰক হত্যা কৰিআত্মহত্যা কৰিলে এজন লোকে। মহানগৰীৰ সাতগাঁও থানাৰ গাতে লাগি থকা ১৯ নং বাসগৃহত সংঘটিত হৈছে এই ঘটনা।এজন হোমিও ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে পত্নীৰ ডিঙি কাটি আৰু ছয় বছৰীয়া…

Read More

আৰক্ষী বিষয়াৰ ঘৰত চলিছে দেহ ব্যৱসায়।

নাৰী দেহ ব্যৱসায়ীৰ ৰূপত স্বয়ং আৰক্ষী বিষয়া ।কমলুদ্দিন আহমেদ নামৰ মহানগৰীৰ বশিষ্ঠৰ আৰক্ষী বিষয়াৰ ঘৰত উৎখাত নাৰী দেহ চক্ৰ।লগতে উদ্ধাৰ হৈছে এডাল কেকো  সাপ।স্থানীয় লোকৰ অভিযোগ দীর্ঘদিন ধৰি বিষয়া জনৰ ঘৰত চলাই আছে নাৰী দেহৰ ব্যৱসায়।

Read More
Back To Top