skip to Main Content

মহানগৰীৰ কালাপাহাৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ড

মহানগৰীৰ কালাপাহাৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুন মূৰ।অণু হাজৰিকা নামৰ এগৰাকী মহিলাক হত্যাত জড়িত ৩ জনক আটক মহানগৰ আৰক্ষীৰ।সোমবাৰে পোহৰলৈ আহিছিল এই হত্যাকাণ্ডৰ বিষয়ে।অকলশৰীয়া অণু হাজৰিকাক হত্যা কৰি লুটি নিছিল ধন-সোণ।

Read More

গড়চুক আৰক্ষীৰ কবলত ড্ৰাগছ মাফিয়া।

গড়চুক আৰক্ষীয়ে অতি কৌশলেৰে কৰায়ত্ত কৰিবলৈ সক্ষম হয় এজন ড্ৰাগছ সৰবৰাহকাৰীক।বাইকেৰে ড্ৰাগছ ডেলিভাৰী দিবলৈ যাওঁতেই আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰবৰাহকাৰীটো।ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো হৈছে হাজোৰ চফেদ আলি।জব্দকৃত হেৰইনখিনিৰ ওজন হৈছে প্ৰায় ১৩ গ্ৰাম।

Read More

গুৱাহাটী মহানগৰীৰ কালাপাহাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

গুৱাহাটী মহানগৰীৰ কালাপাহাৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।প্ৰায় ৬০ বছৰীয়া মহিলাক নৃশংসভাৱে হত্যা ডকাইতৰ। মহিলা গৰাকী হৈছে তাৰা হীৰা কমপ্লেক্সৰ স্বত্বাধিকাৰী অনু হাজৰিকা।মহিলাগৰাকীক হত্য়া কৰি ডকাইতে লুটি নিলে ঘৰৰ সা-সামগ্ৰী,ধন,সোণকে ধৰি বহু পৰিমাণৰ টকা।

Read More

মহানগৰীত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা।

মহানগৰীত সংঘটিত হৈছে পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা।মহানগৰীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই জঘণ্য ঘটনা।অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছে বোৱাৰী গৰাকী।বৰ্তমান নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন নিকিতা খেমকা নামৰ বোৱাৰী গৰাকী।

Read More

নগাঁৱত বোমাতংক।ৰণথলীত উদ্ধাৰ দুটাকৈ আই ই ডি।

নগাঁৱৰ ৰণথলীৰ ৰজাভেটিত দুটাকৈ বোমা উদ্ধাৰ।দুটাকৈ শক্তিশালী আই ই ডি উদ্ধাৰ কৰা হৈছে।ঘটনাস্হলীত উপস্হিত হৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

Read More

সংবাদ মাধ্যমৰ বিৰুদ্ধে অভিযোগ আনি নিজকে নিৰ্দোষী সজাৰ চেষ্টা মৃদুপৱন নেওগৰ।

আৰক্ষীয়ে বিচাৰি নোপোৱা প্রৱঞ্চক মৃদুপৱনৰ ফেচবুকত পোষ্ট।সংবাদ মাধ্যমৰ বিৰুদ্ধে অভিযোগ আনি নিজকে নিৰ্দোষী সজাৰ চেষ্টা নেওগৰ লগতে নগাঁও আৰক্ষীয়ে ভুৱা গোচৰ ৰুজু কৰাৰও অভিযোগ মৃদুপৱনৰ।আৰক্ষীয়ে মৃদুপৱনক বিচাৰি নোপোৱাক লৈ ইতিমধ্যে সৃষ্টি হৈছে বিতৰ্কৰ।এছপি আনন্দ মিশ্রক নিৰপেক্ষ তদন্তৰ আহ্বান মৃদুপৱন নেওগৰ।

Read More

অৰুণাচলত অপহৰণ অসমৰ যুৱক।

অৰুণাচলত অপহৰণ অসমৰ যুৱক।অৰুণাচল প্ৰদেশৰ লংডিং জিলাত অপহৰণ কৰিলে অসমৰ যুৱকক।যুৱক জন ডিব্ৰুগড়ৰ হেমন্ত কোঁচ।ইয়াৰ লগতে বিহাৰৰ ৰামাচিশ মহতো নামৰ আন এজন যুৱককো অপহৰণ কৰিছে।অপহৰণৰ আঁৰত NSCN(K)জড়িতৰ সন্দেহ।প্ৰশাসনক কাতৰ আহ্বান পৰিয়ালৰ লোকৰ যাতে তেঁওলোকক ভালদৰে ঘৰলৈ উভতাই আনে।

Read More

গঁড়চুক থানাৰ সমীপতে চোৰৰ তাণ্ডৱ

গঁড়চুক থানাৰ সমীপতে চোৰে চলালে লুটপাত। মিচিচিপি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ নামৰ প্ৰতিষ্ঠানখনত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা। প্ৰতিষ্ঠানখনৰ পৰা নিশা চোৰে লৈ যায় প্ৰিণ্টিং মেছিন। প্ৰতিষ্ঠানত সংলগ্ন CCTV কেমেৰাত আৱদ্ধ সমগ্ৰ চুৰিৰ দৃশ্য। CCTV কেমেৰাত আৱদ্ধ হয় চোৰৰ মুখমণ্ডলো।গঁড়চুক থানাৰ পৰা…

Read More

পল্টন বজাৰৰ কে কে হোটেলত কৰ্মচাৰীৰ আত্মহত্যা।

পল্টন বজাৰৰ কে কে হোটেলত এজন কৰ্মচাৰীয়ে আত্মহত্যা কৰে।হোটেল খনৰ দ্বিতীয় মহলাত আত্মহত্যা কৰে কৰ্মচাৰীজনে।কৰ্মচাৰীজনৰ নাম লতিফুৰ ৰহমান।১৭বছৰ ধৰি হোটেলখনত মেনেজাৰ হিচাপে কৰ্মৰত আছিল লতিফুৰ।আত্মহত্যাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।নিশা ১বজাত প্ৰতক্ষ্য কৰে হোটেল কতৃপক্ষই।

Read More

গুৱাহাটীৰ মেঘদুত ভৱনত চুৰি কাণ্ড

গুৱাহাটীৰ পাণবজাৰস্থিত ডাক বিভাগৰ মুখ্য কাৰ্যালয় মেঘদুত ভৱনত চুৰি কাণ্ড। নিশা ১২ বজাৰ পিছত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। নিশা নিৰাপত্তাৰক্ষী থকা সত্বেও এই চুৰিকাণ্ড সংঘটিত হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

Read More
Back To Top