skip to Main Content

খানাপাৰাত উদ্ধাৰ এটি শিশুৰ মৃতদেহ

মানৱ সমাজক লজ্জাজনক কৰা এক ঘটনা সংঘটিত হৈছে খানাপাৰাস্হিত পশু চিকিৎসা মহাবিদ্যালয় চৌহদত।তাত উদ্ধাৰ এটি কণ্যা শিশুৰ মৃতদেহ।কোনো লোকে পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ।ঘটনা স্হলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Read More

মহানগৰীত চাঞ্চল্যকৰ ঘটনা। হাতীগাঁৱৰ পৰা অপহৰণ দুটিকৈ শিশু

মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ অপহৰণ কাণ্ড।হাতীগাঁৱৰ পৰা অপহৰণ দুটিকৈ শিশুক।শিশু দুটি হৈছে ১৩ বছৰীয়া ইছমাইৰা নাচিম আৰু ৪ বছৰীয়া আটিফ নাচিম।সিজুবাৰীৰ ১১ নং বাসগৃহৰ পৰা অপহৰণ শিশু দুটিক।মাক দেউতাকৰ অগ্যাতে নিজা বাসগৃহৰ পৰাই অপহৰণ শিশু দুটিক।

Read More

পাণবজাৰস্হিত বি এচ এন এল ৰ অফিচত প্ৰতিবাদ কৰ্মচাৰী সকলৰ

আজি পাণবজাৰস্হিত বি এচ এন এল ৰ অফিচত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কৰ্মচাৰী সকলে।দীৰ্ঘদিনীয়া বহুকেইটা দাবী উত্থাপন কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।

Read More

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত হয়

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত গান্ধীবস্তিস্হিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।ৰাজ্যত জল জীৱন আঁচনিত ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থাৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনিয়ম কৰাৰ অভিযোগ তুলি ধিক্কাৰ জনাইছে…

Read More

আজি পানবজাৰত মুকলি কৰা হয় Akash Bijush corporate Branch

আজি পানবজাৰত মুকলি কৰা হয় Akash Bijush corporate Branch।অসমত এতিয়া চাৰিটা corporate Branch স্হাপন হ'ল।গুৱাহাটীত ক্ৰমে পানবজাৰ,ধাৰাপুৰ আৰু উলুবাৰীৰ লগতে শিলচৰত Akashৰ corporate Branch থকাৰ কথা উল্লেখ কৰে উক্ত অনুষ্ঠানটোৱে।পূৰ্বে ছাত্ৰ-ছাত্ৰী সকলে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাব লগা হৈছিল কিন্ত…

Read More

যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী

যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী।মহানগৰীৰ যান-বাহন কৰ অনাদায়কাৰী চাৰিকুৰিৰো অধিক বিভিন্ন উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থাৰ লগতে ব্যক্তিগত আৰু ব্যৱসায়িক যান-বাহনৰ মালিকৰ ঘৰে ঘৰে সোমাল পৰিবহণ বিভাগৰ দল।সময়মতে যান-বাহন কৰ আদায় নিদিয়াৰ ফলত কোনো মালিক-প্ৰতিষ্ঠানেই যাতে অধিক কৰৰ বোজা বহন কৰি…

Read More

এজাক বৰষুণতে উটি গ’ল গুৱাহাটী মহানগৰীৰ আভিজাত্য

এজাক বৰষুণতে উটি গ'ল গুৱাহাটী মহানগৰীৰ আভিজাত্য।মহানগৰীৰ ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানপানী।জি এছ ৰোড,চান্দমাৰি,ভঙাগড়,লাচিত নগৰ,জু ৰোড সকলোতে কেৱল পানী।মুষলধাৰ বৰষুণত স্তব্ধ জনজীৱন।

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাৱত NERAMAC ৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি গুৱাহাটী প্ৰেছ ক্লাৱত NERAMAC ৰ এক সংবাদমেল অনুষ্ঠিত হয়। North Eastern Regional Agricultural Marketing Corporation চমুকৈ NERAMAC য়ে সংবাদমেলযোগে এটা অত্যাধুনিক মেচিন উন্মোচিত কৰে।যাৰ জড়িয়তে খুব সহজতে খাদ্য গ্ৰহণ কৰিব পাৰিব কলপাতত।

Read More

আজি গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত পালন কৰা হয় বিশ্ব কাছ দিৱস

আজি ২৩'মে ২০২২ আৰু আজি হৈছে বিশ্ব কাছ দিৱস। উক্ত দিনটোৰ উপলক্ষে আজি অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত পালন কৰা হয় বিশ্ব কাছ দিৱস। উৎযাপন স্থলীত উপস্থিত থাকে আঞ্চলিক বন বিষয়া অশ্বিনী কুমাৰৰ লগতে বহু কেইজন গণ্য-মান্য ব্যক্তি। বিশ্ব…

Read More
Back To Top