skip to Main Content

নৱবর্ষক আদৰিবলৈ সমগ্ৰ বিশ্বত চলিছে মহা আয়োজন।

নতুন বছৰক আদৰাৰ নামত বিশ্বজুৰি উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। নতুন বছৰৰ আগনিশা থার্টী ফার্ষ্ট উদযাপনৰ আনন্দই সুকীয়া। সেয়ে আজি নিশা কোৰোণা কাৰ্ফিউ ও প্ৰত্যাহাৰ কৰিছে চৰকাৰে।গুৱাহাটী মহানগৰীতো থার্টী ফার্ষ্ট ডিচেম্বৰ উদযাপনৰ চলিছে ব্যাপক প্রস্তুতি ৷

Read More

উখল মাখল বনভোজস্থলী

ডিচেম্বৰ মাহ মানেই বনভোজৰ বতৰ।তাতে আজি বছৰৰ অন্তিমটো দেওবাৰ।গীতে-মাতে জীপাল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত।হাঁহে-মাহে এসাঁজ খাবলৈ আহিছে বনভোজপ্ৰেমী।হাতীশীলাত দেখা গ'ল বনভোজপ্ৰেমী ভিৰ।

Read More

বিমল ইলাচি বিজ্ঞাপন কৰিব পাৰিব অজয় দেৱগণে। বিমল কোম্পানী বিৰোধে পঠোৱা নটিছ নাকচ দিল্লী ন্যায়ালয়ৰ।

২০১৮ চনত শ্বাস্থ্য সেৱা মহনিৰ্দেশালয় বিভাগে বিমল ইলাচি বিক্ৰী কৰা কোম্পানীক নটিছ পঠাইছিল যে কোম্পানীয়ে COTP অধিনিয়ম উলংঘা কৰি বাতৰকাকতত বিজ্ঞাপন প্ৰকাশ কৰিছে লগতে অধিনিয়ম উলংঘা কৰা বাবে অজয় দেৱগণকো মেইল যোগে নটিছ পঠাইছিল। কিন্তু কোম্পানীয়ে জানিব দিয়ে যে বিমল…

Read More

কোনে বাৰু ভাল নাপায় ‘মেকাপ’!

মেকাপ অবিহনে যেন আধৰুৱা আমাৰ জীৱন। বৰ্তমান যুগত মেকাপ সকলোৰে প্রিয়। কোনোৱে হয়তো কেতিয়াবা কব পাৰে যে মই মেকাপ নকৰো বা ভাল নাপাওঁ বুলি কিন্তু তেওঁৰো হয়তো মন নোযোৱাকৈ নাথাকিব, তেওঁৰো হয়তো কেতিয়াবা মন যাব মেকাপ কৰিবলৈ। কাৰণ নিজকে ধুনীয়া…

Read More

আজি হাৰ্টথৰ্ব জুবিন গাৰ্গৰ জন্মদিন

আজি হাৰ্টথৰ্ব জুবিন গাৰ্গৰ জন্মদিন। আজি ৫০ বছৰত ভৰি দিলে জুবিন গাৰ্গে। তেখেতৰ জন্মদিন উপলক্ষে ঠায়ে ঠায়ে অনুৰাগীয়ে উদযাপন কৰিছে জন্মদিন। জুবিন গাৰ্গ ৰ জন্মদিন উপলক্ষে তেখেতৰ বাসগৃহত যথেষ্ট সংখ্যক অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু নিশাৰ ভাগৰ পৰাই জুবিন…

Read More

৬৭সংখ্যক ৰাষ্ট্ৰীয় ছলচ্ছিত্ৰ বটাঁ প্ৰদান।

৬৭সংখ্যক ৰাষ্ট্ৰীয় ছলচ্ছিত্ৰ বটাঁ প্ৰদান। দিল্লীত অনুষ্ঠিত হোৱা এই বটাঁ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে প্ৰদান কৰে বটাঁ সমূহ। এই বৰ্ষত কেইবাটাও শিতানত শ্ৰেষ্ঠত্ব অসমীয়া ছবি, কলা-কুশলী লাভ কৰিছে ৰাষ্ট্ৰীয় ছলচ্ছিত্ৰ বটাঁ।অসমীয়া ছবি…

Read More

ন’ৰা ফাতেহী আৰু জেক’লিন ফাৰ্ণাণ্ডেজক EDৰ চমন

২০০ কোটি টকাৰ ধন আত্মসাতৰ গোচৰত সুকেশ চন্দ্ৰ শেখৰ আৰু তেওঁৰ পত্নী অভিনেত্ৰী লীনা প’লক ইডিৰ সোধ–পোচ। বৰ্তমান এই গোচৰত নাম সাঙোৰ খাইছে বলিউড ৰ অভিনেত্ৰী ন’ৰা ফাতেহী। ইডিৰ ন’ৰালৈ চমন। আজি দিল্লীস্থ ইডিৰ কাৰ্যালয়ত ন’ৰাক সোধা–পোচা কৰিবলৈ মাতি পঠিওৱা…

Read More

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম কন্যা।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাৰ ফাইনেলত বিজয়ী অসমৰ ফ্লৰিনা গগৈ।কিডছ ডান্স ৰিয়েলিটি শ্ব’ Super Dancer Chapter 4ৰ চূড়ান্ত বিজয়ী অসমৰ ফ্লৰিনা।শনিবাৰে গ্ৰেণ্ড ফিনালেত অসমৰ ফ্লোৰিনা গগৈ বিজয়ী হৈছে।ফ্লোৰিনাই ১৫ লাখ টকাৰ পুৰষ্কাৰৰ ধনৰ সৈতে লাভ কৰিছে ট্ৰফী।

Read More

২০২১ৰ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা

২০২১ৰ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা। বেঞ্জামিন লিষ্ট আৰু ডেভিড ডব্লিউচি মেকমিলানলৈ এই বঁটা। 'এছেমেট্ৰিক অৰ্গেনোকেটালাইচিছ' অণু নিৰ্মাণৰ নতুন উপায় বিকশিত কৰাৰ বাবে এই বঁটা। ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছৰ চেক্ৰেটেৰী জেনেৰেল গোৰান হান্সনে ঘোষণা কৰে এই বঁটা।

Read More
Back To Top