skip to Main Content

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনক হিংসা

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক হিংসা।সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেল আৰু মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনা।উদণ্ড ছাত্ৰই ভাঙি লণ্ডমভণ্ড কৰিলে হোষ্টেলৰ বিভিন্ন সামগ্ৰী।হোষ্টেলৰ খাদ্যগৃহৰ লগতে ৰান্ধনীগৃহত চলালে উপদ্ৰব।এই ঘটনাত কেইবাজনো ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে।নিশাই ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আহত…

Read More

৪ হাজাৰ টকা উৎকোচ লৈ জালত পৰিল প্রশাসনিক বিষয়া

উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ অসম সচিবালয়ৰ কৰ্মচাৰী।গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীগৰাকী বড়োলেণ্ড কল্যাণ বিভাগৰ জ্যেষ্ঠ প্রশাসনিক বিষয়া নাম সীমা দেৱী।দুৰ্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰে সীমা দেৱীক।৪ হাজাৰ টকা উৎকোচ লৈ থকাৰ অৱস্থাতে জালত পৰিল কৰ্মচাৰীগৰাকী।

Read More

বেলতলা হত্যাকাণ্ডৰ নতুন মোৰ।

বেলতলা হত্যাকাণ্ডৰ নতুন মোৰ।আদালতত হাজিৰ কৰা সময়ত চাঞ্চল্যকৰ স্বীকাৰোক্তি অভিযুক্ত আকাশ চৌধুৰীৰ। আদালতত আকাশ চৌধুৰীয়ে ক’লে, ‘‘মই হত্যা কৰা নাই, আৰক্ষীৰ মাৰৰ কোবত মই হত্যাৰ কথা স্বীকাৰ কৰিছিলো। আৰক্ষীয়ে মোক মাৰি মাৰি খোজ কাঢ়িব নোৱাৰা কৰি দিছিল। মই সন্তানৰ শপত খাই কৈছো,…

Read More

গুৱাহাটীত পুনৰ হত্যাকাণ্ড।

গুৱাহাটীত পুনৰ হত্যাকাণ্ড।মালিগাঁৱৰ বিপুল কমপ্লেক্সত সংঘটিত হৈছে এই হত্যাকাণ্ড।কমপ্লেক্সটোত উদ্ধাৰ হৈছে চকীদাৰৰ মৃতদেহ।চকীদাৰজনৰ নাম তৰুণ ডেকা।মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এডাল কাঠৰ টুকুৰা।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।

Read More

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড।

গুৱাহাটী মহানগৰীত পুনৰ হত্যাকাণ্ড। এইবাৰ খানাপাৰাত উদ্ধাৰ যুৱতীৰ ভৰি।এটা বস্তাত ভৰাই পেলাই থৈ গৈছিল যুৱতীৰ ভৰিখন।খানাপাৰাৰ উৰণীয়া সেতুঁৰ তলত উদ্ধাৰ হৈছে কাটি থোৱা ভৰিখন।ঘটনাস্থলীত উপস্থিত আৰক্ষী।ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Read More

আকাশ চৌধুৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।

গুৱাহাটীৰ দম্পতী হত্যাত অভিযুক্ত আকাশ চৌধুৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে। উল্লেখযোগ্য যে এই জঘন্য হত্যাকাণ্ডৰ পিছতে ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ কেয়াৰটেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। সম্পত্তিৰ বাবেই…

Read More

মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।

মহানগৰীৰ বেলতলাত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড । ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক হত্যা। দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰিলে বৃদ্ধ দম্পতীক।ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় ননী বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা…

Read More

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

পত্নীক হত্যা কৰি এঘৰৰ পাকঘৰত লুকুৱাই থ’লে চাৰ্টাৰ্ড একাউণ্টটেণ্টে।এই নৃশংস ঘটনা সংঘটিত হৈছে মহানগৰীত।পশ্চিম বৰাগাঁৱৰ এঘৰৰ পাকঘৰত উদ্ধাৰ আণ্টিমা গুপ্তা নামৰ মহিলাগৰাকীৰ মৃতদেহ।স্বামী সন্তোষ গুপ্তাই পৰিকল্পিত হত্যা কৰাৰ অভিযোগ ।

Read More

তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ আশীষ মিশ্ৰক

আশীষ মিশ্ৰক তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। খেৰীৰ হিংসাত্মক ঘটনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আশীষ মিশ্ৰক। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মন্ত্ৰী পুত্ৰ আশীষক। প্ৰতিবাদী কৃষকক গাড়ীৰে মহতিয়াই নিয়াৰ অভিযোগ আশীষ মিশ্ৰৰ বিৰুদ্ধে।

Read More

সোণাপুৰৰ বেজেনীত শোকাৱহ ঘটনা।

সোণাপুৰৰ বেজেনীত শোকাৱহ ঘটনা।কাটি থকা গছ পৰি দুজন বাইক আৰোহীৰ মৃত্যু হয়।কলংপাৰ-বেজনী পথেৰে ঘৰ অভিমুখে গৈ থকা অৱস্থাত এই ঘটনা।মৃতদ্বয় ৰিণ্টু মেধি আৰু বাবুল ডেকা বুলি চিনাক্ত কৰা হৈছে।

Read More
Back To Top