skip to Main Content

অসমত এইবাৰ পূজা নাচায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে

অসমত এইবাৰ পূজা নাচায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানত উপস্থিত হৈ এই মন্তব্য জুবিন গাৰ্গৰ। অসমৰ একমাত্ৰ জৈৱ বৈচিত্ৰ উদ্যান কাজিৰঙাৰ অৰ্কিড পাৰ্কত আজি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে জুবিন গাৰ্গে। অৰ্কিড উদ্যানলৈ অহা পৰ্য্যটকৰ সৈতে ফটো…

Read More

আজি ভাৰত ৰত্ন লতা মংগেশকাৰৰ জন্মদিন

আজি ভাৰত ৰত্ন লতা মংগেশকাৰৰ জন্মদিন। তেওঁৰ সুন্দৰ কণ্ঠস্বৰৰ যাদু সমগ্ৰ বিশ্বতে বিয়পাইছে। ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত ইন্দোৰত তেওঁৰ জন্ম। তেওঁৰ দেউতাক দীননাথ মংগেশকাৰ। তেওঁ এজন বিখ্যাত সংগীতজ্ঞ আছিল। লতা মংগেশকাৰৰ চিৰসেউজ গানবোৰ আগতে যিমান শুনা গৈছিল আজিও সিমান শুনা…

Read More

‘দ্যা কপিল শৰ্মা শ্ব’ৰ বিৰুদ্ধে এজাহাৰ

'দ্যা কপিল শৰ্মা শ্ব'ৰ বিৰুদ্ধে এজাহাৰ। শ্ব'ৰ এটা খণ্ডৰ দৃশ্যৰ বিৰুদ্ধে এই এজাহাৰ। মঞ্চত আদালত সাজি আদালতৰ ভিতৰত সুৰাপানৰ দৃশ্য দেখুওৱা হৈছিল। ঘটনাৰ পিছতেই এজন অধিবক্তাৰ এজাহাৰ।

Read More

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কোনে পিন্ধিলে ৰাজস্থান ৰয়েলছৰ জাৰ্ছী!

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে পিন্ধিলে ৰাজস্থান ৰয়েলছৰ জাৰ্ছী। জাৰ্ছী পিন্ধি জুবিনে ক'লে মই এইবাৰ IPLৰ চলিত ছিজনত ৰাজস্থানক সমৰ্থন কৰিছো। লগতে ৰাজস্থান ৰয়েলছৰ হৈ চলিত IPLত খেলা অসম সন্তান ৰিয়ান পৰাগক শুভেচ্ছা জনায় জুবিন গাৰ্গে।

Read More
Back To Top